অসমীয়া সাহিত্যৰ ৰূপৰেখা কিটাপৰ প্ৰশ্ন আৰু উত্তৰ । লিখক মহেশ্বৰ নেওক । Guahati University TDC 1st Semester Assamese Question And Answer Assam | GU TDC 1st Sem Assamese Solution | Guahati University TDC 1st Sem Assamese Notes And Suggestion | Guwahati University BA 1st Samester Assamese Old Question And Answer |


--------------------------------------------------

অসমীয়া সাহিত্যৰ ৰূপৰেখা প্ৰশ্ন আৰু উত্তৰ

BA 1st Sem Assamese Solution

 Gauhati University TDC 1st Semester Assamese

--------------------------------------------------

লেখকৰ সুবিধা অনুসৰি কিতাপখনৰ প্ৰশ্ন আৰু উত্তৰ দিয়া হোৱা নাই । যদি প্ৰশ্ন আৰু উত্তৰ লাগে আমাৰ MODEL BOOKS CILCK  কৰক MODEL BOOKS 



অসমীয়া সাহিত্যৰ ৰূপৰেখা

 CONTENT 

--------------------------------------------------

--------------------------------------------------


॥ ভাষাৰ ক্ৰমবিকাশ ।। 

পৃথিৱীৰ ভাষা - গােষ্ঠীঃ ইন্দো - ইউৰােপীয়, ছেমীয়, হামীয়, ভােট - চীনীয়, অস্ট্রিক, বান্টু আদি — ইন্দো - ইউৰােপীয় ভাষা - পৰিয়ালঃ ইন্দো - ইৰানীৰ বা আর্য, হেলেনীয় বা গ্রীক, ইতালীয়, কেল্টীয়, জার্মেনীয় টিউটনীয় আদি — ইন্দো ইৰানীয় ভাষা - শাখাঃ ভাৰতীয় - আর্য, দৰদীয় বা পিশাচ আৰু ইৰানীয় — ভাৰতীয় আর্য ভাষা - গুচ্ছঃ বৈদিক, সংস্কৃত, পালি - প্রাকৃত অপভ্রংশ, সিংহলী, জিছি ভাষা আদি; ভাৰতীয় - আর্য ভাষাৰ যুগঃ প্রত্ন - ভাৰতীয় - আর্য , মধ্য - ভাৰতীয় আর্য আৰু নব্য - ভাৰতীয় - আর্য — অসমীয়া ভাষাৰ ক্ৰমবিকাশঃ উৎপত্তি, তাম্ৰশাসনৰ যুগ, চর্যাগীতিৰ যুগ, শ্রীকৃষ্ণকীৰ্ত্তন , প্রাগ্নৱবৈষ্ণৱ যুগ , নৱবৈষ্ণৱ যুগ , ব্রজবুলি , কথাৰচনা , আৰবী - ফার্চীৰ আলহী শব্দ , তাই - অস্ট্রিক আৰু ভােট বর্মী প্রভাৱ , আধুনিক পর্ব , বেপ্টিস্ট যুগ , ইংৰাজী আদি আধুনিক প্রভাৱ 

--------------------------------------------------

--------------------------------------------------

॥ লােক-গীতি আৰু লােক-কথা ৷৷ 

ক . গীতি - সাহিত্য — ভূমিকা — বিহুনাম আৰু বনগীত — বিয়া - নাম - ধাই নাম , ধেমালিনাম — আই - নাম , লখিমী - সবাহৰ গীত , অপেছৰাৰ গীত — গােসাঁই নাম — সদাশিৱৰ নাম — দেহবিচাৰৰ গীত , টোকাৰী গীত — বাৰমাহী গীত— নাও - খেলৰ গীত , জুনা — কাহিনী - গীতি বা বেলাড্ — সাধুকথাৰ গীত — হাইদাং গীত — মায়ামৰীয়া ৰণুৱাৰ গীত — জিকিৰঃ আজান পীৰ 

খ . সাধুকথা — বিভিন্ন মােটিফ্ বা কথাঙ্গ আৰু বৈশিষ্ট্য 

গ . মন্ত্র — উত্তৰ - বৌদ্ধ প্ৰভাৱ — ইতিহাস আদিত তন্ত্র - মন্ত্ৰৰ উল্লেখ -কৰাতি - মন্ত্র , সাপৰ ধৰণি ধৰা মন্ত্র , বীৰা - জৰা মন্ত্র , মােহিনী মন্ত্র , সৰ্বঢাক আদি— বৈশিষ্ট 

ঘ . প্ৰৱচন , ফকৰা - যােজনা আৰু সাঁথৰ 

ঙ . ডাকৰ বচন — ডাকৰ স্বৰূপ অস্তিত্ব — প্ৰৱচনবােৰৰ বিষয়-বস্তু

--------------------------------------------------

--------------------------------------------------

॥ প্রত্ন - অসমীয়া আৰু মিশ্ৰ অসমীয়া ৰচনা ৷৷ 

চর্যাগীতিকোষ — ভূমিকা — চর্যাৰচক সিদ্ধসকলৰ লগত কামৰূপৰ সম্পর্ক — চর্যাৰ ভাষা — মুনিদত্তৰ চর্যাশ্চর্য-বিনিশ্চয় — চর্যা-ৰূপ , বিষয়-বস্তু 

বড়ু চণ্ডীদাস — শ্রীকৃষ্ণ - কীৰ্ত্তন — ভাষাত অসমীয়া ৰূপতাত্ত্বিক আৰু ধ্বনি তাত্ত্বিক বৈশিষ্ট্য — ৰাধা কৃষ্ণৰ লীলাখেলাৰ বিষয়-বস্তু 

অন্যান্য-ৰমাই পণ্ডিতৰ শূন্য - পুৰাণ , সঞ্জয় মহাভাৰত , কবীন্দ্র পৰমেশ্বৰ দাসৰ পৰাগলী মহাভাৰত , দুর্লভ মল্লিকৰ গােবিন্দচন্দ্ৰেৰ গীত , ভবানীদাসৰ ময়নামতীৰ গান , সূকুৰ মামুদৰ গােপীচন্দ্রেৰ গান ।

--------------------------------------------------

--------------------------------------------------

 ।।প্রাশঙ্কৰ যুগ ।। 

ভূমিকা — মহামাণিক্য , দুর্লভনাৰায়ণ আৰু  ইন্দ্ৰনাৰায়ণৰ পৃষ্ঠপােষকতা - কথকতা - প্রীতি 

    মাধৱ কন্দলি — পৰিচয় , সময় আৰু স্থান ৰামায়ণ — কন্দলিৰ অনুবাদৰ বৈশিষ্ট্য , সৌন্দর্য , সাময়িক উৎপ্রেক্ষা — দেৱজিত আদি কলিৰ ৰচনা নহয়  

    হৰিবৰ বিপ্ৰ - পৰিচয় — লৱ - কুশৰ যুদ্ধ বব্ৰুবাহনৰ যুদ্ধ — তাম্ৰধ্বজৰ যুদ্ধ-সুধন্বা-বধ 

    হেম সৰস্বতী — পৰিচয় — প্রহাদ - চৰিত্ৰ - হৰ - গৌৰী - সম্বাদ 

    কবিৰত্ন সৰস্বতী — জয়দ্রথ - বধ 

    ৰুদ্ৰ কন্দলি — সাত্যকি - প্রৱেশ — প্রাক্শঙ্কৰ হয়নে সন্দেহ

--------------------------------------------------

--------------------------------------------------

।। নৱবৈষ্ণৱ সাহিত্যঃ শঙ্কৰদেৱ আৰু মাধৱদেৱ ৷৷ 

নৱবৈষ্ণৱ - ধৰ্মৰ পটভূমিকা — সর্বভাৰতীয় আৰু কামৰূপীয় — অসমৰ নৱবৈষ্ণৱ ধৰ্ম 

    শঙ্কৰদেৱ — পৰিচয়—ৰচনাৱলীৰ শ্রেণীবিভাগ আৰু ক্ৰম - নিৰূপণ— উপাখ্যান আৰু পদ - ভাঙনি , হৰিশ্চন্দ্র - উপাখ্যান , ৰুক্মিণী - হৰণ , অজামিল উপাখ্যান , গজেন্দ্রোপাখ্যান , অমৃত - মথন , বলি - ছলন , কুৰুক্ষেত্র , ৰামায়ণৰ উত্তৰকাণ্ড , ভাগৱতৰ স্কন্ধ ১,২,১০ - আদি , ১১,১২ — ভক্তিতত্ত্বৰ পুথি , ভক্তি প্রদীপ , অনাদি - পাতন , নিমি - নৱসিদ্ধ - সংবাদ কীৰ্ত্তন - ঘােষা , গুণমালা — গীত প্রবন্ধ , বৰগীত , ভটিমা - নাট বা অঙ্ক , কৌশল আৰু অঙ্গ - বিভাগ , পত্নী - প্রসাদ , কালি - মদন , কেলি - গােলাপ , পাৰিজাত হৰণ , ৰাম - বিজয় - নাটকীয় গদ্য 

        মাধৱদেৱ — পৰিচয় ৰচনাৱলীৰ সময় — নাম - ঘােষা — ভক্তিতত্ত্বৰ আন পুথি , ভক্তি ৰত্নাৱলী , জন্ম - ৰহস্য , নাম - মালিকা — আদিকাণ্ড ৰামায়ণ — নাট বা ঝুমুৰা , অর্জুন - ভঞ্জন , চোৰধৰা , ভােজন - ব্যৱহাৰ , ভূমি - লুটিৱা , পিম্পৰা গুচোৱা — ভণিতাৰে ৰাস - ঝুমুৰা , কোটোৰা খেলােৱা আদি — গীত - প্রবন্ধ , বৰগীত , ভটিমা 

--------------------------------------------------

--------------------------------------------------

॥ শঙ্কৰদেৱৰ সমসাময়িক পাঁচালী কবিসকল ৷৷ 

ভূমিকা — পাঁচালীৰ উৎপত্তি , স্বৰূপ আৰু নৱৱৈষ্ণৱ অনুমােদন — মনসা আৰু মনসা - পূজাৰ উৎপত্তি

         পীতাম্বৰ কবি — পৰিচয় — ভাগৱত - পুৰাণ আৰু ১০ — মার্কণ্ডেয় চণ্ডী আখ্যান — উষা - পৰিণয়নল - দময়ন্তী 

        মনকৰ - পৰিচয় — শ্ৰাৱণৰ গীত ( মনসাৰ গীত ) 

        দুর্গাবৰ কায়স্থ পৰিচয় — গীতি ৰামায়ণ - মনসাৰ গীত 

--------------------------------------------------

--------------------------------------------------

।। নৱবৈষ্ণৱ সাহিত্যঃ শঙ্কৰদেৱৰ প্রচ্ছায়া - উপচ্ছায়াৰ কবি - সাহিত্যিকসকল ৷৷ 

ভূমিকা — ভাগৱত - পুৰাণৰ সৰ্বঢাক প্ৰভাৱ — মহাপুৰুষৰ আদর্শ অনন্ত কন্দলি ভাগৱত ভট্টাচার্য — পৰিচয় আৰু ৰচনাৱলী — কুমৰ - হৰণ— বৃত্রাসুৰ বধ — ভাগৱত ১০ — ৰামায়ণ 

        ৰাম সৰস্বতী — পৰিচয়—ৰচনাৱলী , মহাভাৰত আদিপর্ব , আদিবনপর্ব , পুষ্পহৰণ বনপর্ব , মণিচন্দ্র - ঘােষপর্ব , বিজয়বনপর্ব , যজ্ঞবনপর্ব , কুলাচল - বধ , বঘাসুৰ - বধ , কালকুঞ্জশােষক - বধ , কালজঘ - বধ , খটাসুৰ - বধ , অশ্বকৰ্ণ - বধ (পাতালীপর্ব) , জঙঘাসুৰ - জটাসুৰ - বধ , সিন্ধুযাত্রা বনপর্ব , বিৰাটপর্ব , উদ্যোগপর্ব , ভীষ্মপর্ব , জয়দেৱ কাব্য (?) , কর্ণপর্ব , সাৱিত্রী - উপাখ্যান , ভােজকূট - বধ , বিহঙ্গম মােক্ষ , ভীম - চৰিত , পাঞ্চালী - বিবাহ , তীর্থযাত্রাপর্ব , ব্যঞ্জনপর্ব -ৰাম সৰস্বতীৰ অনুবাদৰ স্বৰূপ আৰু মৌলিকতা  

ৰত্নাকৰ কন্দলিঃ সহস্র - নাম - বৃত্তান্ত — শ্ৰীধৰ কন্দলি ? ঘুনুচা - কীর্তন , কাণ খােৱা — মহাভাৰত অশ্বমেধপর্ব আৰু কানাই ধেমেলীয়া বা ৰাধাৰ ৰাসক্রীড়াত কলিৰ ভণিতা — সুকবি কংসাৰি কায়স্থঃ বিৰাটপর্ব (দক্ষিণ আৰু উত্তৰ গােগ্রাহ) —চান্দসাই — কলাপচন্দ্রঃ সতীৰ চৰিত্র , পৃথুৰ চৰিত্ৰ — গােপালচৰণ দ্বিজঃ ভাগৱত ৩,৮ , হৰিবংশ , ভক্তি ৰত্নাকৰ কথা 

        কবিৰত্ন বৈকুণ্ঠনাথ ভাগৱত - ভট্টাচার্য — পৰিচয় —ৰচনাৱলী , শ্ৰীভাগৱত কথা , গীতা - কথা , ভক্তিৰত্নাৱলী - কথা — ভণিতাৰে অন্যান্য পুথি — কবিৰত্নৰ কথা - শৈলী 

        হৰিদেৱঃ ভাগৱত ৫ — নাৰায়ণ দাস ঠাকুৰ আতাঃ গীত — গােপালদেৱ ভৱানীপুৰীয়া আতাঃ জন্ম - যাত্রা , নন্দোৎসৱ , উদ্ধৱ যান , ঘােষা , গীত— গােপালদেৱ বা গােপাল মিশ্রঃ ঘােষা - ৰত্নাকৰ ৰামচৰণ ঠাকুৰঃ কীৰ্ত্তন - ঘােষা সংকলন , ভক্তি ৰত্নাকৰৰ পয়াৰ , ভক্তি ৰত্ন , শঙ্কৰ - চৰিত ব্যৱহাৰিক সাহিত্যৰ আৰম্ভণি —বকুল কায়স্থ , শ্ৰীধৰ 

--------------------------------------------------

--------------------------------------------------

॥ নৱবৈষ্ণৱ সাহিত্যৰ বিস্তাৰঃ সত্ৰীয়া সমাজৰ সাহিত্য ৷৷ 

ভূমিকা — নাট - গীত - ঘােষা-ৰচনাৰ ঐতিহ্য - সৃষ্টি — চৰিত - সাহিত্য — চৰিতৰ গদ্য শঙ্কৰােত্তৰ সাহিত্যৰ বিভাগ কৰাৰ অসুবিধা - সাহিত্যচর্চাৰ বিকেন্দ্রীকৰণ— সত্ৰীয়া আদর্শ আৰু ৰাজকীয় পৃষ্ঠপােষকতা অনুসৰি বিভাগ 

গােৱিন্দ মিশ্রঃ কৃষ্ণ - গীতা আৰু ভক্তি - বিৱেকৰ পদ-ৰচয়িতা এজন নে দুজন — ভাগৱত মিশ্রঃ বিষ্ণু - পুৰাণৰ আৰু সাত্বত - তন্ত্রৰ পদ-ৰচিয়তা এজন নে দুজন — ভাগৱতাচাৰ্য্যঃ কথা - সূত্র , গীতাসাৰ পুৰুষােত্তম ঠাকুৰঃ নৱ - ঘােষা , সন্তসাৰ , বুঢ়া - ভাষ্য ( ? ) , গীত — চতুর্ভুজ ঠাকুৰঃ গীত — পৰমানন্দ ঠাকুৰঃ গীত — কেশৱচৰণ কায়স্থঃ ভাগৱত ৭,৮,৯ — অনিৰুদ্ধ কায়স্থঃ ভাগৱত ২,৫ , —দামােদৰ দাসঃ মহাভাৰত শল্যপর্ব — কলাপচন্দ্র দ্বিজঃ ৰাধাৰ বিজয় বা ৰাধা - চৰিত্ৰ — হৃদয়ানন্দ বা অনন্ত কায়স্থঃ শ্ৰীৰাম -কীৰ্ত্তন, প্রেমলতা — দৈত্যাৰি ঠাকুৰঃ শঙ্কৰদেৱ - মাধৱদেৱ ঈশ্বৰৰ চৰিত্ৰ , নৃসিংহ - লীলা , স্যমন্ত - হৰণ — ভূষণ দ্বিজঃ শঙ্কৰদেৱৰ চৰিত , অজামিল - উপাখ্যান , স্যমন্ত - হৰণ — বৈকুণ্ঠ দ্বিজঃ সন্তমালা — শ্ৰীৰামদেৱ আতাঃ গীত — অনিৰুদ্ধদেৱঃ ভাগৱত ৫ , পুৰঞ্জন উপাখ্যান , গীত , ভক্তিমঙ্গল ঘােষা — যদুমণি দেৱঃ গীত , ঘােষা , ফলু - যাত্রা—বিষ্ণু ভাৰতীঃ ধ্ৰুৱ - উপাখ্যান — শ্রীবিষ্ণু ভাৰতী : ভাগৱত - ৰত্নৰামানন্দ দ্বিজঃ শঙ্কৰদেৱৰ চৰিত , গীত — ৰঘুনাথ মহন্তঃ কথা ৰামায়ণ , শত্রুঞ্জয় , অদ্ভুত ৰামায়ণ বলােৰাম দ্বিজঃ ব্রহ্মবৈৱৰ্ত - পুৰাণ , কৃষ্ণ - জন্ম - খণ্ড — ৰামানন্দ দ্বিজঃ মহামােহ কাব্য — বিষুদেৱ গােস্বামীঃ ভাগৱত ৪ — বিষুদেৱ গােস্বামীঃ ক্রিয়াযােগসাৰ 

        অন্যান্য গীতকাৰসকল — জগদানন্দ , পদ্মপ্রিয়া , শিলিখাতলীয়া আদি মহন্তঃ সনাতনদেৱ , জগবন্দনদেৱ , প্রেমভূষণদেৱ , কৈৱল্যনন্দনদেৱ আদি ; মায়ামৰীয়া মহন্তসকলঃ হৰিৰামদেৱ নৃত্যানন্দদেৱ , যদুনন্দনদেৱ ; চেচা সত্ৰীয়া আদিঃ ৰামানন্দদেৱ কায়স্থ , কৃষ্ণদেৱ , জগতমােহন , চতুর্ভুজ , জয়দেৱ , পদ্মনাভ , সহদেৱ , শুকদেৱ আদি 

        অন্যান্য চৰিতকাৰসকল — অনিৰুদ্ধ দাস , ৰামচৰণ ঠাকুৰ ’ , সার্বভৌম ভট্টাচার্য , দামােদৰ দাস , ৰামৰায় , ৰমানন্দ দ্বিজ , নীলকণ্ঠ দাস , শ্রীকৃষ্ণ মিশ্র , বিদ্যানন্দ দ্বিজওজা , ভদ্ৰচাৰু , ৰামগােপাল , পূৰ্ণানন্দ , জয়নাৰায়ণ , ৰামানন্দ দাস , শ্ৰীৰাম - যদুমণি , জগবন্দনদেৱ , চতুর্ভুজ কায়স্থ , উদিত ৰামদেৱ , প্রেমাহাৰদেৱ , ৰামনাথ আদি , জয়নাৰায়ণ , বাণেশ্বৰ , দিবাকৰ আদি , ৰমাকান্ত আদি , অম্বৰীষ দ্বিজ , সর্বানন্দ , চিদানন্দদেৱ , বিভুনাথ , গােৱিন্দদাস 

        গ্লানিকৰ চৰিত - কৃষ্ণ ভাৰতী , কাষ্ণাচার্য , কবিৰত্ন , মাধৱদেৱ ’ 

        বংশাৱলী —নৰােৱা গােসাঁই -বংশাৱলী , শুকদল - চৰিত , গােৱিন্দ-বংশাৱলী , ৰঘুপতিঃ গােমথা - বংশাৱলী 

        কথা - চৰিত - চৰিত তােলা বা চৰিত - চৰ্চা আৰু কথা - গুৰু - চৰিতৰ উৎপত্তি  — বৰদোৱা চৰিত , ইন্দ্রজিত গাভৰুগিৰী , প্রকাশিত কথা - গুৰু-চৰিত , গােৱিন্দদাসঃ সন্তু সম্প্রদায়ৰ কথা  

        অন্যান্য কথা ৰচনা আৰু ভক্তিতত্ত্বৰ পুথি — পদ্ম - পুৰাণ , কথা - ঘােষা , দীপিকা - চন্দ্র , নৰােত্তম ঠাকুৰঃ ভক্তি - প্রেমাৱলী , শ্ৰীৰামদেৱ ঃ ভক্তিচন্দ্রমালা , সাত্বত - তন্ত্র , কৃষানন্দ দ্বিজঃ পূর্ণ ভাগৱত , গুপ্তমণি , গুপ্তসাৰ , অমূল্যৰত্ন , কাষাচার্য দ্বিজঃ ভৱিষ্য - পুৰাণ , জন্মাদ্যস্য শ্লোক , পৰমধৰ্ম - নিৰূপণ , ভাগৱত মিশ্রঃ সংসাৰ - চক্র , নাৰায়ণদাসঃ অর্জুন - সম্বাদ , ৰামানন্দঃ সন্তৰত্ন , সনাতনঃ ভজন - নির্ণয়         নাট্য - সাহিত্যৰামগােপালঃ কুমৰ - হৰণ , হৰিৰামদেৱঃ কংসবধ , অজামি উপাখ্যান , নিত্যানন্দ দেৱঃ মাৰীচ - বধ , কৃষ্ণকান্তদেৱঃ জৰাসন্ধ - বধ , স্যমন্ত - হৰণ , গােপালঃ জৰাসন্ধ বধ , সীতা - হৰণ , ৰমাকান্ত আতাঃ স্যমন্ত - হৰণ , লক্ষ্মীদেৱ ? ৰাৱণ বধ , ৰামচন্দ্র - আতাঃ কংস-বধ , লক্ষ্মীনাথ দাসঃ কুমৰ - হৰণ , শম্ভুদাসঃ গোবৰ্দ্ধন - যাত্রা , অমৃত - মথন , বিশ্বম্ভৰ দাসঃ কংসবধ , বিশ্বম্ভৰদেৱঃ বালী-বধ , ৰমাকান্তঃ ৰাৱণ বধ , ৰমাকান্তঃ প্রলম্ববধ , কামদেৱঃ কুমৰ - হৰণ , শ্ৰীৰামঃ সুভদ্রা - হৰণ , ভৱকান্ত বিপ্র মহন্তঃ সম্বৰাসুৰ - বধ , পূর্ণকান্তঃ হৰিশ্চন্দ্র - উপাখ্যান , কমলঃ কুলাচল বধ , কেশৱকান্তঃ শ্রীশঙ্কৰদেৱৰ জন্ম - যাত্রা , লক্ষ্মীদেৱ দাসঃ নৃসিংহ - যাত্রা , লক্ষ্মীকান্ত দাসঃ হৰমােহন , জগজীৱনঃ অজামিল , চিৰঞ্জীৱ দাসঃ সীতাৰ পাতাল - গমন , কৃষ্ণদাসঃ বব্ৰুবাহন যুদ্ধ , জয়দেৱঃ ৰাম - বনবাস , গােপীকান্তৰ পুত্রঃ কর্ণ - বধ , হৰেন্দ্রদাসঃ পূতনা - বধ , দুর্বাসা - ভােজন , উত্তমৰামঃ উষা - হৰণ — প্রভাস - যাত্রা , পাণ্ডৱ - বিজয় , কুলাচল বধ , জয়দ্রথ বধ , অভিমন্যু বধ , শতস্কন্ধ-ৰাৱণ - বধ , তাল - ভােজন , সীতা বর্জন , লৱ - কুশৰ যুদ্ধ — শঙ্কৰােত্তৰ নাটৰ বৈশিষ্ট্য 

        সঙ্গীতশাস্ত্র — শুভঙ্কৰ কবিৰ হস্তমুক্তাৱলীৰ গদ্য - ভাঙনি — শুভঙ্কৰৰ পৰিচয় আৰু সময় , যদুপতিঃ বাদ্য - প্রদীপ 

--------------------------------------------------

--------------------------------------------------

। ৷ আহােম ৰাজত্বৰ সাহিত্য ।। 

ভূমিকা—ৰাজনৈতিক আৰু সামাজিক বুৰঞ্জীৰ সম্পর্ক — আহােম ৰজাৰ ভাৰতীয় ধৰ্ম আৰু সংস্কৃতি আৰু অসমীয়া ভাষা - গ্রহণ — শঙ্কৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ আহােম ৰাজ্যত পুনঃপ্রৱেশ — অসমত বঙালী পৰ্বতীয়া গােসাঁই থাপিত সাঞ্চিত — সামাজিক ৰাজনৈতিক খণ্ডপ্রলয় — সাহিত্যৰ ক্ষেত্ৰত প্ৰভাৱ — শৈৱ , শাক্ত আৰু শৃঙ্গাৰ - প্ৰৱণ সাহিত্যৰ উদ্গম আৰু বিস্তাৰ — ইতিহাস - প্রীতি আৰু বুৰঞ্জী সাহিত্য

         জয়ধ্বজসিংহঃ গীত , ৰামানন্দ দ্বিজঃ শঙ্কৰদেৱৰ চৰিত , ৰামগােপালঃ গােপাল আতাৰ চৰিতৰাম মিশ্রঃ হিতােপদেশ , মহাভাৰত , ভীষ্মপর্ব , পুতলা চৰিত্ৰ , বৃন্দাৱন - চৰিত্র—ৰামচন্দ্ৰ বৰপাত্রঃ যোগিনী - তন্ত্র ( হয়গ্ৰীৱ - মাধৱ ) , ৰুদ্ৰসিংহঃ গীত — শিৱসিংহঃ গীত — ৰামনাৰায়ণ কবিৰাজ চক্ৰৱৰ্তীঃ গীত - গােৱিন্দ , শকুন্তলা , শঙ্খচূড় - বধ , ব্রহ্মবৈৱর্ত - পুৰাণ কৃষ্ণ - জন্ম - খণ্ড , গীত — অনন্ত আচার্য দ্বিজঃআনন্দলহৰী , কবিচন্দ্র দ্বিজঃ ধর্মপুৰাণ , ভােলানাথ দ্বিজঃ মহাভাৰত শল্যপর্ব , সুকুমাৰ বৰকাথঃ হস্তিবিদ্যার্ণৱ - সাৰ - সংগ্রহ , দ্বিজ ৰমানন্দঃ মহাভাৰত উদ্যোগপর্ব , দুর্গেশ্বৰ দ্বিজঃ ব্রহ্মবৈৱর্ত - পুৰাণ প্রকৃতি - খণ্ড , ৰাজেশ্বৰসিংহঃ কীচক - বধ , ৰুচিনাথ কন্দলিঃ চণ্ডী - পদ , লক্ষ্মীনাথ দ্বিজঃ মহাভাৰত শান্তিপর্ব , বিদ্যাচন্দ্র কবিশেখৰ ভট্টাচার্যঃ হৰিবংশ , বাগীশঃ নীতি - লতাঙ্কুৰ , শ্রীকান্ত সূর্যবিপ্রঃ তুলসীদাসী ৰামায়ণ , পৃথুৰাম দ্বিজঃ মহাভাৰত মূষল - মহাস্থানিক স্বর্গাৰােহণপর্ব 

        ৰাজধানীৰ অনুপ্ৰেৰণাত নাটক আৰু ভাওনা — ৰাৱণ - বধ , পদ্মাৱতী - হৰণ , ৰুক্মিণী - হৰণ , অক্ৰুৰাগমন — সম্বৰাসুৰ বধ , কুমৰ - হৰণ — সংস্কৃত নাটঃ ধর্মোদয় , শ্রীকৃষ্ণ - প্রয়াণ , কামকুমাৰ - হৰণ , বিঘ্নেশ - জন্মােদয় — শঙ্খচূড় - বধ বুৰঞ্জী - সাহিত্য বুৰঞ্জীৰ সন্মান , সংখ্যা , আহােম ভাষা এৰি অসমীয়া ভাষা - গ্রহণ — বুৰঞ্জীৰ তিনিটা ভাগ , আহােম - পর্ব , আহােম আৰু দেশান্তৰৰ বুৰঞ্জী কামৰূপৰ বুৰঞ্জী , ত্ৰিপুৰা বুৰঞ্জী , পাশ্বাহ বুৰঞ্জী , কছাৰী বুৰঞ্জী , জয়ন্তীয়া বুৰঞ্জী , দাতিয়লীয়া বুৰঞ্জী — পুৰণি অসম বুৰঞ্জী , সুকুমাৰ মহন্তৰ ঘৰত আৱিষ্কৃত অসম বুৰঞ্জী , তুংখুঙ্গীয়া বুৰঞ্জী , বৰপাহি বুৰঞ্জী , সাতসৰী ( সাতখনি ) অসম বুৰঞ্জী বাঁহগড়ীয়া বুঢ়াগােহাঁই বুৰঞ্জী , চকৰী - ফেঁটি বুৰঞ্জী — কোম্পানীৰ দিনৰ বুৰঞ্জী বুৰঞ্জীৰ বৈশিষ্ট্য , সত্যবাদিতাৰ ঐতিহ্য , নৈর্ব্যক্তিক নিৰপেক্ষতা , বিৱৰণৰ সূক্ষ্মতা , বাস্তৱবাদ আৰু মানৱীয় অনুভূতিৰ মিশ্রণ , দেশাত্মবােধৰ অনুপ্ৰেৰণা , ৰাজনৈতিক তথা সামাজিক আৰু সাংস্কৃতিক বুৰঞ্জীৰ ৰূপ - নির্ণয় , ৰচনাশৈলীৰ বৈশিষ্ট্য , পত্ৰ - ব্যৱহাৰৰ আদর্শ ১৮৯-১৯৩ অন্যান্য গীতকাৰসকল — গীত - লতিকা — জয়ধ্বজসিংহ , ৰুদ্ৰসিংহ , কবিৰাজ চক্ৰৱৰ্তী , শ্রীকবি , দ্বিজ বংশীদাস , শচীপতি , মুকুন্দ , দ্বিজ ৰামাকান্ত , দ্বিজ ৰামানন্দ , দ্বিজ ৰামনাৰায়ণ , গােপালচন্দ্র আদি ব্যৱহাৰিক সাহিত্য — হস্তি - বিদ্যার্ণৱ - সাৰ - সংগ্রহ আদি হাতপুথি , ঘোঁৰা নিদান , চাংৰুং ফুকনৰ বুৰঞ্জী

--------------------------------------------------

--------------------------------------------------

 ॥ কোচ আৰু কছাৰী আদি ৰজাসকলৰ ৰাজত্বৰ সাহিত্য ।। 

ভূমিকা— ৰাজকীয় পৃষ্ঠপােষকতাৰ ঐতিহ্য — কোচবেহাৰ ৰাজ্যৰ ভাঙন , মােগল আক্রমণ , কামৰূপ আৰু আহােমৰ কৰতলীয়া দৰঙী ৰাজ্যৰ উদ্ভৱ— দৰঙী ৰাজ্যত অসমীয়া সাহিত্যৰ কেন্দ্র স্থাপন দৰঙী ৰাজবংশৰ পৃষ্ঠপােষকতা — ৰাম সৰস্বতীঃ সিন্ধুযাত্রা বনপর্ব , উদ্যোগপর্ব , গীতগােৱিন্দ — গােপীনাথ পাঠকঃ সভাপর্ব , দ্রোণপর্ব , স্বর্গাৰােহণপর্ব বিদ্যাপঞ্চানন ! ভীষ্মপৰ্বৰ অম্বাৰ চৰিত্ৰ — দামােদৰ দ্বিজ । শল্যপর্ব — শুভনাথ দ্বিজ সৰস্বতীঃ ধর্ম - সম্বাদ , স্বপ্নাধ্যায় — সুকবি নাৰায়ণদেৱ পদ্মাপুৰাণৰতিকান্ত , নন্দীশ্বৰ , বিশ্বেশ্বৰ , খড়েগশ্বৰ আৰু নৰােত্তম দ্বিজঃ ব্রহ্মবৈৱর্ত - পুৰাণবলদেৱ সূর্যখৰি দৈৱজ্ঞঃ দৰং - ৰাজবংশাৱলীৰতিকান্ত দ্বিজঃ খড়গনাৰায়ণৰ বংশাৱলী — সূর্যদেৱ সিদ্ধান্তবাগীশঃ গন্ধর্বনাৰায়ণৰ বংশাৱলী— কবিৰাজ সূর্যবিপ্রঃ শিয়ালা বৈষ্ণৱৰ চৰিত — মধুনাৰায়ণ কোঁৱৰঃ অগ্নি - পুৰাণ 

        কোচবেহাৰ ৰাজসভাৰ সাহিত্য — গােৱিন্দ কৱিশেখৰঃ কিতপর্ব শ্রীনাথ ব্রাক্ষ্মণ ভাৰতীঃ আদিপর্ব , দ্রৌপদী - স্বয়ম্বৰ , দ্রোণপর্ব — দ্বিজ ৰামেশ্বৰ , কৃষঃ মিশ্র , বিশাৰদ আ ' — মহাভাৰত ভাঙনি ? ৰুদ্ৰদেৱ , ৰঘুৰাম , জয়দেৱ , হৰেন্দ্ৰ - নাৰায়ণ , কৌশাৰি বলৰাম , বৈদ্যনাথ আদি — পুৰাণৰ ভাঙ নি ? বৈদ্যনাথ , ৰিপুঞ্জয় , ৰামানন্দ , হৰেন্দ্ৰনাৰায়ণ ৰজাৰামায়ণৰ ভাঙনি । লক্ষ্মীৰাম , ৰঘুৰাম , ৰুদ্ৰদেৱ আদি — জগন্নাথ আৰু ব্ৰহ্মসুন্দৰঃ হিতােপদেশ— জগৎসিংহ ঃ গীত - গােৱিন্দ কামৰূপৰ কোচ ৰাজবংশৰ পৃষ্ঠপােষকতা — ৰাম সৰস্বতী : সাবিত্রী উপাখ্যান — দামােদৰ দ্বিজঃ শল্যপর্বৰতিকান্তঃ ব্রহ্মবৈৱর্ত - পুৰাণ ( ? ) বিৰূপাক্ষঃ বিজনী বংশাৱলী 

        ৰাণী ৰজাৰ উৎসাহন — মাধৱ দ্বিজ আৰু উপেন্দ্ৰসিংহঃ ৰাণীৰ ৰাজ বংশাৱলী 

        হেড়ম্বিয়াল কছাৰী ৰজাৰ পৃষ্ঠপােষকতা ৰুদ্ৰ কন্দলিঃ সাত্যকি - প্রৱেশ ভুৱনেশ্বৰ বাচস্পতিঃ নাৰদীয় - কথামৃত — ভৱানীনাথ দ্বিজঃ শ্ৰীৰামচন্দ্র অভিষেক 

--------------------------------------------------

--------------------------------------------------

॥ শঙ্কৰােত্তৰ অন্যান্য সাহিত্যঃ অজ্ঞাতবাসৰ লেখকসকল ৷৷ 

ভূমিকাঃ অজ্ঞাত পৰিচয় আৰু বসতিৰ লেখকসকল — বিষয়বস্তু আৰু আঙ্গিকত সত্ৰীয়া আৰু ৰজাঘৰীয়া মহলৰ লগত সমতা 

        ৰামায়ণ - কথাঃ গঙ্গাৰাম দাসঃ সীতাৰ বনবাস — গঙ্গাগতি দাস — মাধৱ

কন্দলিঃ পাতালীকাণ্ড — কবি কংসাৰিঃ ৰাৱণ - দিগ্বিজয় — বিপ্র ভৱদেৱঃ শ্ৰীৰামচন্দ্ৰৰ অশ্বমেধযজ্ঞ — ধনঞ্জয়ঃ মন্দোদৰীৰ মণিহৰণ ভাৰত কাহিনী — বিবিধ পৰ্বৰ অনুবাদকঃ অনিৰুদ্ধ দাস , কবিৰাজ মিশ্র , দামােদৰ দ্বিজ — সাগৰখৰিঃ কূর্মৱলী - যুদ্ধ — শিষ্ট ভট্টাচার্যঃ শিশুপাল বধ— বিষ্ণুৰাম দ্বিজঃ দাতাকর্ণ - উপাখ্যান — দামােদৰঃ দণ্ডীপর্ব ৰাম সৰস্বতী ? তাম্ৰধ্বজৰ যুদ্ধবাটলু গােহাঁই আৰু সত্যবৰঃ তাম্ৰধ্বজৰ যুদ্ধ গীতাৰত্নাকৰ মিশ্রঃ গীতা - কীর্তন , ব্রহ্মগীতা — যমগীতা , বৈষ্ণৱগীতা , অর্জুনগীতা , অন্যান্য গীতা পুৰাণ - কথা আদি ৰত্নাকৰ মিশ্র : ভাগৱত ৪— হৰিৰায় অজামিল উপাখ্যান — ৰামগােৱিন্দঃ ব্রহ্মাণ্ড - পুৰাণ , বিষুও - পুৰাণ — ভৱিষ্য - পুৰাণ— কৃষ্ণাচার্য দ্বিজ ভৱিষ্য - সংগ্রহ - যশােধৰ দ্বিজঃ মনসা দেৱীৰ কথা — লক্ষ্মীকান্ত দ্বিজ — দ্বিজ ৰঙ্গনাথ চক্ৰৱৰ্তী আৰু মধুসূদন মিশ্রঃ চণ্ডী - আখ্যান — মাধৱ কন্দলিঃ দেৱজিত কামদেৱ বিপ্রঃ অশােক - চৰিত্র — চন্দৰ আৰু ৰাম সৰস্বতী — ভাৰতচন্দ্র : ইতিহাস - পুৰাণৰাম সৰস্বতী আৰু জগন্নাথ দ্বিজ ইত্যাদি — জয়ৰাম দাসঃ শীতলাপদ — শ্রীধৰ কন্দলিঃ কানাই ধেমেলীয়া — তিলক দাসঃ সমালতী বৃষকেতুঃ উষা - হৰণ — দীন দ্বিজবৰঃ মাধৱ - সুলােচনাৰ পাঁচালী বাসুদেৱ দ্বিজঃ হৰ - গৌৰী - সম্বাদ 

        বিবিধ লেখা — সনাতন দাসঃ হিতােপদেশ - কথা — দ্বিজ গােস্বামীঃ কাব্য 

        শাস্ত্র — ধর্মদেৱঃ গীতগােৱিন্দ — নীতিৰত্ন , চাণক্য , ৰতিশাস্ত্র , স্বপ্নধ্যায় , তীর্থ কৌমুদী আদি 

        সুফী কাব্যৰ ম্লান অসমীয়া ৰূপ — দ্বিজ ৰামঃ মৃগাৱতী - চৰিত্ৰ — অজ্ঞাত লেখকঃ মধুমালতী 

        প্রত্যন্তৰ কবি — ভৱানন্দঃ হৰিবংশ — গঙ্গাদাস , ভবানীদাস আৰু সুবুদ্ধি দাসঃ জৈমিনীয়াশ্বমেধ — চন্দ্রচূড় আদিত্যঃ স্কন্দ - পুৰাণ উৎকল - খণ্ড — অদ্ভুত আচার্য ও লঙ্কাকাণ্ড আদি প্ৰথম অসমীয়া খ্রীস্টিয়ান লেখা ও বাইবেল ১৮১৩ 

--------------------------------------------------

--------------------------------------------------

।। আদি - ব্রিটিশ যুগৰ অন্ধকাৰঃ ঐতিহ্যসেৱীসকলঃ অসমীয়া ভাষাৰ অপসাৰণ ।। 

ভূমিকা — য়াণ্ডাবু সন্ধি - নতুন ব্রিটিঃশ শাসনৰ শান্তি আৰু অশান্তি—গমধৰ কোঁৱৰ , পিয়ালি ফুকন , মণিৰাম দেৱানৰ বিদ্রোহ —১৮৩৬ , অসমৰ পঢ়াশালি আৰু আদালতৰপৰা অসমীয়া ভাষাৰ অপসাৰণ — এমেৰিকাৰ বেপ্টিস্ট মিছনেৰিসকল আৰু আনন্দৰাম ঢেকিয়াল ফুৰনৰ জাগৰণ । বৈষ্ণৱ ঐতিহ্য — ঘনশ্যাম খাৰঘৰীয়া ফুকন ? কল্কিপুৰাণ — পৰশুৰাম দ্বিজ । ধর্ম - পুৰাণ , বিষুও - পুৰাণ - ললিতচন্দ্র গােস্বামীঃ স্ত্রীকেলিৰহস্য — পূর্ণকান্ত দেৱশৰ্মাঃ নলচৰিত্ৰ — গােপীনাথ চক্ৰৱৰ্তীঃ কলঙ্কভঞ্জনৰঘুদেৱ গােস্বামী দীননাথ বেজবৰুৱা — দুতিৰাম হাজৰিকাঃ দিহিং সত্ৰৰ বুৰঞ্জী বুৰঞ্জী ঐতিহ্য — বিশ্বেশ্বৰ বৈদ্যাধিপঃ বেলিমাৰৰ বুৰঞ্জী — দুতিম হাজৰিকাঃ কলিভাৰত — মণিৰাম বৰুৱা দেৱানঃ বুৰঞ্জী - বিবেক - ৰত্নকশীনাথ দ্বিজ তামুলী ফুকন ? আসাম বুৰজি পুথি — হৰকান্ত শর্মা মজিন্দাৰ বৰুৱা । আসাম বুৰঞ্জী নতুন পথঃ দিনলেখা , ৰস ৰচনা , ভাষা - চর্চা — হৰকান্ত শর্মা মজিন্দাৰ বৰুৱাঃ ডায়েৰী ( সদৰামীনৰ আত্মজীৱনী ) —দুতিম হাজৰিকা ৰসিক পুৰাণ — যাদুৰাম ডেকাবৰুৱা ? অসমীয়া অভিধান - সঙ্কলন । 

--------------------------------------------------

--------------------------------------------------

॥ আদি - ব্রিটিশ যুগৰ পােহৰঃ অৰুনােদইঃ অসমীয়া ভাষাৰ পুনঃপ্রতিষ্ঠা ৷৷ 

ভূমিকাঃ বেপ্টিস্টৰ দান — নেথান ব্রাউন , ওলিভাৰ কট্টাৰ , মাইছৰ ব্ৰছৰ ধর্ম - প্ৰচাৰৰ অৰ্থে অসম - প্রৱেশ , ধর্ম - প্ৰচাৰ আৰু আধুনিক শিক্ষা প্রচাৰ— বেপ্টিস্টসকল আৰু আনন্দৰাম ঢেকিয়াল ফুকনৰ অসমীয়া ভাষা পুনৰুদ্ধাৰৰ চেষ্টা —১৮৭৩ পঢ়াশালি আৰু আদালতত অসমীয়া ভাষাৰ পুনঃপ্রতিষ্ঠা — নতুন সাহিত্য - সৃষ্টিত বেপ্টিস্টৰ পথ - প্রদর্শন — অসমীয়া শব্দাৱলীত ইংৰাজী সম্ভাৰ আৰু অসমীয়া বাক্যৰীতিত ইংৰাজী প্রভাৱ অৰুনােদাইনেথান ব্রাউন , এ.এইচ্ . ডেনফোর্থ , এছ্ , এম্ , হােৱাইটিং , ডক্টৰ মাইল্ছ ব্ৰন্ছন , শ্রীমতী এছ্ আৰ্ ৱার্ড , ক্লার্ক্ , এ.কে. গার্নী আদিৰ সম্পাদনা অসমৰ মানসিক দিগন্তৰ প্ৰসাৰণ — জ্ঞান - বিজ্ঞানৰ বাতৰি , দেশ - বিদেশৰ জীৱনৰ খবৰ , নীতিশিক্ষা , কাহিনী আৰু জীৱনী , ভাৰতৰ আৰু অসমৰ বুৰঞ্জীৰ সন্নিৱেশ— জন্ বান্য়ানৰ ভাঙনি— বর্ণ - বিন্যাসৰ সৰলীকৰণ ৰীতি খ্রীস্টিয়ান লেখকসকল — ডক্টৰ নেথান ব্রাউনঃ আমাৰ ত্ৰাণকৰ্ত্তা যিশু খ্রিষ্টৰ নতুন নিয়ম , খ্রিষ্ট বিবৰণ আৰু শুভ বাত্রা , তুতি - গীত , Grammatical Notices on the Assamese Language— শ্ৰীমতী ইলাইজা ব্রাউন — ওলিভাৰ তমাছ কট্টাৰ — শ্ৰীমতী হেৰিয়েট বি.এল. কট্টাৰ — ডক্টৰ মাইব্ৰচ্ছনঃ অচমিয়া ইংৰাজী অভিধান — নিধি লিবাই ফাৰােৱেলঃ পদার্থবিদ্যাৰ সাৰ , ভাৰতীয় দণ্ডবিধি আইন — এ.কে . গার্নীঃ য়িহুছুৱাৰ আৰু বিচাৰকৰ্তাৰ পুথি আৰু ৰূথৰ বিৱৰণ , এলােকেশী বেশ্যাৰ বিষয় , কামিনীকান্ত শ্ৰীমতী গার্নীঃ ফুলমণি আৰু কৰুণা— এ.এইচ . ডেনফোর্থ — জাত্ৰিকৰ জাত্রা আনন্দৰাম ঢেকিয়াল ফুকনঃ অসমীয়া লৰাৰ মিত্র , A few Remarks on the Assamese Language- বলৰাম ফুকনঃ হর্স - বিসাদ - বিষয়ক ৰচনা , যােগবাশিষ্ঠ ৰামায়ণ — কিনাৰাম সত্রিয়া , দয়াৰাম চেটিয়া , ধর্মকান্ত বুঢ়াগােহাঁই , গােৱিন্দৰাম ভূঞা আদি 

--------------------------------------------------

--------------------------------------------------

॥ আধুনিক অসমীয়া ভাষাৰ সাহিত্যিক প্রতিষ্ঠা ।। 

ভূমিকা — অৰুনােদইৰ থুলৰ লেখকসকলৰ দ্বাৰা আধুনিক অসমীয়া ভাষাৰ প্রথম অনুশীলনৰ পিছত সেই ভাষাক সাহিত্যিক সামর্থ্য - দান — আধুনিক অসমীয়া বৰ্ণ - বিন্যাস আৰু শব্দাৱলীৰ মান - নিৰূপণ — আলােচনীৰ দ্বাৰা সাহিত্যৰ ধাৰা - ৰক্ষণঃ আসাম - বিলাসিনী , আসাম - নিউচ , আসাম - বন্ধু , মৌ , আসাম - তৰা , লৰাবন্ধু — প্রবন্ধ - সাহিত্য , উপন্যাসিকা , আধুনিক নাটক , জীৱনী , আধুনিক পদ্ধতিৰ বুৰঞ্জী , ভ্রমণ বৃত্তান্ত আদিৰ প্রাৰম্ভণ — সামাজিক ব্যঙ্গ আৰু কৌতুক — অমিত্রাক্ষৰ ছন্দৰ প্ৰয়ােগ — পুৰণি সাহিত্যৰ প্ৰচাৰ — আধুনিক নাটকৰ অগ্রগতি হেমচন্দ্ৰ বৰুৱা — গুণাভিৰাম বৰুৱাৰমাকান্ত চৌধুৰী — ভােলানাথ । দাস — বলদেৱ মহন্ত — কমলাকান্ত ভট্টাচার্য — লম্বােদৰ বৰা — বলিনাৰায়ণ । বৰা — পদ্মাৱতী দেৱী ফুকননী — আন কবি - লেখকসকল — আন নাট্যকাৰসকল —বৈষ্ণৱ সাহিত্যৰ মুদ্রণ - প্রকাশন 

--------------------------------------------------

--------------------------------------------------

॥ ৰােমান্টিক বিস্তাৰঃ বেজবৰুৱাৰ যুগ ৷৷ 

ভূমিকা — ঊনবিংশ শতিকাৰ শেষ আৰু বিংশ শতিকাৰ আদিৰ অসমীয়া সাহিত্যৰ আধ্যাত্মিক ধৰণী বেজবৰুৱাব ব্যক্তিত্ব — হেমচন্দ্ৰ বৰুৱাৰ যুগৰ ভেটিৰ ওপৰত নিৰ্মাণ —১৮৮৯ জোনাকীৰ প্রতিষ্ঠা — আধুনিক অসমীয়া সাহিত্যৰ আৰম্ভ — ইংলেণ্ডৰ ঊনবিংশ শতাব্দীৰ প্রথম ভাগৰ ৰােমাণ্টিক সাহিত্যৰ প্রভাৱ — কাব্যকে মুখ্য কৰি সাহিত্যৰ নানা অঙ্গৰ বিকাশ — বঙ্গীয় সাহিত্যৰ অনুপ্ৰেৰণা জোনাকী আৰু অ.ভা.উ.সা , সভাৰ আদৰ্শ —১৮৮৮ কলিকতাৰ অসমীয়া ছাত্ৰৰ টি পাটিৰপৰা সভাৰ উদ্ভৱ আৰু আদৰ্শ - ঘােষণা —১৮১০ শক মাঘৰপৰা জোনাকী - প্রকাশ আৰু আদর্শ - ঘােষণা — এক সচেতন সাহিত্যিক আন্দোলন গঠন — বিংশ শতিকাৰ চতুর্থ দশকলৈকে আলােচনীৰ যােগে সেই আন্দোলনৰ ধাৰাবাহিকতা ৰক্ষণ — জোনাকি , বিজুলী , উষা , বাঁহী , আলােচনী , চেতনা , মিলন , সাধনা , আসাম হিতৈষী , আৱাহন ৰােমান্টিক কবিতাৰ কাহিনী — সাধাৰণ লক্ষণ —জোনাকী স্তৰ — চন্দ্ৰকুমাৰ তাগৰৱালা - লক্ষ্মীনাথ বেজবৰুৱা — হেমচন্দ্র গােস্বামী — মফিজুদ্দিন আহমদ হাজৰিকা — কৃষপ্ৰসাদ আগৰৱালা — পদ্মনাথ গােহাঞিবৰুৱা - বেণুধৰ ৰাজখােৱা — আনন্দচন্দ্ৰ আগৰৱালা উত্তৰ - জোনাকী স্তৰ — চন্দ্ৰধৰ বৰুৱা — হিতেশ্বৰ বৰবৰুৱাৰঘুনাথ চৌধাৰী — অম্বিকাগিৰি ৰায়চৌধুৰী — দুর্গেশ্বৰ শৰ্মা বাঁহী - আলােচনী স্তৰ — যতীন্দ্রনাথ দুৱৰা — সূর্যকুমাৰ ভূঞা — দণ্ডিনাথ কলিতা — পদ্মধৰ চলিহাৰত্নকান্ত বৰকাকতী — লক্ষ্মীনাথ ফুকন — নীলমণি ফুকন — শৈলধৰ ৰাজখােৱা — পদ্মনাথ শর্মা — ইন্দ্ৰেশ্বৰ বৰঠাকুৰ — ভৈৰৱচন্দ্র খাটনিয়াৰ — যমুনেশ্বৰী খাটনিয়াৰ — সিংহদত্ত দেৱ অধিকাৰী — উমেশচন্দ্র বৰুৱা তৃতীয় দশকঃ ছাত্ৰ সন্মিলন স্তৰ — পদ্মধৰ চলিহাৰ জাতীয় গীতি — দণ্ডিনাথ কলিতাৰ ৰাজনৈতিক ব্যঙ্গ — ডিম্বেশ্বৰ নেওগ — দৈৱচন্দ্র তালুকদাৰ বিনন্দচন্দ্র বৰুৱা — অতুলচন্দ্ৰ হাজৰিকা — প্রসন্নলাল চৌধুৰী — পাৱতিপ্ৰসাদ বৰুৱা কমলেশ্বৰ চলিহা — উমেশচন্দ্র চৌধাৰী — জ্যোতিপ্ৰসাদ আগৰৱালা ২ . নির্জনৰ সুৰ - নলিনীবালা দেৱী , ধর্মেশ্বৰী দেৱী বৰুৱানী — ভৱনাথ হাজৰিকা — থানেশ্বৰ হাজৰিকা — সীতানাথ ব্ৰহ্মচৌধুৰী শেষ ৰােমাণ্টিক স্তৰ — আৱাহন , নতুন বাঁহী , জয়ন্তী , সুৰভি — আনন্দচন্দ্র বৰুৱা — গণেশচন্দ্ৰ গগৈ — দেৱকান্ত বৰুৱা — অন্যান্য — মহেন্দ্রনাথ ডেকাফুকন —কৰুণাধৰ বৰুৱা নাট্য - সাহিত্যৰ ধাৰা — হেমচন্দ্র - গুণাভিৰামত আৰম্ভ — অসমৰ নাট্যমঞ্চৰ ইতিবৃত্ত — পাশ্চাত্ত্য প্রভাৱ — বঙ্গৰ অনুপ্ৰেৰণা — জোনাকী দল — ভ্রমঙ্গ— লিতিকাই — দুর্গাপ্রসাদ মজিন্দাৰ বৰুৱা - বেণুধৰ ৰাজখােৱা — পদ্মনাথ গোহাঞিবৰুৱা —দেৱনাথ বৰদলৈ — বুদ্ধীন্দ্রনাথ ভট্টাচার্য - লক্ষ্মীনাথ বেজবৰুৱা — চন্দ্ৰধৰ বৰুৱা — দুর্গেশ্বৰ শৰ্মানৱীনচন্দ্ৰ বৰদলৈ আদিবঙলা যাত্রা নাটৰ প্রাদুর্ভাৱ — অম্বিকাগিৰি ৰায়চৌধুৰী- —পদ্মধৰ চলিহা - মিত্ৰদেৱ মহন্ত অধিকাৰ — শৈলধৰ ৰাজখােৱা — ১৯২১-৪০ – অনুবাদ আৰু মৌলিক নাটৰ সংঘর্য — সামাজিক নাট , প্রতীকী নাট আদি — সহাভিনয় — ৰাধাকান্ত সন্দিকৈ— দেৱানন্দ ভৰালী — ইন্দ্ৰেশ্বৰ বৰঠাকুৰ — বৃন্দাবনচন্দ্র গােস্বামী — নকুলচন্দ্র ভূঞা — পজিৰুদ্দিন আহমদ — দণ্ডিনাথ কলিতা — দৈৱচন্দ্র তালুকদাৰ প্রসন্নলাল চৌধুৰী আদি — অতুলচন্দ্ৰ হাজৰিকা — জ্যোতিপ্ৰসাদ আগৰৱালা— আনন্দচন্দ্ৰ বৰুৱা — গণেশচন্দ্ৰ গগৈ — কীর্তিনাথ বৰদলৈ আৰু মুক্তিনাথ বৰদলৈ — প্রভাতচন্দ্র শর্মা — সুৰেশচন্দ্র গােস্বামী আদি অসমীয়া উপন্যাসৰ দ্বিতীয় স্তৰ — ভূমিকা — উনবিংশ শতিকাৰ শেষাংশত ৰােমাণ্টিক উপন্যাসৰ আৰম্ভণি — ইতি পূবৰ অভিব্যক্তি — পদ্মনাথ গোহাঞিবৰুৱাৰ —ৰজনীকান্ত বৰদলৈ — লক্ষ্মীনাথ বেজবৰুৱা — হৰেশ্বৰ শৰ্মা বৰুৱা — দণ্ডিনাথ কলিতা — দৈৱচন্দ্র তালুকদাৰ শৰৎচন্দ্র গােস্বামী , শান্তিম দাস , স্নেহলতা ভট্টাচার্য , হৰিনাৰায়ণ দত্ত বৰুৱা , দীননাথ শৰ্মা , কমলেশ্বৰ চলিহা— অনুবাদ উপন্যাস — ক্ষুদ্র ডিটেকটিভ উপন্যাস চুটি গল্পৰ অভ্যুদয় — ভূমিকা — চুটি গল্প পাশ্চাত্ত্যৰ দান — জোনাকীত আৰম্ভণ — বাঁহী , আলােচনী , মিলন , আৱাহন , জয়ন্তীত কর্ষণ — লক্ষ্মীনাথ বেজবৰুৱা — শৰৎচন্দ্র গােস্বামী লক্ষ্মীনাথ ফুকন , নকুলচন্দ্র ভূঞা , সূর্যকুমাৰ ভূঞা , মিত্ৰদেৱ মহন্ত অধিকাৰ , দণ্ডিনাথ কলিতা আদি — চতুর্থ দশকৰ গল্প প্লাৱন — বিষয় - বস্তু আৰু আঙ্গিকৰ উন্মুক্ততা — মােপাছা , ফ্ৰয়ড আদিৰ প্ৰভাৱনগেন্দ্রনাৰায়ণ চৌধুৰী , মহীচন্দ্ৰ বৰা , হলীৰাম ডেকা , লক্ষ্মীধৰ শৰ্মা , মা দাশ , বীণা বৰুৱা ( বিবিঞ্চিকুমাৰ বৰুৱা ) , ত্রৈলােক্যনাথ গােস্বামী , মুনীন বৰকটকী , কৃষ্ণ ভূঞা , ৰাধিকামােহন গােস্বামী , উমাকান্ত শর্মা , দীননাথ শর্মা , ইন্দীবৰ গগৈ , হৰিপ্ৰসাদ গােখাৰায় , গােবিন্দচন্দ্র পৈৰা , ৰায়হান শাহ , চৈয়দ আব্দুল মালিকা

জীৱন-বৃত্তঃ বৈষ্ণৱ চৰিত আৰু বংশাৱলীৰ আদৰ্শ —নতুন বীৰ -পূজাৰ আদৰ্শ —গুণাভিৰাম বৰুৱা —লক্ষ্মীনাথ বেজবৰুৱা —সূৰ্যকুমাৰ ভূঞা, কমলেশ্বৰ চলিহা , সর্বেশ্বৰ কটকী , হৰেন্দ্ৰনাথ শৰ্মা , মহাদেৱ শৰ্মা , আজলীতৰ নেওগ , প্ৰেমধৰ ৰাজখােৱা আদি — আত্মজীৱনীঃ হেমচন্দ্ৰ বৰুৱা , লক্ষ্মীনাথ বেজবৰুৱা , পদ্মনাথ গগাহাঞিবৰুৱা , ৰজনীকান্ত বৰদলৈ , বেণুধৰ ৰাজখােৱা , হিতেশ্বৰ বৰবৰুৱা , জ্ঞানদাভিৰাম বৰুৱা — নতুন ’ জীৱনী প্রবন্ধঃ তত্ত্বালােচনামূলক আৰু লঘু — হেমচন্দ্ৰ বৰুৱা আদিকথা - শৈলীৰ বিকাশ কমলাকান্ত ভট্টাচার্যলক্ষ্মীনাথ বেজবৰুৱা — পদ্মনাথ গােহাঞিবৰুৱা —হেমচন্দ্র গােস্বামী – সত্যনাথ বৰা—কনকলাল বৰুৱা — সূর্যকুমাৰ ভূঞা— বেণুধৰ শৰ্মা— কালিৰাম মেধি , অম্বিকাগিৰি ৰায়চৌধুৰী , জ্ঞাননাথ বৰা , নীলমণি ফুৰন , জ্ঞানদাভিৰাম বৰুৱা , তৰুণৰাম ফুকন , আনন্দচন্দ্ৰ আগৰৱালা , ৰজনীকুমাৰ পদ্মপতি , ৰাজমােহন নাথ , হলীৰাম ডেকা আদি ৰঘু ৰচনা ও ভােলাই শর্মা , জ্ঞানানন্দ জগতী ’ , ‘ চিত্রসেন যখৰীয়া আদি 

        সাহিত্য - সমালােচনাঃ পাশ্চাত্ত্যৰ দান — শঙ্কৰদেৱ আদিৰ সমীক্ষামূলক দৃষ্টিভঙ্গি — অলঙ্কাৰশাস্ত্ৰৰ নীতিবর্জন — নতুন সমালােচনাৰ আৰম্ভণি — পুথিৰ বিষয়ে টোকা আৰু বিৱৰণ — লক্ষ্মীনাথ বেজবৰুৱা আদিৰ বিচাৰ - ভঙ্গি — প্রাচীন সাহিত্যৰ উদঘাটন — সাহিত্যৰ বুৰঞ্জী — লক্ষ্মীনাথ বেজবৰুৱা — বাণীকান্ত । কাকতি — কৃষকান্ত সন্দিকৈ — সূর্যকুমাৰ ভূঞা — ডিম্বেশ্বৰ নেওগ— বিৰিঞ্চিকুমাৰ বৰুৱা , তীর্থনাথ শৰ্মা , হেম বৰুৱা আদি 

--------------------------------------------------

--------------------------------------------------

।। বর্তমান সাহিত্য ।। 

ভূমিকা — ৰােমাণ্টিক যুগৰ প্রৱর্তকসকলৰ মৃত্যু —বাঁহী , আৱাহন , জয়ন্তী আৰু সুৰভিৰ ঐতিহ্য-বহনৰ চেষ্টা — দ্বিতীয় মহাসমৰৰ বিভীষিকা — আলােচনীৰ প্রকাশ বন্ধ — পুথি - প্ৰকাশৰ দুৰৱস্থা — অসমত মিত্রশক্তিৰ সমৰ - সজ্জাৰ আড়ম্বৰ — মৃত্যুৰ ভীতি — আর্থিক সঙ্কট — শিক্ষা - সংস্কৃতি - সাহিত্যৰ অনাদৰ— ১৯৪২ — নতুন জয়ন্তীৰ বিপ্লৱ — সাম্যবাদী আৰু বুদ্ধিশক্তিবাদী কবিতা— ৰাজনৈতিক - সামাজিক পৰিৱর্তন — মনােবিকলন আৰু দ্বাত্মক ভৌতিকবাদৰ প্রভাৱ নতুন কবিতা — জয়ন্তীৰ প্রগতিশীল আদর্শ ঘােষণা — ৰােমান্টিক কবিতাৰ জীৰ্ণ আঙ্গিক আৰু ক্লিষ্ট মানসিকতা-পৰিহাৰ যুদ্ধোত্তৰ বা সাম্প্রতিক কবিতা নানা প্ৰভাৱ আহৰণ — যুদ্ধোত্তৰ কবিতাৰ বৈশিষ্ট্য — জান্তী - স্তৰৰ কবি , ভবানন্দ দত্ত , অমূল্য বৰুৱা , কেশৱ মহন্ত আদিযুদ্ধোত্তৰ কৰি , দেৱকান্ত বৰুৱা , হেম বৰুৱা , নৱকান্ত বৰুৱা , মহেন্দ্ৰ বৰা , হৰি বৰকাকতি , নীলমণি ফুকন , ভবেন বৰুৱা , হীৰেন গােহাঁই , হীৰেন দত্ত আদি - পুৰণি কবি — নতুন গীত - ৰচয়িতাসকল ভুপেন্দ্ৰকুমাৰ হাজৰিকা আদি নাটক — যুদ্ধ - যুগত মঞ্চৰ নিস্তব্ধতা — চিনেমা , সহাভিনা , একাঙ্কিকাৰ প্রত্যাহ্বান – পৌৰাণিক আৰু বুৰঞ্জীমূলক নাটকৰ আপেক্ষিক অনাদৰ হাঁহি তােলা নাটক , বুৰঞ্জীমুলক নাটক , নগাঁও নাট্য সমাজ , ফর্ণী শৰ্মা , প্রবীণ ফুকন , সুৰেন্দ্ৰনাথ শইকীয়া , লক্ষ্মীকান্ত দত্ত , অতুলচন্দ্ৰ হাজৰিকা – সামাজিক নাটক , সাদাকান্ত বৰদলৈ , সত্যপ্ৰসাদ বৰুৱা , গিৰিশ চৌধুৰী , অনিল চৌধুৰী আদি একাঙ্কিকাঃ লক্ষ্মীধৰ শৰ্মা , হৰিচন্দ্র ভট্টাচার্য , সত্যপ্ৰসাদ বৰুৱা , বীণা বৰুৱা আদি — শিশুৰ কাৰণে নাটক — সীমিত পৌৰাণিক নাটক আৰু গুৰু - চৰিতৰপৰা নাট — সম্পৰীক্ষাৰ নাটকঃ অৰুণ শৰ্মা আদি 

        উপন্যাসৰ ধল — সমাজমুখী উপন্যাস – সংস্কাৰৰ মনােভাৱ আৰু কলা বীণা বৰুৱা আৰু ৰা বৰুৱা — মহম্মদ পিয়াৰ , প্রফুল্লদত্ত গােস্বামী , হিতেশ ডেকা , ৰাধিকামােহন গােস্বামী , চৈয়দ আব্দুল মালিক , যােগেশ দাস , হােমেন বৰগােহাঞি , নৱকান্ত বৰুৱা , বীৰেন্দ্ৰকুমাৰ ভট্টাচার্য , চন্দ্রপ্রসাদ শইকীয়া — সুৰেশচন্দ্র গােস্বামী , প্ৰেমধৰ ৰাজখােৱা , ঘনকান্ত গগৈ , দেবেন্দ্রনাথ ভট্টাচার্য , কাঞ্চন বৰুৱা , উমা বৰুৱা , নাৰায়ণ বেজবৰুৱা , মামণি ৰয়চম গােস্বামী আদিলুম্মেৰ দাইৰ সীমান্তৰ জীৱন - চৰিত্ৰ — প্রেমনাৰায়ণ দত্ত — অনুবাদ উপন্যাস চুটি গল্প — দ্বিতীয় মহাসমৰৰ লটিঘটি - চৈয়দ আঙ্গুল মালিক , দীননাথ শর্মা , বীৰেন্দ্ৰকুমাৰ ভট্টাচার্য , যােগেশ দাস , হােমেন বৰগােহাঞি , মেদিনী চৌধুৰী , সৌৰভ চলিহা , ৰােহিণীকুমাৰ কাকতি , চন্দ্রপ্রসাদ শইকীয়া , স্নেহ দেৱী , প্রীতি বৰুৱা , মহিম বৰা , লক্ষ্মীনন্দন বৰা , ভবেন্দ্ৰনাথ শইকীয়া , যুদণ্ড গােস্বামী , অতুলানন্দ গােস্বামী , নীলিমা শর্মা , নগেন শইকীয়া শিশুৰ বাবে নানাবিধ সাধু আৰু গল্প জীৱন বৃত্ত — বেণুধৰ শৰ্মা , মহেশ্বৰ নেওগ , গােপীনাথ বৰদলৈ , নলিনীবালা দেৱী , সূর্যকুমাৰ ভূঞা , হৰেন্দ্ৰনাথ শৰ্মা , পদ্মধৰ চলিহা আদি 

        প্রবন্ধঃ তত্ত্বালােচনামূলক আৰু লঘু — অসম আৰু ভাৰতৰ বুৰঞ্জী আৰু সভ্যতাৰ বিভিন্ন দিশৰ অধ্যয়ন - নৃতত্ত্বৰ সম্ভেদ — যৌনতত্ত্ব — আর্থিক - সামাজিক বিৱৰ্তন — দর্শন - ধর্মতত্ত্ব — ভ্রমণ বৃত্তান্ত — সুকুমাৰ কলা — ব্যক্তিনিষ্ঠ প্রবন্ধ বা ৰম্য ৰচনা আৰু বাটৰুৱা মেল 

           সাহিত্য - সমালােচনা — বিৰিঞ্চিকুমাৰ বৰুৱা , ত্রৈলােক্যনাথ গােস্বামী , হেম বৰুৱা , মহেশ্বৰ নেওগ , প্রফুল্লদত্ত গােস্বামী , সত্যেন্দ্রনাথ শর্মা , উপেন্দ্রনাথ গােস্বামী , প্রমােদচন্দ্র ভট্টাচার্য , মহেন্দ্ৰ বৰা , নৱকান্ত বৰুৱা , ভবেন বৰুৱা আদি — পুৰণি । পুথি আৰু লােক - সাহিত্যৰ অনুসন্ধান আৰু আলােচনা বামপন্থী সমালােচনা , হীৰেন গােহাঁই — পাঠ - সমীক্ষা 

--------------------------------------------------

--------------------------------------------------

।। সংযােজন ।। 

লিপিৰ উদ্ভৱ — খৰােষ্ঠী আৰু ব্ৰাহ্মী — দক্ষিণী শৈলী , গুপ্ত লিপি গুজৰাটী , মহাজনী আদি লিপি — অসমীয়া লিপিবামুণীয়া , গড়গা , কাইথেলী আৰু লহকৰী লিপি অসমীয়া সাহিত্যৰ যুগ - বিভাগ — অপ্রচলিত পুৰণি বিভাজন — প্রস্তাৱিত নতুন যুগ - বিভাগঃ বৌদ্ধ , প্রাশঙ্কৰ , শঙ্কৰী , শঙ্কৰােত্তৰ , আধুনিক যুগ ( আদি ব্রিটিঃশ , হেমচন্দ্ৰ বৰুৱাৰ যুগ , ৰােমাণ্টিক বা বেজবৰুৱাৰ যুগ , বর্তমান সাহিত্য ) গ্রন্থ - পঞ্জী নির্ঘণ্টঃ ৰচক নির্ঘণ্টঃ ৰচনা