ধৰ্মনিৰপেক্ষতাবাদ | Chapter 8 | Class 11 Political Science Assam | Assamese Medium | HS 1st Year Political Science Question Answer | Political Science Notes and Suggestion | Secularism |
Chapter 8
Secularism
👉MCQs Online Exam
👉Chapter 8 MCQs Answer
👉Paid Answer (Buy Now)
👉Paid Answer (English Medium)
ৰচনাধৰ্মী প্ৰশ্ন ( Essay Type question )
১) ধৰ্মনিৰপেক্ষতা বুলিলে কি বুজা ?ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ
২) এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ দুটা বৈশিষ্ট্য ফল্লেখ কৰা।
উত্তৰঃ
৩) ধৰ্মনিৰপেক্ষতা কি ? [HS(XI) 2017] ভাৰতৰ সংবিধানত ধৰ্মনিৰপেক্ষতাৰ কি ব্যৱস্থা আছে ?
উত্তৰঃ
৪) ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰএটা সমালোচনামূলক আলোচনা কৰা ।
উত্তৰঃ
৫) ধৰ্মনিৰপেক্ষতা কি ? ভাৰতবৰ্ষত সাম্প্ৰদায়িকৰতাবাদ সৃষ্টিত অৰিহণা যোগোৱা কাৰণসমূহ কি কি ?.
উত্তৰঃ
৬) ভাৰত যে এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ যুক্তিৰ সহায়ত বুজাই লিখা।
উত্তৰঃ
৭) ধৰ্মনিৰপেক্ষতাৰ পশ্চিমীয়া ধাৰণা সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ
৮) ধৰ্মনিৰপেক্ষতা ধৰ্ম বিৰোধী নে ? উদাহৰণসহ বুজাই লিখা।
উত্তৰঃ
৯) ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ অন্তৰাবাদসমূহ আলোচনা কৰা ।
উত্তৰঃ
১০) ভাৰতীয় আৰ্হিৰ ধৰ্মনিৰপেক্ষতাবাদৰ বিষয়ে আলোচনা কৰা ।
উত্তৰঃ
১১) ধৰ্মনিৰপেক্ষতাৰ ভাৰতীয় ধাৰণাটো ব্যাখ্যা কৰা ।
উত্তৰঃ
১২) আন্তঃধৰ্মীয় অৱদান মানে কি বুজা ? বহলাই লিখা ।
উত্তৰঃ
১৩) আধুনিক যুগত ধৰ্মনিৰপেক্ষতাৰ প্ৰয়োজনীয়তা আছে নেকি ? মন্তব্য দিয়া ।
উত্তৰঃ
১৪) ধৰ্মনিৰপেক্ষতাৰ ভাৰতীয় আৰ্হি বুলিলে কি বুজা ?
উত্তৰঃ
১৫) প্ৰয়োগিক অৰ্থত ভাৰতীয় নিৰপেক্ষতাবাদ এক অবান্তৰ কছৰৎ - মন্তব্য দিয়া ।
উত্তৰঃ
১৬) ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদে ভোট - বেংক ৰাজনীতি কৰে নে ? মন্তব্য দিয়া ।
উত্তৰঃ
১৭) ধৰ্ম আৰু ৰাজনীতিৰ সম্পৰ্কত গান্ধীজীৰ মতামত আলোচনা কৰা ।
উত্তৰঃ
১৮) ভাৰতীয় আৰু পশ্চিমীয়া ধৰ্মনিৰপেক্ষতাৰ মাজৰ পাৰ্থক্য নিৰ্ণয় কৰা ।
উত্তৰঃ
১৯) এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ বৈশিষ্ট্যবিলাক কি কি ?
উত্তৰঃ
২০) ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদ আৰু পশ্চিমীয়া ধৰ্মনিৰপেক্ষতাবাদৰ মাজৰ পাৰ্থক্যসমূহ কি কি ?
উত্তৰঃ
২১) অন্তঃধৰ্মীয় অৱদমন বুলিলে কি বুজা ? অন্তঃধৰ্মীয় অৱদমনে ধৰ্মনিৰপেক্ষতাৰ ওপৰত কিদৰে প্ৰভাব পেলায় তোমাৰ নিজৰ ভাষাত লিখা ।
উত্তৰঃ
২২) ভাৰতীয় সমাজত ধৰ্মনিৰপেক্ষতাৰ শিপাডাল এতিয়াও দূৰ্বল বুলি কিয় কোৱা হয় ? এনে অৱস্থাক শক্তিশালী কৰি তমলিবৰ বাবে তিনিটা পৰামৰ্শ দিয়া ।
উত্তৰঃ
২৩) তোমাৰ মতে তলৰ কোনবোৰ ধৰ্মনিৰপেক্ষতাৰ ধাৰণাৰ লগত সুসংগত ? কাৰণ দৰ্শোৱা।
(ক) এটা ধৰ্মীয় গোটৰ অন্য এটা গোটৰ ওপৰত থকা প্ৰাধান্যতাৰ অনুপস্থিতি ।
(খ) ৰাষ্ট্ৰীয় ধৰ্মক স্বীকৃতি ।
(গ) সকলো ধৰ্মকে ৰাষ্ট্ৰই সমৰ্থন জনোৱা ।
(ঘ) বিদ্যালয়ত বাধ্যতামূলক প্ৰাৰ্থনা ।
(ঙ) যিকোনো সংখ্যালঘু সম্প্ৰদায়ৰ বাবে পৃথক শিক্ষানুষ্ঠানৰ অনুমতি প্ৰদান ।
(চ) চৰকাৰৰ দ্বাৰা মন্দিৰ পৰিচালনা কমিটি নিযুক্তি ।
(ছ) দলিতসকলক মন্দিৰত প্ৰৱেশ নিশ্চিতকৰণত ৰাষ্ট্ৰৰ সস্তক্ষেপ ।
২৪) পশ্চিমীয়া আৰু ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ কিছুমান বৈশিষ্ট্য সাত- মিহলি হৈ আছে । সেইবোৰ সঠিককৈ সজাই এখন নতুন তালিকা প্ৰস্তুত কৰা ।
পশ্চিমীয়া ধৰ্মনিৰপেক্ষতা |
ভাৰতীয় ধৰ্মনিৰপেক্ষতা |
পৰস্পৰৰ কাৰ্যত
ৰাষ্ট্ৰ আৰু ধৰ্মৰ মাজত অ-হস্তক্ষেপ নীতি দৃঢ়ভাবে পালন কৰা |
ৰাষ্ট্ৰৰ দ্বাৰা
সমৰ্থিত ধৰ্মীয় সমস্কৰৰ অনুমতি |
বিভিন্ন ধৰ্মীয়
গোটক সমভাবে চোৱা এটা মৌলিক সমস্যা |
বিভিন্ন ধৰ্মৰ
গোটক সমানভাবে চোৱাৰ ওপৰত গুৰুত্ব |
সংখ্যালঘুৰ
অধিকাৰৰ প্ৰতি মনোযোগ দিয়া |
সম্প্ৰদায়ভিত্তিত
অধিকাৰৰ ওপৰত কম মনোযোগ দিয়া |
ব্যক্তি আৰু তেওঁৰ
অধিকাৰেই কেন্দ্ৰীয় বিষয় |
ব্যক্তি আৰু
ধৰ্মীয় সম্প্ৰদায়ৰ অধিকাৰক সুকক্ষা দিয়া
|
চমু উত্তৰৰ প্ৰশ্ন (Short answer question )
১) ধৰ্মনিৰপেক্ষতাৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰঃ
২) ভাৰতৰ বাবে ধৰ্মনিৰপেক্ষতাৰ প্ৰয়োজন থকা বুলি ভাবানে ? চমুকৈ আলোচনা কৰা ।
উত্তৰঃ
৩) ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ বিৰুদ্ধে উদ্ভৱ হোৱা চাৰিটা ভাবুকি উল্লেখ কৰা ।
উত্তৰঃ
৪) ভাৰতীয় সংবিধানত থকা ধৰ্মনিৰপেক্ষতাৰ ব্যৱস্থাসমূহ কি কি ?
উত্তৰঃ
৫) ধৰ্মনিৰপেক্ষতাৰ দাৰিটা গুণ উল্লেখ কৰা ।
উত্তৰঃ
৬) এখন ধৰ্মনিৰপেক্ষ সমাজৰ চাৰিটা প্ৰধান বৈশিষ্ট্য ফল্লেখ কৰা ।
উত্তৰঃ
৭) পশ্চিমীয়া ধৰ্মনিৰপেশতাৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি ?
উত্তৰঃ
৮) ধৰ্মনিৰপেশতাৰ পশ্চিমীয়া ধাৰণা কি ব্যাখ্যা কৰা ।
উত্তৰঃ
৯) জৱাহৰসাস নেহৰুৰ ধৰ্মনিৰপেক্ষতাৰ দৃষ্টিভংগী চুমকৈ লিখা ।
উত্তৰঃ
১০) ভাৰতীয় ধৰ্মনিৰপেক্ষতা ধৰ্ম বিৰোধী নে ? বুজাই লিখা ।
উত্তৰঃ
১১) ভাৰতীয় ধৰ্মনিৰপেক্ষতাই সংখ্যালঘুসকলক তোষামোদ কৰে । সঁচা নে ? মন্তব্য দিয়া ।
উত্তৰঃ
১২) ভাৰতীয় ধৰ্মনিৰপেক্ষতাই ৰাষ্ট্ৰক ধৰ্মৰ প্ৰশ্নত হস্তক্ষেপ কৰাৰ অবাধ ক্ষমতা প্ৰদান কৰিছে । চমুকৈ ব্যাখ্যা কৰা ।
উত্তৰঃ
১৩) ভোট-বেংক ৰাজনীতিৰ বিষয়ে চুমকৈ লিখা ।
উত্তৰঃ
১৪) তুৰ্কীত ধৰ্মনিৰপেক্ষতাবাদ প্ৰতিষ্ঠাত বাবে কামাল আটাটুৰ্কে কি কি প্ৰচেষ্ঠা হাতত লৈছিল ? - চমুকৈ লিখা ।
উত্তৰঃ
১৫) ধৰ্মনিৰপেক্ষতাৰ সম্পৰ্কত নেহেৰুৱে কি তিনিটা কথাৰ ওপৰত গুৰুত্ব দিছিল ?
উত্তৰঃ
১৬) সামাজিক ব্যাৱস্থাৰ বিৰুদ্ধে থকা ভাৰতীয় আইনী ব্যাৱস্থা তিনিটা উল্লেখ কৰা ।
উত্তৰঃ
১৭) তুৰ্কীৰ কামাল আটাটুৰ্কৰ ধৰ্মনিৰপেক্ষতাৰ ওপৰত মন্তব্য দিয়া ।
উত্তৰঃ
১৮) আন্তঃ ধৰ্মীয় অৱদান মানে কি ?
উত্তৰঃ
অতি চমু উত্তৰৰ প্ৰশ্ন ( Very Short answer question )
১) ধৰ্মনিৰপেক্ষতা মানে কি ?
উত্তৰঃ
২) দুখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ নাম লিখা ।
উত্তৰঃ
৩) বৰ্তমান ৰাষ্ট্ৰ ধৰ্ম থকা দুখন ৰাষ্ট্ৰৰ নাম লিখা ।
উত্তৰঃ
৪) ধৰ্মনিৰপেক্ষতাৰ দুটা ধাৰণা আছে । ধাৰণা চুটা কি কি ?
উত্তৰঃ
৫) ধৰ্মনিৰপেক্ষতাবাদৰ দুটা অৰ্থ আছে । অৰ্থ দুটা কি কি ?
উত্তৰঃ
৬) ধৰ্মনিৰপেক্ষ সমাজৰ দুটা মূল বৈশিষ্ট্য লিখা ।
উত্তৰঃ
৭) ধৰ্মীয় বিভেদ মানে কি বুজা ?
উত্তৰঃ
৮) ভাৰতবৰ্ষত ধৰ্মনিৰপেক্ষতাবাদৰ সবল কৰাৰ বাবে দুটা উপায় উল্লেখ কৰা ।
উত্তৰঃ
৯) ধৰ্মীয় সংস্কাৰ কি ?
উত্তৰঃ
১০) ধৰ্মীয় সংখ্যালঘুৱে কি বুজায় ?
উত্তৰঃ
১১) ধৰ্মনিৰপেক্ষতাৰ দুটা লক্ষ্য লিখা ।
উত্তৰঃ
১২) ভাৰতীয় সংবিধানৰ দ্বাৰা স্বীকৃতি ধৰ্মনিৰপেক্ষতাৰ দুটা উদাহৰণ দিয়া ।
উত্তৰঃ
বস্তনিষ্ঠ প্ৰশ্নাৱলী (Objective type question ):
১) ভাৰতীয় সংবিধানৰ কোন অংশত ধৰ্মনিৰপেক্ষ কথাষাৰ উল্লেখ আছে ।
উত্তৰঃ
২) ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ এটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ
৩) "ৰাষ্ট্ৰ আৰু ধৰ্মৰ মাজত এখনি বৃহৎ প্ৰাচীৰ আছে । "- এই উক্তিটো কাৰ ?
উত্তৰঃ
৪) পাকিস্তানৰ চৰকাৰী ধৰ্মৰ নাম কি ?
উত্তৰঃ
৫) কোনো নিদিৰ্ষ্ট ধৰ্ম অনুসৰি শাসন ব্যাৱস্থা পৰিচালিত হোৱা ৰাষ্ট্ৰক কি বুলি জনা যায় ।
উত্তৰঃ
৬) ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ নে ? ( হয় নে নহয় লিখা )
উত্তৰঃ
৭) ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত কোনো ৰাজধৰ্ম নাই । ( হয় নে নহয় লিখা )
উত্তৰঃ
৮) "ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদ পশ্চিমৰ পৰা আমদানিকৃত । " - শুদ্ধ নে অশুদ্ধ ?
উত্তৰঃ
৯) ধৰ্ম নিৰপেক্ষচতা ধৰ্ম বিৰোধী নে ? ( হয় নে নহয় লিখা )
উত্তৰঃ
১০) ভাৰত এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ । ( হয় নে নহয় লিখা )
উত্তৰঃ
১১) ধৰ্মনিৰপেক্ষতাই সমতাক সমৰ্থন নকৰে । ( শুদ্ধ নে অশুদ্ধ )
উত্তৰঃ
শুদ্ধ উত্তৰ বাছি উলিওৱা ( Chose the correct answer ) :
১) ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ মানে -
(ক) ৰাষ্ট্ৰৰ এটা ধৰ্ম আছে (খ) ধৰ্মৰ ক্ষেত্ৰত ৰাষ্ট্ৰ নিৰপেক্ষ
(গ) ৰাষ্ট্ৰই ধৰ্মৰ বিৰোধিতা কৰে (ঘ) ৰাষ্ট্ৰ বিধৰ্মী
উত্তৰ
২) ভাৰত এখন -
(ক) ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ (খ) হিন্দু ৰাষ্ট্ৰ (গ) মুছলিম ৰাষ্ট্ৰ
(ঘ) শিখ ৰাষ্ট্ৰ
উত্তৰঃ
৩) সংবিধানৰ কোনটো সংশোধনীয়ে প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষ শব্দটোক সংযোগ কৰিছে ?
উত্তৰঃ
Type : Bipasha Kakati
Post ID :DABP006539