কৃষক, জমিদাৰ আৰু ৰাষ্ট্ৰ | অধ্যায় ৮ | Chapter 8 | Class 12 History Solution Assam | Class 12 History Part 2 Question Answer Assamese Medium | Class 12 History Part 2 Suggestion | HS Second Year History Part 2 | দ্বাদশ শ্ৰেণী দ্বিতীয় খণ্ড ইতিহাস | উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণী ইতিহাসৰ দ্বিতীয় খণ্ড কিতাপৰ প্ৰশ্ন উত্তৰ | Class 12 History Part 2 Free Question Answer Notes |

কৃষক, জমিদাৰ আৰু ৰাষ্ট্ৰ

১০০-১৫০ শব্দৰ ভিতৰত উত্তল দিয়া

 ১. কৃষি সম্বন্ধীয় ইতিহাস পুণৰ নিৰ্মাণৰ বাবে আইন’ পুথিখনক উৎস হিচাপে। গ্রহণ কৰাত কি কি সমস্যা আছে? ঐতিহাসিকসকলে এই পৰিস্থিতিত কেনেধৰণৰ ব্যৱস্থা হাতত ল'ব? 

উত্তৰঃ-


২. ষষ্ঠদশ - সপ্তদশ শতিকাৰ কৃষিজাত উৎপন্নক কিমানদূৰ জীৱিকা অর্জনৰ বৈশিষ্ট্য প্রদান কৰিব পাৰি? তােমাৰ উত্তৰৰ যুক্তিযুক্ততা দাঙি ধৰা।

উত্তৰঃ-


৩. কৃষিজাত উৎপন্নত মহিলাৰ ভূমিকা সম্বন্ধে বর্ণনা কৰা।

উত্তৰঃ-


৪.  আমাৰ বিবেচনাধীন সময়ছােৱাত উদাহৰণৰ সৈতে বিত্তীয় লেনদেনৰ পৰিণতি আলােচনা কৰা। 

উত্তৰঃ-


৫. মােগলৰ বিত্তীয় ব্যৱস্থাত ভূমি কৰৰ যথেষ্ট গুৰুত্ব আছিল বুলি থকা সাক্ষ্য প্রমাণ পৰীক্ষা কৰা। 

উত্তৰঃ-


২৫০-৩০০ শাৰৰ ভিতৰত এখন ৮ ম ৰচনা লিখা

৬. কৃষক সমাজৰ  সামাজিক আৰু অর্থনৈতিক সম্বন্ধত বর্ণ বৈষম্যই কিমান দূৰ এটা কাৰক হিচাপে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে বুলি তুমি ভাবা? 

উত্তৰঃ-


৭. ষষ্ঠদশ - সপ্তদশ শতিকাৰ অৰণ্যবাসীসকলৰ জীৱনধাৰাত কেনে পৰিৱৰ্তন ঘটিছিল?

উত্তৰঃ-


৮.  মােগল ভাৰতত জমিদাৰসকলৰ ভূমিকাৰ গুণাগুণ নিৰূপণ কৰা।

উত্তৰঃ-


৯. পঞ্চায়ত আৰু গাঁৱৰ মুখীয়ালে গ্রাম্য সমাজক কিদৰে নিয়ন্ত্রণ কৰে, আলােচনা কৰা।

উত্তৰঃ-


মানচিত্ৰ কাম

১০. বিশ্বৰ বৰ্হিৰেখা সম্বলিত এখন মানচিত্র আঁকি মােগল সাম্রাজ্যৰ সৈতে আর্থিক লেনদেন থকা ঠাইসমূহত দাগ দিয়া। এই যােগাযােগ স্থাপনৰ ক্ষেত্ৰত ব্যৱহৃত সাম্ভাভ্য পথবোৰ বিচাৰি উলিওৱা।

উত্তৰঃ-


১১. চুবুৰীয়া গাঁও এখনলৈ গৈ তাত কিমান লােকে বসবাস কৰে, কি কি শস্য উৎপাদিত হয়, কোনবােৰ জীৱজন্তু তেওঁলােকে পালন কৰা, কোনবােৰ সুকুমাৰ কলা শিল্পীয়ে তাত বাস কৰে, মহিলাসকলৰ ভূমিস্বত্ব আছেনে নাই আৰু স্থানীয় পঞ্চায়তে কি কাম কাজ কৰে এনে তথ্যবােৰ সংগ্ৰহ কৰা । ইতিমধ্যে, তুমি ষষ্ঠদশ আৰু সপ্তদশ শতিকাৰ বিষয়ে যি জ্ঞান লাভ কৰিছা, সেইবােৰৰ সৈতে এইবােৰ তথ্য ৰিজাই চাই যিবােৰ সাদৃশ্য আৰু বৈসাদৃশ্য দেখিছা, সেইবােৰ টুকি থােৱা । পৰিৱৰ্তন আৰু অবিচ্ছন্নতা — উভয় ক্ষেত্ৰত তুমি ইমানপৰে যি দেখিছা সেইবােৰ ব্যাখ্যা কৰা। 

উত্তৰঃ-


১২. তলত উল্লেখ কৰা ৱেবচাইটৰ অক্লাইন যােগে ‘ আইনৰ এটা ক্ষুদ্র খণ্ড ( ১০-১২ পৃষ্ঠাৰ ) বাছি লৈ তাক সাৱধানতাৰে সৈতে অধ্যয়ন কৰি এজন ঐতিহাসিকে ইয়াক কিদৰে ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ব, সেই বিষয়ে এখন ৰিপৰ্ট তথা প্রতিবেদন প্রস্তুত কৰা।

উত্তৰঃ-


Type- Nayan Jyoti Bordoloi




Post ID : DABP006640