-------------------------------------
ASM- HC-5016
অসমীয়া নাটক আৰু পৰিৱেশন শৈলী
--------------------------------------------------------
--------------------------------------------------------
সহায়ক গ্ৰন্থ (নিৰ্বাচিত) ঃ
অসমৰ লোকনাট ঃ নবীনচন্দ্ৰ শৰ্মা
অসমীয়া নাটক ঃ স্বৰাজোত্তৰ কাল ঃ শৈলেনে ভৰালী
অসমীয়া নাট্য় সাহিত্য় ঃ সত্য়েন্দ্ৰনাথ শৰ্মা
অসমীয়া নাট্য় সাহিত্য়ৰ জিলিঙনি (আদিৰ পৰা ১৯৬৭ পৰ্যন্ত) হৰিশ্চন্দ্ৰ ভট্টাচাৰ্য
আধুনিক অসমীয়া নাটক ঃ পৰীক্ষা নিৰীক্ষা আৰু বিভিন্ন ধাৰা ঃ কুলদা কুমাৰ ভট্টাচাৰ্য
আহাৰঃ অৰুণ শৰ্মা
উদ্ভট নাটক ঃ বিনোদ শৰ্মা
নাটক আৰু অভিনয় প্ৰসংগ ঃ সত্য়প্ৰসাদ বৰুৱা
নাটক আৰু মঞ্চকলা ঃ অজিত ভৰালী
প্ৰসংগ নাটক ঃ পোনা মহন্ত
ভৰতৰ নাট্য়শাস্ত্ৰ ঃ অসমৰ নাট্য় সন্মিলন
মঞ্চলেখা ঃ অতুলচন্দ্ৰ হাজৰিকা
মঞ্চ দৃশ্য়েৰ বিকাশ ও সমীক্ষা ঃ ৰঞ্জিতকুমাৰ মিত্ৰ
An Anatomy of Drama : M. Boulton
Bhaona : The Ritual Play of Assam : M. Neog (s.l)
Performance Theory : R. Schechner
Theory of Performance Studies : P. Auslanu
--------------------------------------------------------
--------------------------------------------------------
ASM-HC-5026
অসমীয়া ব্য়াকৰণ
--------------------------------------------------------
--------------------------------------------------------
সহায়ক গ্ৰন্থ (নিৰ্বাচিত) ঃ
অসমীয়া বৰ্ণপ্ৰকাশ ঃ গোলোক চন্দ্ৰ গোস্বামী
অসমীয়া ব্য়াকৰণ আৰু ভাষাতত্ত্ব ঃ কালিৰাম মেধি
অসমীয়া ব্য়াকৰণ মৌলিক বিচাৰ ঃ গোলোক চন্দ্ৰ গোস্বামী
অসমীয়া ভাষাৰ ব্য়াকৰণ ঃ উপেন্দ্ৰনাথ গোস্বামী
অসমীয়া ভাষাৰ ৰূপকথা ঃ উপেন্দ্ৰনাথ গোস্বামী
অসমীয়া ভাষাৰ ৰূপতত্ত্ব ঃ লীলাৱতী শইকীয়া বৰা
উচ্চতৰ অসমীয়া ব্য়াকৰণ ঃ ৰমেশ পাঠক
ব্য়াকৰণ আৰু প্ৰাকৃতি বিজ্ঞান ঃ ৰমেশ পাঠক
ব্য়ৱহাৰিক ধ্বনি বিজ্ঞান ঃ দীপংকৰ মৰল
ব্য়াকৰণ ঃ প্ৰাচ্য় আৰু পাশ্চাত্য় ঃ খগেশ সেন ডেকা
ভাষাবিজ্ঞান উপক্ৰমণিকা ঃ অৰ্পণা কোঁৱৰ
Assamese: Its Formation and Development : B.K. Kakati
Syntactic Structure : Noam Chomsky
-------------------------------------------------------
-------------------------------------------------------
ASM-HE-5016
অসমীয়া লোক-সাহিত্য় অধ্য়য়ন
-------------------------------------------------------
-------------------------------------------------------
সহায়ক গ্ৰন্থ (নিৰ্বাচিত) ঃ
অলৌ গুটি-তলৌ গুটি ঃ অসমৰ খেল-ধেমালীৰ গীত-মাত ঃ উপেন ৰাভা হাকাচাম (সম্পা.)
অসমীয়া জনসাহিত্য় ঃ প্ৰফুল্লদত্ত গোস্বামী
অসমীয়া লোক-সাহিত্য়ৰ ৰূপৰেখা ঃ লীলা গগৈ
কামৰূপী লোকগীতি সংগ্ৰহ ঃ হেমন্ত কুমাৰ শৰ্মা (সম্পা.)
গোৱালপৰীয়া লোকগীত সংগ্ৰহ ঃ বীৰেন্দ্ৰনাথ দত্ত (সম্পা.)
দৰঙী লোকগীতি সংগ্ৰহ ঃ কনক চন্দ্ৰ চহৰীয়া (সম্পা.)
বাৰমাহৰ তেৰ গীত ঃ প্ৰফুল্লদত্ত গোস্বামী
হেনা-হুচা ঃ অসমীয়া জনজাতীয় / জনগোষ্ঠীয় লোকসাহিত্য়ৰ সংকলন (প্ৰথম আৰু দ্বিতীয় খণ্ড ঃ উপেন ৰাভা হাকাচাম (সম্পা.)
-----------------------------------------------------
-----------------------------------------------------
ASM-HE-5026
অসমীয়া বনন্য়াসবাদী কবিতা
-----------------------------------------------------
-----------------------------------------------------
সহায়ক গ্ৰন্থ (নিৰ্বাচিত) ঃ
অম্বিকাগিৰী ৰায়চৌধুৰী ঃ সত্য়েন্দ্ৰনাথ শৰ্মা (সম্পা.)
অসমীয়া কবিতা ঃ কৰবী ডেকা হজৰিকা
কবি চন্দ্ৰকুমাৰ ঃ কবীন ফুকন
কবি চৌধাৰী আৰু চৌধাৰীদেৱৰ কবিতা ঃ কমলেশ্বৰ শৰ্মা
কবিতামঞ্জৰী ঃ বিশ্ববিদ্য়ালয় প্ৰকাশন বিভাগ, গুৱাহাটী বিশ্ববিদ্য়ালয়
কবিতাৰ কথা ঃ নিৰ্মলপ্ৰভা বৰদলৈ
কবিতাৰ ভাষা আৰু অন্য়ান্য় প্ৰবন্ধ ঃ উপেন্দ্ৰ নাথ শৰ্মা
চন্দ্ৰকুমাৰৰ কবিতা সংগ্ৰহ ঃ নগেন শইকীয়া
প্ৰবন্ধ (১৯৭৩-২০১৫) ঃ ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী
ৰঘুনাথ চৌধাৰীৰ কাব্য় বিচাৰ ঃ উমেশ ডেকা আৰু নীলমোহন ৰয় (সম্পা.)
ৰমন্য়াসবাদ ঃ মহেন্দ্ৰ বৰা
ৰমন্য়াসবাদ আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা ঃ কামালুদ্দিন আহমেদ
প্ৰজ্ঞা-সিন্ধু কবি মফিজুদ্দিন ঃ আনিছ উজ্ জামান (সম্পা.)
----------------------------------------------
----------------------------------------------
ASM-HE-5036
শংকৰদেৱ
----------------------------------------------
----------------------------------------------
সহায়ক গ্ৰন্থ (নিৰ্বাচিত) ঃ
অনুনাদ ঃ শ্ৰীমন্ত শংকৰ আৰু অসমীয়া সংস্কৃতি ঃ ৰঞ্জিৎ কুমাৰ দেৱগোস্বামী (সম্পা.)
অসমৰ বৈষ্ণৱ সাহিত্য় আৰু দৰ্শন ঃ অণিমা দত্ত
পুৰণি অসমীয়া সাহিত্য় ঃ বাণীকান্ত কাকতি
প্ৰবন্ধ গানৰ পৰম্পৰাত বৰগীত ঃ বাপচন্দ্ৰ মহন্ত
মহাপুৰুষ শংকৰদেৱ ঃ নবীন চন্দ্ৰ শৰ্মা
শংকৰী সাহিত্য়ৰ সমীক্ষা ঃ ভৱ প্ৰসাদ চলিহা (সম্পা.)
শংকৰদেৱ (১ম আৰু দ্বিতীয় খণ্ড) ঃ মহেশ্বৰ নেওগ
শংকৰদেৱ অধ্য়য়ন প্ৰসঙ্গ ঃ কেশৱানন্দ দোৱগোস্বামী
শংকৰদেৱৰ অধ্য়য়নৰ গ্ৰন্থপঞ্জী ঃ বিমল মজুমদাৰ (সম্পা.)
শংকৰদেৱৰ কৃতি আৰু কৃতিত্ব ঃ শিৱনাথ বৰ্মন
শংকৰদেৱৰ সাহিত্য় প্ৰতিভা ঃ হৰিনাথ শৰ্মা দলৈ
শ্ৰীমন্ত শংকৰদেৱৰ সমাজ আৰু সংস্কৃতি ঃ প্ৰদীপজ্য়োতি মহন্ত (সম্পা.)
------------------------------------------------
------------------------------------------------
ASM-HE-5046
অসমীয়া কল্পবিজ্ঞান সাহিত্য়
-----------------------------------------------
সহায়ক গ্ৰন্থ (নিৰ্বাচিত) ঃ
অসমীয়া বিজ্ঞান সাহিত্য় ঃ দীনেশ বৈশ্য় (সম্পা.)
অসমীয়া বিজ্ঞান সাহিত্য় ঃ অতীতৰ পৰা বৰ্তমানলৈ ঃ ক্ষীৰধৰ বৰুৱা (সম্পা.)
ইলেক্টনিক নামৰ ল'ৰাটো ঃ শান্তনু তামুলী
বিজ্ঞান সাহিত্য় ঃ অসমীয়া বিজ্ঞান সাহিত্য়ৰ বিভিন্ন ধাৰা ঃ প্ৰমোদ চন্দ্ৰ নেওগ
বিংশ শতিকাৰ অসমীয়া বিজ্ঞান সাহিত্য় ঃ পৰমানন্দ মহন্ত
মইনা ঃ হৰিপ্ৰসাদ বৰুৱা
হিমেন্দ্ৰ বৰঠাকুৰৰ নাট্য়সম্বাৰ আৰু আলোচনা ঃ নিশিগন্ধা তালুকদাৰ (সম্পা.)
শব্দ নিৰন্তৰ শব্দ ঃ দীনেশ চন্দ্ৰ গোস্বামী
সোৰভ কুমাৰ চলিহা ৰচনাৱলী ঃ শোণিত বিজয় দাস, মুনীন বায়ন (সম্পা.)
Science Fiction: Adam Charles Roberts
Science Fiction: Brian Baker
--------------------------------------------------------------
লেখকৰ সুবিধা অনুসৰি কিতাপখনৰ প্ৰশ্ন আৰু উত্তৰ দিয়া হোৱা নাই । যদি প্ৰশ্ন আৰু উত্তৰ লাগে আমাৰ MODEL BOOKS CILCK কৰক MODEL BOOKS
--------------------------------------
GU BA 5th Semester Assamese Question and Answer
--------------------------------------
UPDATE-2022
---------------------------------------
GU TDC 5th Sem Assamese (major) Solution
---------------------------------------
UPDATE-2022
---------------------------------------------
Gauhati University TDC 5th Semester Assamese
ব্ৰজবুলি সাহিত্য মুকুৰ প্ৰশ্ন আৰু উত্তৰ
----------------------------------------------
UPDATE-2022
----------------------------------------------
----------------------------------------------
অসমীয়া জাতিৰ ইতিবৃত্ত প্ৰশ্ন আৰু উত্তৰ
GU TDC 5th Sem Assamese Solution
----------------------------------------------
GU TDC 5th Sem Assamese Solution
----------------------------------------------