ৰজা আৰু ঘটনাপঞ্জী | অধ্য়ায় ৯ | Chapter 9 | Class 12 History Solution Assam | Class 12 History Question Answer Assamese Medium | Class 12 History Part 2 Suggestion | Class 12 History Question Answer Notes | HS Second Year History Part 2 | দ্বাদশ শ্ৰেণী দ্বিতীয় খণ্ড ইতিহাস | উচ্চতৰ মাধ্যমিক দ্বাদশ শ্ৰেণী ইতিহাসৰ প্ৰশ্ন আৰু উত্তৰ |

ৰজা আৰু ঘটনাপঞ্জী

অধ্য়ায় ৯


১০০-১৫০ শব্দৰ ভিতৰত উত্তৰ দিয়া

১. মােগল সাম্রাজ্যত পাণ্ডুলিপি প্রস্তুতকৰণৰ পদ্ধতি বর্ণনা কৰা।

উত্তৰঃ-


২. মােগল ৰাজসভাৰ সৈতে জড়িত নিত্য - কার্যক্রম আৰু বিশেষভাৱে আয়ােজিত উৎসৱ - পার্বণে কিদৰে সম্রাটৰ ক্ষমতাৰ উমান দিয়ে? 

উত্তৰঃ-


৩. মােগল সাম্রাজ্যত সম্রাটৰ পৰিয়ালৰ মহিলাসকলৰ ভূমিকা নির্ণয় কৰা। 

উত্তৰঃ-


৪. কি কি বিবেচনাই উপ - মহাদেশৰ বৰ্হিভূত অঞ্চলৰ প্রতি মােগলৰ নীতি আৰু আচৰণক গঢ় দিয়ে? 

উত্তৰঃ-


৫. মােগলৰ প্রাদেশিক প্রশাসনৰ প্রধান বৈশিষ্ট্যসমূহ আলােচনা কৰা। কেন্দ্রই কিদৰে প্রদেশসমূহক নিয়ন্ত্রণ কৰিছিল? 

উত্তৰঃ-


এখন চমু ৰচনা লিখা (২৫০-৩০০ শব্দৰ ভিতৰত )

৬. মােগল কালানুক্রমিক বিৱৰণসমূহৰ চকুত পৰা বৈশিষ্ট্যসমূহ উদাহৰণৰ সৈতে আলােচনা কৰা।

উত্তৰঃ-


৭. এই অধ্যায়যােগে পৰিবেশিত চাক্ষুষ উপাদানসমূহ উৎস ১ ৰ আবুল ফজলৰ তচবীৰৰ বৰ্ণনাৰ সৈতে কিমানদূৰ অনুৰূপ বুলি তুমি ভাবা? 

উত্তৰঃ-


৮. মােগলৰ উচ্চপদমর্যাদাধাৰী ব্যক্তিসকলক লেখত ল'বলগীয়া বৈশিষ্ট্যসমূহ কি কি? তেওঁলােকৰ সৈতে কিদৰে সম্ৰাটৰ সম্বন্ধই গঢ় লয়?

উত্তৰঃ-


৯. মোগল ৰাজন্ত্ৰৰ আৰ্দশ গঢ়াত সহায় কৰা কাৰকসমূহ চিনাক্ত কৰা।

উত্তৰঃ-



 মানচিত্রৰ কাম

 ১০. বিশ্ব মানচিত্ৰৰ বহিঃৰেখা অঙ্কন কৰি তাত মােগলসকলৰ সৈতে ৰাজনৈতিক আৰু সাংস্কৃতিক সম্বন্ধ থকা ঠাইবােৰ বহুওৱা।

 

প্রকাল্প কাম ( যিকোনাে এটা বাছি লােৱা ) 

 ১১. মােগলৰ যিকোনাে এখন কালানুক্রমিক বিৱৰণীৰ অধিক তথ্য সংগ্রহ কৰা। বিৱৰণীৰ লেখক , ভাষা , প্রকাশভঙ্গী আৰু বিষয়বস্তুক লৈ এটি টোকা লিখা । তুমি পছন্দ কৰা বিৱৰণীৰ ব্যাখ্যাকৰণত ব্যৱহৃত অন্ততঃ দুটা চাক্ষুষ দৃশ্যত সম্রাট ক্ষমতা বুজাবলৈ কি কি প্রতীক ব্যৱহাৰ কৰিছে তাৰ ওপৰত বিশেষভাৱে দৃষ্টি দি এক বর্ণনা দিয়া।

উত্তৰঃ-


 ১২. ৰাজতন্ত্রৰ আদৰ্শ , ৰাজসভাৰ ৰীতি - নীতি আৰু ৰাজকীয় সামৰিক সেৱাৰ বাবে সৈন্য ভৰ্ত্তীকৰণৰ ক্ষেত্ৰত গ্ৰহণ কৰা নীতিৰ ওপৰত মনােযােগ দি মােগল ৰাজসভা আৰু প্ৰশাসনৰ সৈতে বর্তমান প্রশাসন পদ্ধতিৰ তুলনা দ্বাৰা দুয়ােটাৰ মাজত কি সাদৃশ্য আৰু বৈসাদৃশ্য তােমাৰ দৃষ্টিগােচৰ হৈছে , আলােকপাত কৰি এটি টোকা প্রস্তুত কৰা।

উত্তৰঃ-



Type- Nayan Jyoti Bordoloi



Post ID : DABP006675