এখন সাম্ৰাজ্যৰ ৰাজধানী | Chapter 7 | Class 12 History Part 2 History Solution Assam | Class 12 History Part 2 Question Answer Assamese Medium | Class 12 History Suggestion | HS Second Year History |  Class 12 History Question Answer | দ্বাদশ শ্ৰেণী ইতিহাসৰ প্ৰশ্ন আৰু উত্তৰ | উচ্চতৰ মাধ্যামিক দ্বাদশ শ্ৰেণীৰ ইতিহাসৰ প্ৰশ্ন আৰু উত্তৰ |




১০০-১৫০ শব্দৰ ভিতৰত উত্তৰ দিয়া

১. যােৱা দুই শতক ধৰি হাম্পেৰ ভগ্নাৱশেষ সম্পর্কে অধ্যয়ন কৰিবলৈ কি কি পদ্ধতি ব্যৱহৃত হৈছে? বিৰুপাক্ষ মন্দিৰৰ পুৰােহিতসকলে যােগান ধৰা তথ্যসমূহক এই পদ্ধতিবােৰে কিধৰণে পূৰ্ণৰূপ দিছিল বুলি তুমি ভাবা?

উত্তৰঃ-


২. বিজয়নগৰৰ পানীৰ চাহিদা কিদৰে পূৰণ কৰা হৈছিল?

উত্তৰঃ-


৩.  কৃষিভূমিক নগৰৰ সুৰক্ষিত অঞ্চলৰ ভিতৰুৱা কৰিলে কি কি সুবিধা আৰু অসুবিধা হ'ব বুলি তুমি ভাবা?

উত্তৰঃ-


৪. মহানৱমী দিব্বাৰ সৈতে জড়িত ধর্মীয় আচাৰ - অনুষ্ঠানসমূহৰ কি কি তাৎপর্য থাকিব পাৰে বুলি তুমি অনুমান কৰা?

উত্তৰঃ-


৫. ৭.৩৩ নম্বৰৰ নক্সাটোত বিৰুপাক্ষ মন্দিৰৰ এটা স্তম্ভৰ বিন্যাস প্রদর্শিত হৈছে। ইয়াত তুমি কিবা ফুলৰ নক্সা পুনঃ পুনঃ দোহৰা দেখিছানে? কোনবােৰ জন্তু ইয়াত প্রদর্শিত হৈছে? কি কাৰণবশতঃ এইবােৰ অঙ্কন কৰা হৈছে বুলি তােমাৰ মনে ধৰে? এই বিন্যাসত প্রদর্শন কৰা মানৱ দেহবােৰৰ বর্ণনা দাঙি ধৰা। 

উত্তৰঃ-


এখন চমু ৰচনা লিখা ( প্রায় ২৫০-৩০০ শব্দ ভিতৰত )

৬. নগৰখনৰ অংশবিশেষক কোনাে ৰাজকীয় কাম - কাজত ব্যৱহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত উক্ত স্থানক ৰাজকীয় কেন্দ্ৰ বুলি অভিহিত কৰাটো যুক্তিযুক্ত হৈছেনে?

উত্তৰঃ-


৭. পদুম মহল আৰু হাতীশালৰ দৰে স্থাপত্যবােৰে এইবােৰ হাতে কামে কৰিবলৈ আজ্ঞা দিয়া শাসকসকলৰ বিষয়ে আমাক কি ধাৰণা দিয়ে?

উত্তৰঃ-


৮. কোনবােৰ স্থাপত্যৰ পৰম্পৰাই বিজয়নগৰৰ স্থপতিসকলক উৎসাহিত কৰিছিল? এই পৰম্পৰাবােৰ তেওঁলােকে কিদৰে ৰূপান্তৰিত কৰিছিল? 

উত্তৰঃ-


৯. এই অধ্যায়ৰ বিভিন্ন বিৱৰণীৰ কোনবােৰত বিজয়নগৰৰ সৰ্বসাধাৰণ লােকৰ জীৱনধাৰা সম্পর্কে থকা ধাৰণাত খুঁত আছে, বাছি উলিওৱা। 

উত্তৰঃ-


মানচিত্ৰ কাম 

১০. বিশ্ব বৰ্হিৰেখা সম্বলিত এখন মানচিত্ৰ আঁকি থূলমূলভাৱে ইটালী, পৰ্তুগাল, পাৰস্য আৰু ৰুচ দেশৰ বহুওৱা। ৬২ পৃষ্ঠাত উল্লেখিত কোনবোৰ পথেৰে পৰ্যটকসকলক বিজয়নগৰলৈ আহিছিল যেন লাগে?

উত্তৰঃ-


প্ৰকল্পৰ কাম ( যিকোনো এটা )

১১. চতুর্দশ শতাব্দীৰ পৰা সপ্তদশ শতাব্দীলৈকে উপমহাদেশখনত পূর্ণ বিকশিত যিকোনাে এখন প্রধান নগৰৰ বিষয়ে অধিক তথ্য সংগ্রহ কৰি নগৰখনৰ স্থাপত্যৰ বৰ্ণনা দিয়া। ৰাজনৈতিক কেন্দ্র হিচাপে চিনাক্ত কৰিব পৰাকৈ এই নগৰবােৰৰ কিবা বিশেষ চাৰিত্রিক গুণাগুণ আছেনে? দেখদেখকৈ গভীৰভাৱে ধর্মীয় ৰীতি-নীতিৰ সৈতে জড়িত কিবা অট্টালিকা আদি ইয়াত চকুত পৰিছেনে? ব্যৱসায়-বাণিজ্য সংক্রান্তীয় কাম-কাজৰ সৈতে ইয়াৰ কোনাে অঞ্চলৰ সম্বন্ধ আছেনে? কি কি বৈশিষ্ট্যই নগৰ বিন্যাসক চুবুৰীয়া অঞ্চলতকৈ পৃথক কৰে?

উত্তৰঃ-


 ১২. তােমাৰ চুবুৰীয়া অঞ্চলৰ যিকোনাে এটা ধর্মীয় অট্টালিকালৈ গৈ ইয়াৰ প্ৰাৰম্ভিক বহিঃৰেখা চিত্র, ঘৰৰ মূধচ, ভিতৰলৈ যােৱা সৰুকিয়া পথ, ডাঙৰ সভাকক্ষ, প্রৱেশ পথ , পানী যােগান ব্যৱস্থা আদিৰ বর্ণনা দিয়া। বিৰুপাক্ষ মন্দিৰৰ সৈতে এনেবােৰ চাৰিত্রিক বৈশিষ্ট্যৰ তুলনা কৰা। অট্টালিকাটোৰ কোনটো খণ্ড কি বাবে ব্যৱহৃত হয় লিখা। ইয়াৰ ইতিহাস উদঘাটন কৰিবলৈকো যত্নপৰ হােৱা।

উত্তৰঃ-


Type- Nayan Jyoti Bordoloi





Post ID : DABP006630