ৰামক বুজাবলৈ ভৰতৰ আগমন । অধ্যায় ৮ । Chapter 8 | Class 4 Ramayana Sadhu Question and Answer Assam Sankardev School | Class 4 Ramayana Sadhu  Solution Assam Sankardev School | Class 4 Ramayana Sadhu  Suggestion and notes Sankardev School |  চতুৰ্থ মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ সহায়িকা । ৰামায়ণৰ সাধু চতুৰ্থ মান শ্ৰেণীৰ প্ৰশ্ন আৰু উত্তৰ


অধ্যায় ৮


ৰামক বুজাবলৈ ভৰতৰ আগমন


(১) চমু উত্তৰ দিয়া-


(ক) ভৰতে মাকক গালি-শপনি কিয় পাৰিছিল ?

উত্তৰঃ ককায়েক ৰামৰ বনগমন আৰু পিতাকৰ মৃত্যুৰ বাতৰি শুনি অতিশয় দুখ পালে | তেওঁ এইবোৰ ষড়যন্ত্ৰৰ কাৰণে মাকক বহুতো গালি-শপনি পাৰিলে।


(খ) কৈকেয়ীক মন্থৰাই কু-বুদ্ধি শিকোৱাৰ বাবে কি শাস্তি পালে ?

উত্তৰঃ কৈকেয়ীক মন্থৰাই কু-বুদ্ধি শিকোৱাৰ বাবে গোৰ মাৰিলে আৰু ৰাজমহলৰ পৰা উলিয়াই দিলে।


(গ) ভৰতে ৰামক বিচাৰি কলৈ যাত্ৰা কৰিছিল ?

উত্তৰঃ ভৰতে ৰামক বিচাৰি চিত্ৰকূটলৈ যাত্ৰা কৰিছিল।


(ঘ) লক্ষ্মণক খং কিয় উঠিছিল ?

উত্তৰঃ লক্ষ্মণে ভাবিলে হয়তো ভৰতে সেনা লৈ ৰামক বন্দী কৰিবলৈ আহিছে । আৰু সেইবাবে লক্ষ্মণৰ খং উঠিছিল।


(ঙ) ভৰতে কি দুটা প্ৰতিজ্ঞা কৰিছিল ?

উত্তৰঃ ভৰতে কৰা প্ৰতিজ্ঞা দুটা হ'লঃ

1. 'সিংহাসনত ৰামৰ খৰমযোৰ থৈ তাতে পূজা কৰিব' ।

2. 'চৈধ্য বছৰৰ পিচত ৰাম উভতি নাহিলে প্ৰাণ ত্যাগ কৰিব' ।


(২) খালী ঠাই পূৰ কৰা-


(ক) গুৰু বশিষ্ঠই ভৰত আৰু শত্ৰুঘ্নক আনিবলৈ দূত পঠিয়ালে।

(খ) ভৰতে পিতাকৰ সংস্কাৰ কৰিলে।

(গ) ভৰতে বাটত নিষাদৰাজ গুহৰ পৰা ককায়েক ৰামৰ বাতৰি পালে।


Apurba Kakati