জতুৱা-ঠাঁচ আৰু খণ্ডবাক্য | জতুৱা-ঠাঁচ আৰু খণ্ডবাক্য কিতাপখনৰ তথ্যসমূহ | Jatuwa Thansh Aru Khandabakya

জতুৱা-ঠাঁচ আৰু খণ্ডবাক্য


জতুৱা-ঠাঁচ আৰু খণ্ডবাক্য


সংকলন আৰু সম্পাদনা

অনিল বৰুৱা

লিপিকা গগৈ

চন্দন ভাগৱতী


 ©প্ৰকাশকৰদ্বাৰা সৰ্বস্বত্ব সংৰক্ষিত

প্ৰথম প্ৰকাশঃ ছেপ্তেম্বৰ, ২০১৫

দ্বিতীয় প্ৰকাশঃ ডিচেম্বৰ, ২০১৫

তৃতীয় প্ৰকাশঃ অক্টোবৰ, ২০১৬

চতুৰ্থ প্ৰকাশঃ নবেম্বৰ, ২০১৮

প্ৰকাশকঃ

অনিল বৰুৱা

অসমীয়া ভাষা আৰু ছফটৱেৰ বিকাশ কেন্দ্ৰ

ৰাধা গোৱিন্দ বৰুৱা পথ, গুৱাহাৈটী-১৮১০০৩

ফোনঃ ৯৬৭৮৬০৯৯২


মূল্যঃ ১৫০.০০ টকা


মুদ্ৰণঃ

অৰিন্দম অফছেট, গুৱাহাটী।

অসমীয়া ভাষাৰ অলংকাৰস্বৰূপ জতুৱা-ঠাচ আৰু খণ্ড বাক্যসমূহ অতীজৰেপৰা মুখে মুখে চলি আহিছে। অসমীয়া ভাষাৰ আপুৰুগীয়া সম্পদ এই জতুৱা-ঠাঁচ আৰু খণ্ডবাক্যসমূহ সংৰক্ষণৰ বাবে বিভিন্নজনে বিভিন্ন ধৰণে প্রচেষ্টা হাতত লৈছে। ছপা মাধ্যমৰ উপৰি বর্তমান ছফটৱেৰ আৰু ইণ্টাৰনেট মাধ্যমতাে এইবােৰ ক্রমান্বয়ে উপলব্ধ হৈছে। অসমীয়া ভাষা-সাহিত্য জতুৱা-ঠাচ আৰু খণ্ডবাক্যসমূহত যথেষ্ট চহকী। আমি এই পুথিখনত নির্বাচিত কিছুমান জতুৱা-ঠাচ আৰু খণ্ডবাক্য অর্থসহ অন্তর্ভুক্ত কৰিবলৈ প্ৰয়াস কৰিছোঁ। বিশেষকৈ ছাত্র-ছাত্রীসকল উপকৃত হ'লে আমাৰ শ্রম সার্থক হ'ব বুলি আশা কৰিছোঁ।

    আমাৰ অজানিতে ভুল-ত্রুটি হ'ব পাৰে। এই দিশত সুধীজনে আঙুলিয়াই দিলে পৰৱর্তী সংস্কৰণত শুধৰােৱাৰ লগতে বাদ পৰি যােৱাসমূহাে সংযােজন কৰিম।

    কিতাপখন প্ৰকাশ কৰাৰ ক্ষেত্ৰত বিভিন্ন প্রকাৰে আমাক যিসকলে সহায়-সহযােগ আগবঢ়ালে, সকলােলৈকে আমি আন্তৰিক কৃতজ্ঞতা জনালোঁ।


১৫ ছেপ্তেম্বৰ, ২০১৫                                                                        অনিল বৰুৱা

গুৱাহাটী                                                                                          সম্পাদক, প্ৰকাশক