সাম্য EQUILIBRIUM | Chapter 7 | Class 11 Chemistry Assamese medium | HS 1st Year Chemistry Suggestion Assam | Class 11 Chemistry Question And Answer Assam | Higher Secondary 1st year Chemistry Answer notes | অধ্যায় ৭ | সাম্য EQUILIBRIUM পাঠটোৰ প্ৰশ্ন উত্তৰ


7.1 নির্দিষ্ট উষ্ণতাত এটা বন্ধ পাত্ৰত জুলীয়া পদার্থ এটা ইয়াৰ বাষ্পৰ সৈতে সাম্যাৱস্থাত আছে। পাত্ৰটোৰ আয়তন হঠাতে বৃদ্ধি কৰা হ
'ল।

(a) বাষ্পীয় চাপৰ পৰিৱর্তনৰ ওপৰত প্ৰাৰম্ভিক প্রভাৱ কি হ'?

(b) প্ৰাৰম্ভনিতে বাষ্পীভৱন আৰু ঘনীভৱনৰ হাৰৰ পৰিৱৰ্তন কেনেকুৱা হ'?

(c) অৱশেষত সাম্য প্রতিস্থিত হলে কি হ'ব আৰু এই অৱস্থাত বাষ্পীয় চাপ কিমান হ?

7.2 তলত দিয়া বিক্রিয়াসা ম্যটোৰ বাবে Kc ৰ মান কিমান হ?

2SO2(g)+02(g)  2SO3(g)

পদার্থবোৰৰ সাম্য গাঢ়তা হল [SO2 ]= 0.60M, [O2] = 0.82M আৰু [SO3]=1.90M?

7.3 কোনো নির্দিষ্ট উষ্ণতাত আৰু 103Pa চাপত আয়ডিনৰ বাষ্পত আয়তন হিচাপ 40% পৰমাণু থাকে

সাম্যটোৰ বাবে Kp নির্ণয় কৰা

7.4 তলত দিয়া বিক্রিয়াসমূহৰ বাবে সাম্য ধ্রুৱক  Kc ৰ প্রকাশ ৰাশি লিখা

(i) 2NOCI (g)  2NO (g) + Cl2 (g)

(ii)

(iii)

(iv)

7.5 তলত দিয়া সাম্যসমূহৰ বাবে Kp ৰ মানৰ পৰা Kc ৰ মান নিৰ্ণয় কৰা-

(i)

(ii)

7.6 তলৰ সাম্যটোৰ বাবে

বিপৰীতমুখী বিক্ৰিয়াৰ বাবে Kc ৰ মান কিমান হ?

7.7 সাম্য ধ্ৰুৱকৰ প্ৰকাশ ৰাশিত বিশুদ্ধ জুলীয়া পদাৰ্থ আৰু গোটা পদাৰ্থৰ গাঢ়তা কিয় উপেক্ষা কৰা হয়?

7.8 N2 আৰু O2 ৰ মাজত বিক্ৰিয়াটো আমি তলত দিয়া ধৰণে লিখিব পাৰো-

কোনো এক নিদিষ্ট উষ্ণতাত 10L বিক্ৰিয়া পাত্ৰ এটাত 0.482 মN2 আৰু 0.933 মO2 মিহলাই N2O পন্ন হবলৈ দিয়া হল। এই ক্ষেত্ৰত Kc ৰ মান 2.010-37  লে সাম্যাৱস্থাৰ মিশ্ৰটোৰ সংযুতি নিৰ্ণয় কৰে।

7.9 তলত দিয়া বিক্ৰিয়া অনুসৰি নাইট্ৰিক অক্সাইড আৰু Br2 ৰ মাজত বিক্ৰিয়া হৈ নাইট্ৰ’ছিল ব্ৰমাইড উৎপন্ন হয়।

কোনো নিদিষ্ট উষ্ণতাত বন্ধ পাত্ৰ এটাত 0.087 মল পোৱা যায়। সাম্যৱাস্থাত NO আৰু Br2 ৰ পৰিমাণ নিৰ্ণয় কৰা।

7.10তলত দিয়া বিক্ৰিয়াটোৰ বাবে সাম্যাৱস্থাত 450K উষ্ণতাত

2SO2(g)+O2(g) 2SO3(g)

উষ্ণতাত Kc ৰ মান কিমান হ’ব?

7.11 0.2 বায়ুমণ্ডলীয় চাপত এটা ফ্লাক্সৰ ভিতৰত HI (g) ৰখা হল। সাম্যৱস্থাত HI (g) ৰ আংশিক চাপ 0.04 বায়ুমণ্ডলীয় চাপ। তলৰ সাম্যটোৰ বাবে Kp ৰ মান কিমান?

7.12 500K উষ্ণতাত 20L বিক্ৰিয়া পাত্ৰ এটাত 1.57 ম,ল N2, 1.92 ম’ল H2 আৰু 8.13 ম’ল NH3 ভৰোৱা হ’ল। N2 (g) + 3H2(g)NH3 (g) বিক্ৰিয়াৰ বাবে উষ্ণতাত সাম্য ধ্ৰুৱক Kc=1.7102 হ’লে বিক্ৰিয়া মিশ্ৰটো সাম্য অৱস্থাত আছেনে? যদি নাই বিক্ৰিয়াটো কোন পিনে অগ্ৰসৰ হ?

 

 

7.13 এটা গেছীয় বিক্রিয়াৰ বাবে সাম্য ধ্ৰুৱকৰ প্রকাশ ৰাশি হ

Kc=

এই প্রকাশ ৰাশি অনুসৰি সমতুলিত ৰাসায়নিক সমীকৰণটো লিখা।

7.14 H2O ৰ এক ম'ল আৰু CO ৰ এক মল 10L পাত্ৰ এটাত লৈ 725K উষ্ণতাত গৰম কৰা হল। সাম্যাৱস্থাত তলত দিয়া বিক্রিয়া অনুসৰি 40% পানীয়ে ভৰ হিচাপত CO ৰ লগত বিক্রিয়া কৰে

বিক্রিয়াটোৰ বাবে সাম্য ধ্ৰুৱকৰ মান নির্ণয় কৰা।

7.15 70OK উষ্ণতাত তলৰ বিক্রিয়াটোৰ বাবে সাম্য ধ্ৰুৱকৰ মান হল 54.8।

H2(g)+I2(g)HI (g)

যদি 700K উষ্ণতাত সাম্যাৱস্থাত 0.5 মল প্রতিলিটাৰ HI (g) থাকে তেনেহ'লে, H2 (g) আৰু I2 (g) ৰ গাঢ়তা কিমান হ, যদিহে আমি HI (g) ৰে বিক্রিয়াটো আৰম্ভ কৰি 700K উষ্ণতাত সাম্যাৱস্থা প্রাপ্ত হয় বুলি ধৰোঁ।

 

 

7.16 প্রতিটো পদাৰ্থৰ সাম্য অৱস্থাত গাঢ়তা (equilibrium concentration) কিমান হ, যদি ICI ৰ প্ৰাৰম্ভিক গাঢ়তা 0.78 M হয়?

 2ICI ( g )  I2 (g)+Cl2 (g); K=0.14

7.17 899 K উষ্ণতাত তলত দিয়া সাম্যটোৰ বাবে Kp ৰ মান হ0.04 atm C2H6 ৰ সাম্য গাঢ়তা কি হব যেতিয়া ইয়াক এটা ফ্লাক্সত (Flask) 4.0 atm চাপত ৰখা হয় আৰু সাম্য অৱস্থা পাব দিয়া হয়

C2H6 (g) 2H4(g)+H2(g)

7.18  ইথানল (C2H5OH) আৰু এছিটিক এছিডৰ (CH3COOH) মাজত হোৱা বিক্রিয়াৰ ফলত ইথাইল এছিটেট উৎপন্ন হয় আৰু সিহতৰ মাজৰ সাম্য অৱস্থাটো তলত দিয়া ধৰণে প্রকাশ কৰিব পাৰি

CH , COOH ( 1 ) + C , H , OH ( 1 ) CH , COOCH , ( 1 ) + H , 0 ( 1 )

(i) এই বিক্রিয়াটোৰ বাবে গাঢ়তাৰ অনুপাত (Qc) লিখা (বি. দ্র. অতিৰিক্ত পৰিমাণত পানী নাই আৰু ই দ্ৰাৱক নহয় ।)

(ii) 293 K উষ্ণতাত 1 ল এছিটিক এছিটিক আৰু 0.18 ল ইথানলেৰে বিক্রিয়াটো আৰম্ভ কৰিলে অন্তিম সাম্য মিশ্রত 0.171 ল ইথাইল এছিটেট থাকে। সাম্য ধ্ৰুৱকৰ মান গণনা কৰা

(iii) 0.5 ম’ল ইথানলৰ আৰু 1.0 ম’ল এছটিক এছিডেৰে বিক্ৰিয়াটো আৰম্ভ কৰিলে কিছু সময় পিছত 0.214 ম’ল ইথাইল এছিটেট পোৱা যায়। বিক্ৰিয়াটো সাম্য অৱস্থা পাবনে? (এই ক্ষেত্ৰত উষ্ণতা 293K ত নিয়ন্ৰণ কৰা হয়।)

7.19 খালী পাত্ৰ এটাৰ ভিতৰত বিশুদ্ধ PCI5 ৰ নমুনা এটা 473 K উষ্ণতাত ৰখা হঅৱস্থা পোৱাৰ পিছত PCI5 ৰ গাঢ়তা -1 মল/লিটাৰ পোৱা গল। যাগি সাম্য দ্ৰুৱক Kc ৰ মান 8.30-3 হয়, তেন্তে সাম্য অৱস্থাত PCI3 Ejg CI2 ৰ গাঢ়তা কিমান হ’ব?

PCI5 (g) CI3 (g)+CI2(g)

7.20 আইৰণ আকৰিকৰ পৰা তীখা প্ৰস্ততিত ঘটা বিক্ৰিয়া এটাত মন’ক্সাইডৰ দ্বাৰা আইৰন (II) অক্সাইডৰ বিজাৰণ ঘটাই আইৰন ধাতু আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰা হয়।  FeO (s)+CO(g)e (s)+CO2 (g); 1050 K উষ্ণতাত Kp=0.265 atm যদি CO আৰু CO2 ৰ প্ৰাৰম্ভিক আংশিক চাপ PCO=1.4 atm আৰু 0.80 atm হয় তেতিয়া 1050K উষ্ণতাত CO আৰু CO2 ৰ সাম্য আংশিক চাপ কি হব?

7.21 500 K উষ্ণতাত তলৰ বিক্রিয়াটো

N2 ( g ) + 3H2 (g)  2NH3 (g) ৰ সাম্য ধ্ৰুৱক Kc ৰ মান 0.061

এক নির্দিষ্ট সময়ত বিক্রিয়া মিশ্ৰণটোৰ সংযুক্তি 3.0 mo1 L-1 N2, 2.0 mo1 1-1H2 আৰু 0.5 mo1 L-1 পোৱা যায়বিক্রিয়াটো সাম্য অৱস্থাত আছেনে? যদি নাই সাম্য অৱস্থা পাবলৈ বিক্রিয়াটো কোন দিশত আগবাঢ়িব?

7.22 ব্রমিন মক্ল'ৰাইড, BrCl ব্ৰমিন আৰু ক্লৰিনলৈ বিয়োজন ঘটি সাম্য অৱস্থাপ্রাপ্ত হয়2BrCl (g)  Br2 ( g ) + Cl2 (g) 500 K উষ্ণতাত Kc = 32যদি আৰম্ভনিতে বিশুদ্ধ BrCI ৰ গাঢ়তা 3.3x10-3 হয় তেন্তে সাম্য অৱস্থাত মিশ্রটোত ইয়াৰ মলাৰ গাঢ়তা কি হব?

7.23 1127 K উষ্ণতাত আৰু 1 atm চাপত CO আৰু CO2 ৰ গেছীয় মিশ্র এটা গোটা কার্বনৰ সৈতে সাম্য অৱস্থাত থাকে। এই মিশ্রটোত ভৰ হিচাপে 90.55% CO আছে

ওপৰোক্ত উষ্ণতাৰ বাবে বিক্রিয়াটোৰ সাম্য ধ্ৰুৱক Kc ৰ মান গণনা কৰা

7.24 NO আৰু 02 ৰ পৰা 298 K উষ্ণতাত NO2 সৃষ্টিৰ বাবে (a)  আৰু (b) সাম্য ধ্ৰুৱক গণনা কৰা

7.25 তলৰ প্ৰতিটো সাম্যৰ বাবে চাপ কমাবলৈ আয়তন বৃদ্ধি কৰিলে বিক্ৰিয়াজাত পদাৰ্থৰ ম’ল সংখ্যা বাঢ়িব, কমিব বা নে একে থাকিব?

(a) PCI5 (g)CI3 (g)+CI2(g)

(b) CaO (S)+CO2(g)aCO3(s)

(c) 3Fe (s)+4H2 O (g) 3 O4 (S)+4H2(G)

7.26 চাপ বৃদ্ধি কৰিলে তলৰ বিক্ৰিয়াসমূহৰ কোনকেইটাৰ ওপৰত প্ৰভাৱ পৰিব? আৰু এই পৰিৱৰ্তনে বিক্ৰিয়াটো সন্মুখী নে বীপৰীতমুখী কৰিব উল্লেখ কৰা।

(i)        COCI2 (g)  CO (g) + CI2 (g)

(ii)       CH4 (g) + 2S2 (g)S2 (g) + 2H2S (g)

(iii)      CO2 (g) + C (s)CO (g)

(iv)      2H2 (g) + CO (g) H3 OH (g)

(v)       CaCO3 (s)aO (S) + CO2 (g)

(vi)      4 NH3 (g) + 502 (g)NO (g) + 6H2O(g)

7.27 1024 K উষ্ণতাত তলৰ বিক্ৰিয়াটোৰ বাবে সাম্য ধ্ৰুৱকৰ মান হ

H2 (g) + HBr(g)

যদি 1024 K উষ্ণতাত আৰু 10.0 bar চাপত থকা HBr গেছ এটা ৰুদ্ধ পা্ৰ এটাত ভৰোৱা হয়, তেন্তে 1024 K উষ্ণতাত সকলোবোৰ গেছৰ সাম্য চাপ নিৰ্ণয় কৰা।

7.28 তলত দিয়া তাপগ্রাহী (endothermic) বিক্রিয়াৰ দ্বাৰা প্রাকৃতিক গেছৰ জলীয় বাষ্পৰ সহায়ত হোৱা আংশিক জাৰণৰ পৰা ডাইহাইড্রজেন (H2) গেছ পৱা যায়CH4 (g) + H20 (g) CO (g) + 3H2 (g)

(a) ওপৰৰ বিক্রিয়াটোৰ বাবে KP ৰ প্রকাশ ৰাশিটো লিখা

(b) KP ৰ মান আৰু সাম্য মিশ্র সংযুক্তি তলত দিয়াবোৰে কেনেদৰে প্ৰভাৱিত হব।

(i) চাপ বৃদ্ধি কৰি

(ii) উষ্ণতা বৃদ্ধি কৰি

(iii) এটা অনুঘটক ব্যৱহাৰ কৰি

7.29 2H2(g)+CO(g)H3OH(g) ৰ ওপৰত নিম্ন লিখিত পৰিৱৰ্তনবোৰ সাধন কৰিলে কি প্রভাৱ পৰিব বাখ্যা কৰা

(a) H2 সংযােজন ।

(b) CH3OH ৰ সংযোজন

(c) CO আঁতৰালে

(d) CH3OH আঁতৰালে

 

 

7.30 ( a ) ( b ) ( c ) 7.31

473K উষ্ণতাত ফছফৰাছ পেন্টাক্ল'ৰাইডৰ (PCl) বিয়াোজনৰ সাম্য ধ্ৰুৱক KC মান 8.3x10-3 বিক্রিয়াটো হ

PCI5 (g) PCI; (g) + CI2 (g)  

(a) বিক্রিয়াটোৰ বাবে KC ৰ প্রকাশ ৰাশি লিখা

(b) একে উষ্ণতাত বিপৰীতমুখী বিক্রিয়াটোৰ বাবে KC ৰ মান কি হ?

(c) Kc ৰ ওপৰত প্ৰভাৱ কি হব যদি (i) অধিক ফছফৰাছ পেন্টাক্ল'ৰাইড, PCl5 যোগ কৰা হয় (ii) চাপ বৃদ্ধি কৰা হয়, (iii) উষ্ণতা বৃদ্ধি কৰা হয়

7.31 প্রাকৃতিক গেছৰ পৰা পোৱা মিথেনৰ সৈতে উচ্চ উষ্ণতাত জলীয় বাষ্পৰ বিক্রিয়া ঘটাই হেবাৰৰ পদ্ধতিত ব্যৱহৃত ডাইহাইড্রজেন গেছ উৎপন্ন কৰা হয়। দুটা খাপত (stage) ঘটা বিক্রিয়াটোৰে প্ৰথম খাপত CO আৰু H2 গেছৰ সৃষ্টি হয়। ২ য় ঢাপত, ১ ম খাপত সৃষ্টি হোৱা CO এ অধিক জলীয় বাষ্পৰ সৈতে বিক্রিয়া কৰে

CO (g) + H2O (g)  CO2 (g) + H2 (g) যদি 400°C উষ্ণতাত থকা পাত্র এটা সমমলৰ CO আৰু জলীয় বাষ্পৰ মিশ্ৰৰে পূৰ্ণ কৰা হয় যাতে Pco =  bar, তেন্তে সাম্য অৱস্থাত H2 ৰ আংশিক চাপ কিমান হ? 400°C উষ্ণতাত KP = 10.1

7.32 তলৰ কোনটো বিক্রিয়াৰ বিক্রিয়ক আৰু বিক্রিয়াজাত পদাৰ্থৰ গাঢ়তা গ্রহণযোগ্য হব ঠাৱৰ কৰা

(a)         KC=-39

(b) CI2(g)+2NO (g) 2NOCI (g) KC=3.7108

(C) CI2 (g)+2NO2CI (g) 2NO2CI (g)     KC=1.8

 

 

7.33 25°C উষ্ণতাত 302 (g)   203 (g) বিক্রিয়াটোৰ বাবে KC ৰ মান হ  যদি 25°C উষ্ণতাত বায়ুৰ 02 ৰ সাম্য গাঢ়তা  হয়, তেন্তে 03 ৰ গাঢ়তা কি হব?

7.34 1300 K উষ্ণতাত 1L ফ্লাক্স এটাত তলত দিয়া বিক্রিয়াটো সাম্য অৱস্থাত আছেCO (g) + 3H2 (g)  CH4 (g) + H2O (g)

ফ্লাক্সটোত 0.30 mo1 CO, 0.10 mo1 H2 আৰু 0.02 mol H2 O আৰু অজ্ঞাত পৰিমাণৰ CH4 আছেমিশ্রটোত CH4 ৰ গাঢ়তা নির্ণয় কৰা1300 K উষ্ণতাত বিক্রিয়াটোৰ সাম্য ধ্রুৱক, KC ৰ মান হ3.90

7.35 সংযুগ্ম অম্ল ক্ষাৰক বুলিলে কি বুজা? তলত দিয়াবোৰৰ বাবে সংযুগ্ম অম্ল/ক্ষাৰক উলিওৱা HNO2, CN-, HCIO4, F-, OH-, CO32-, আৰু S2-

7.36 তলৰ কোনবোৰ লিউছৰ এছিড?

H20, BF3, H+, আৰু

7.37 তলৰ দিয়া ব্রনষ্টেড এছিডবোৰৰ সংযুগ্ম ক্ষাৰক কি হ?

HF, H2, SO4, আৰু HC0-3

7.38 তলত দিয়া ব্রনষ্টেড ক্ষাৰকৰ সংযুগ্ম এছিডবোৰ লিখা

 NH3 আৰু HCOO-.

7.39 তলত দিয়া অণু/আয়নবোৰে ব্ৰনষ্টেড এছিড আৰু ক্ষাৰক হিচাপে ক্রিয়া কৰেপ্রত্যেকটোৰ বাবে সংযুগ্ম এছিড আৰু ক্ষাৰক লিখা

H20, ,  আৰু NH3

7.40 তলত দিয়া আয়ন/অণুবোৰক লিৱিছ এছিড আৰু ক্ষাৰক হিচাপে শ্রেণীবিভাজন কৰা আৰু ইহঁতে কেনেকৈ লিৱিছ এছিড/ক্ষাৰক হিচাপে ক্রিয়া কৰে দেখুওৱা

(a) OH- (b) F- (c) H+ (d) BCI3.

7.41 কোমল পানীয়ৰ নমুনা এটাত থকা হাইড্রজেন আয়নৰ গাঢ়তা হ

 ইয়াৰ pH কি হ'?

 

 

 

 

 

 

7.42 7.43 7.44 7.45 .

7.42 ভিনেগাৰৰ নমুনা এটাৰ pH 3.76 ইয়াত থকা হাইড্রজেন আয়নৰ গাঢ়তা গণনা কৰা

7.43 298 K উষ্ণতাত HF, HCOOH আৰু HCN ৰ আয়নীয় ধ্ৰুৱকৰ মান যথাক্রমে   আৰু -9 ইহঁতৰ সংযুগ্ম ক্ষাৰকবোৰৰ আয়নীয় ধ্ৰুৱকৰ মান গণনা কৰা

7.44 ফিনলৰ আয়নীয় ধ্ৰুৱকৰ মান হ-100.05M ফিনলৰ দ্ৰৱ এটাত থকা ফিনলেট আয়নৰ গাঢ়তা কিমান হ? যদি দ্ৰৱটো 0.01M ছডিয়াম ফিনলেট হয়, তেন্তে ইয়াৰ আয়নীকৰণৰ মাত্রা কি হ'?

7.45 ৰ প্রথম আয়নীকৰণ ধ্ৰুৱকৰ মান -8ইয়াৰ 0.1 M দ্ৰৱত থকা HS- আয়নৰ গাঢ়তা গণনা কৰাযদি হাইড্রক্লৰিক এছিড সাপেক্ষে দ্ৰৱটো 0.1M হয়, তেন্তে এই গাঢ়তা কেনেদৰে প্ৰভাৱিত হব? যদি H2S ৰ দ্বিতীয় আয়নীকৰণ ধ্ৰুৱক -13 হয়, তেন্তে দুয়ো ক্ষেত্ৰতে S-2 ৰ গাঢ়তা গণনা কৰা

7.46 এছেটিক এছিডৰ আয়নীকৰণ ধ্ৰুৱক হ-5 ইয়াৰ 0.05M দ্ৰৱ এটাত এছেটিক এছিডৰ বিয়োজনৰ মাত্রা গণনা কৰাদ্ৰৱত থকা এছিটেট আয়নৰ গাঢ়তা আৰু ইয়াৰ pH গণনা কৰা

7.47 জৈৱ এছিড এটাৰ 0.01M দ্ৰৱৰ pH 4.15এনায়নটোৰ গাঢ়তা, এছিডৰ আয়নীকৰণ ধ্রুৱক আৰু ইয়াৰ pKa ৰ মান গণনা কৰা।0

7.48 সম্পূর্ণ বিয়োজন হোৱা বুলি ধৰি, তলৰ দ্ৰৱ কেইটাৰ pH গণনা কৰা

(a) 0.003 M HCl

(b) 0.005 M NaOH

(c) 0.002 M HBr

(d) 0.002 M KOH

7.49 তলৰ দ্ৰৱকেইটাৰ pH গণনা কৰা-

(a) 2 g TIOH পানীত দ্ৰৱীভূত কৰি পোৱা 2 লিটাৰ দ্ৰৱ

(b) 0.3 g Ca(OH) পানীত দ্ৰৱীভূত কৰি পাোৱা 500mL দ্ৰৱ।

(c) 0.3 g Na OH পানীত দ্ৰৱীভূত কৰি পোৱা 200 mL দ্ৰৱ

(d) 13.6 M HCI ৰ 1mL পানীৰে লঘু কৰি পোৱা 1 লিটাৰ দ্ৰৱ

7.50 0.1 M ব্রমএছেটিক এছিড দ্ৰৱৰ আয়নীকৰণৰ মাত্রা হল 0.132দ্ৰৱটোৰ pH আৰু ব্রমএছেটিক এছিডৰ pKa ৰ গণনা কৰা।

7.51 0.005M ডেইন [Codeine (C18 H21 NO)] দ্রৱৰ pH 9.95ইয়াৰ আয়নীকৰণ ধ্ৰুৱক আৰু pKb ৰ মান গণনা কৰা

7.52 0.001 M এনিলিন দ্রৱৰ pH কি হ'? এনিলিনৰ আয়নীকৰণ ধ্ৰুৱকৰ মান তালিকা 7.7 ৰ পৰা লব পৰা যায়দ্ৰৱটোত এনিলিনৰ আয়নীভৱনৰ মাত্রা গণনা কৰা। এনিলিনৰ সংযুগ্ম এছিডৰো আয়নীকৰণ ধ্ৰুৱকৰ মান গণনা কৰা

7.53 যদি এছেটিক এছিডৰ pKa ৰ মান 4.74 হয়, তেন্তে 0.05M এছেটিক এছিডৰ আয়নীভৱনৰ মাত্রা গণনা কৰা

যেতিয়া দ্ৰৱটোত (a) 0.01 M (b) 0.1 M HCl থাকে তেতিয়া ইয়াৰ আয়নীভৱনৰ মাত্ৰাৰ কেনেদৰে প্ৰভাৱিত হ?

7.54  ডাইমিথাইল এমিনৰ আয়নীকৰণ ধ্ৰুৱকৰ মান -4, 0.02 M দ্ৰৱ এটাত ইয়াৰ আয়নীকৰণৰ মাত্রা গণনা কৰাযদি দ্ৰৱটো NaOH সাপেক্ষে 0.1M হয়, তেন্তে ডাইমিথাইল এমিনৰ আয়নীকৰণ মাত্রা কিমান হ?

7.55 তলত দিয়া জৈৱিক ৰসবোৰৰ pH ৰ মান দিয়া আছেসিহঁতৰ H+ আয়নৰ গাঢ়তা গণনা কৰা

(a) মানুহৰ পেশীৰস, 6.83

(b) মানুহৰ পাকস্থলী ৰস, 1.2

(c) মানুহৰ তেজ 7.38

(d) মানুহৰ লেলাউটি (human saliva) 6.4

7.56 গাখীৰ, ব্লেক কফি, বিলাহীৰ ৰস (tomato juice) নেমু টেঙাৰ ৰস (lemon juice) আৰু কণীৰ বগা অংশৰ pH যথাক্রমে 6.8, 5.0, 4.2, 2.2 আৰু 7.8প্ৰতিটোৰে হাইড্রজেন আয়নৰ গাঢ়তা গণনা কৰা

7.57 298 K উষ্ণতাত, 0.561g K OH পানীত দ্ৰৱীভূত কৰি পোৱা 200 mL দ্ৰৱত থকা পটাছিয়াম, হাইড্রজেন আৰু হাইড্রক্সিল আয়নৰ গাঢ়তা গণনা কৰাইয়াৰ pH কি হ'?

7.58 298 K উষ্ণতাত, Sr (OH)2 ৰ দ্ৰাৱ্যতা হল 19.23 g/L ঊনচিয়াম আৰু হাইড্রক্সিল আয়নৰ গাঢ়তা আৰু দ্ৰৱটোৰ pH গণনা কৰা

7.59 প্রপানয়িক এছিডৰ আয়নীকৰণ ধ্ৰুৱকৰ মান হ0-5ইয়াৰ 0.05 M দ্ৰৱত এছিডটোৰ আয়নীয়কৰণৰ মাত্ৰা আৰু দুৱৰ pH গণনা কৰাদ্ৰৱটো HCl সাপেক্ষে 0.01 M 'লে ইয়াৰ আয়নীকৰণৰ মাত্রা কি হব?

7.60 0.1M চায়েনিক এছিডৰ (HCNO) ৰ দ্ৰৱৰ pH 2.34এছিডটোৰ আয়নীকৰণ ধ্ৰুৱক আৰু দুৱত ইয়াত আয়নীকৰণৰ মাত্রা গণনা কৰা

7.61 নাইট্রাছ এছিডৰ আয়নীকৰণ ধ্রুবকৰ মান -4লে, 0.04 M ছডিয়াম নাইট্রাইট দ্ৰৱৰ pH আৰু জলবিশ্লেষণৰ মাত্রা গণনা কৰা

7.62 পিৰিডিনিয়াম হাইড্রক্লৰাইডৰ 0.02M দুৱৰ pH 3.44 হলে পিৰিডিনৰ আয়নীকৰণ ধ্ৰুৱকৰ মান গণনা কৰা

7.63 তলত দিয়া লৱণবোৰৰ দ্ৰৱবোৰ আম্লিক, ক্ষাৰকীয়নে প্রশম ঠাৱৰ কৰা

NaCI, KBr, NaCN, NH4NO3, NaNO2 আৰু KF

7.64 ক্লএছেটিক এছিডৰ আয়নীকৰণ ধ্ৰুৱকৰ মান -3লে 0.1M এছিড আৰু ইয়াৰ 0.1M ছডিয়াম লৱণ দুৱৰ pH কি হ'?

7.65 310 K উষ্ণতাত পানীৰ আয়নীয় গুণফল হ-14| এই উষ্ণতাতে প্রশম পানীৰ pH কি হ?

7.66 তলত দিয়া মিশ্ৰবোৰৰ pH গণনা কৰা

a) 10 mL 0.2M Ca (OH), +25 mL 0.1M HCI

b) 10 mL 0.01M H2 SO4 + 10 mL 0.01M Ca (OH)2

c) 10 mL 0.1M H2 SO4 + 10 mL 0.1M KOH

7.67 তালিকা 7.9 ত দিয়া দ্রব্যতা গুণফল ধ্ৰুৱকৰ পৰা 298 K উষ্ণতাত ছিলভাৰ ক্ৰমেট, বেৰিয়াম ক্রমেট, ফেৰিক হাইড্রক্সাইড, লেড ক্লৰাইড আৰু মাৰকিউৰাছ আয়'ডাইডৰ দ্ৰাৱ্যতা নির্ণয় কৰা আৰু প্ৰতিটো আয়নৰ মলাৰিটি নির্ণয় কৰা

7.68 Ag2 Cro4 আৰু AgBr ৰ দ্ৰাৱ্যতা গুণফল ধ্ৰুৱকৰ মান যথাক্রমে -12 আৰু -13সিহঁতৰ সংপৃক্ত দ্ৰৱৰ মলাৰিটিৰ অনুপাত গণনা কৰা

7.69 ছডিয়াম আয়ডেট আৰু কিডপ্রিক ক্লৰেটৰ 0.002 M দ্ৰৱৰ সম আয়তন একে লগে মিহলোৱা হ'ই কপাৰ আয়ডেট অধঃক্ষেপিত কৰিবনে? (কিউপ্রিক আয়ডেটৰ বাবে Ksp=-8)

7.70 বেনজয়িক এছিডৰ আয়নীকৰণ ধ্ৰুৱক হ-5 আৰু ছিলভাৰ বেনজয়েটৰ Ksp মান হবিশুদ্ধ পানীত ইয়াৰ দ্রাব্যতাৰ তুলনাত pH 3.19 ৰ বাফাৰত ছিলভাৰ বেনজয়েট কিমানগুণে বেছি দ্ৰৱীভূত হ?

7.71 সম মলাৰ ফেৰাছ ছালফাইড আৰু ছ'ডিয়াম ছালফাইডৰ দ্ৰৱৰ সম আয়তন এনেকৈ মিহলোৱা হল যাতে আইৰন ছালফাইড অধ:ক্ষেপিত নহয়, তেন্তে ইয়াৰ সর্বোচ্চ গাঢ়তা কি হ? (আইৰন ছালফাইডৰ বাবে Ksp= -18)

7.72 298K উষ্ণতাত 1g কেলছিয়াম ছালফেট দ্ৰৱীভূত কৰিবলৈ প্রয়োজনীয় সর্বনিম্ন পানীৰ আয়তন কি হ'? (কেলছিয়াম ছালফেটৰ Ksp= -6)

7.73 হাইড্রজেন ছালফাইডৰ দ্বাৰা সংপৃক্ত 0.1M HCl দ্ৰৱত থকা ছালফাইড আয়নৰ গাঢ়তা হ-19 Mযদি ইয়াৰ 10mL তলৰ লৱণবোৰৰ 0.04M দ্ৰৱৰ 5mL ৰ লগত যোগ কৰা হয় কোনটো দ্রৱত অধঃক্ষেপন ঘটিব?

FeSO4, MnCl2, ZnCl2, আৰু CdCI2,





Post ID : DABP006655