জাতীয় আয় গণনা
-----------------------------------
ক. অতি চমু উত্তৰৰ প্ৰশ্নঃ (প্রত্যেকটোৰ মূল্যাংক - ১)
১। মধ্যৱৰ্তীৰ দ্ৰব্য বুলিলে কি বুজা?
উত্তৰ : যিবিলাক দ্রব্য চূড়ান্ত উপভোগৰ বাবে যোগান ধৰা নহয়, তাক 'মধ্যবর্তী দ্রব্য' বুলি কাৱা হয়।
২। An Enquiry into the Nature and Cause of Wealth of Nations নাৰ গ্ৰন্থখনৰ লিখক কোন?
উত্তৰ: আদাম স্মিথ।
৩। চূড়ান্ত দ্রব্য কাক কয়?
উত্তৰ : কোনো এক অর্থনীতিত উৎপাদিত দ্ৰব্যৰ যিখিনি দ্রব্য বা সেৱা চূড়ান্ত উপভোগৰ বাবে ব্যৱহাৰ কৰা হয়, তাকে 'চূড়ান্ত দ্রব্য' বুলি কোৱা হয়।
৪। হস্তান্তৰ পৰিশোধ কি?
উত্তৰ : উৎপাদনমূলক সেৱা আহৰণ কৰাৰ বাবে যিবিলাক দেনা পৰিশোধ কৰিবলগীয়া হয়, তাকে 'হস্তান্তৰ পৰিশোধ' বোলা হয়।
৫। চলিত মূল্যত ৰাষ্ট্ৰীয় আয় বুলিলে কি বুজা?
উত্তৰঃ চলিত দৰ সূচীত ৰাষ্ট্ৰীয় আয়ৰ বাৰ্ষিক হিচাপেই হৈছে 'চলিত মূল্যত ৰাষ্ট্ৰীয় আয়'।
৬। স্থিৰ মূল্যত ৰাষ্ট্ৰীয় আয় বুলিলে কি বুজা?
উত্তৰ: কোনো এক ভিত্তি বছৰৰ দৰসূচীৰ আধাৰত গণনা কৰা ৰাষ্ট্ৰীয় আয়েই হৈছে 'স্থিৰ মূল্যত ৰাষ্ট্ৰীয় আয়'।
৭। ব্যয়যোগ্য ব্যক্তিগত আয় কি?
উত্তৰ : চৰকাৰক কৰ প্ৰদান কৰাৰ পিছত ব্যক্তিগত আয়ৰ যিখিনি অৱশিষ্ট থাকে, তাকে 'ব্যয়যোগ্য ব্যক্তিগত আয়' বোলে।
৮। হৰণ-ভগনৰ ব্যয় বা প্রতিষ্ঠাপন ব্যয় বুলিলে কি বুজা?
উত্তৰ: মূলধনী সামগ্ৰীসমূহ মেৰামতিৰ ক্ষেত্ৰত হোৱা ব্যয়ক 'হৰণ-ভগন ব্যয়' বা 'প্রতিষ্ঠাপন ব্যয়' বুলি কোৱা হয়।
৯। সর্বমুঠ বিনিয়োগ কি?
উত্তৰ: উৎপাদন প্রতিষ্ঠান এটিত ব্যৱহৃত মূলধনজাত সামগ্ৰীৰ মুঠ পৰিমাণ হ'ল 'সর্বমুঠ বিনিয়োগ'।
১০। ক্ষয়-ক্ষতিৰ বানচ কি?
উত্তৰ: মুঠ বিনিয়োগৰ পৰা মূলধনৰ চলিত ক্ষয়-ক্ষতিৰ বাবদ যি পৰিমাণৰ মূল্য বাদ দিয়া হয়, সেই অংশটোকে 'ক্ষয়-ক্ষতিৰ ৰানচ' বুলি কোৱা হয়। 6
১১। সৰ্বমুঠ ঘৰুৱা উৎপাদন মানে কি?
উত্তৰ : বিত্তীয় বছৰ এটাৰ ভিতৰত দেশখনৰ ভিতৰত উৎপাদিত সা-সামগ্ৰীৰ মুদ্ৰাগত মূল্যৰ যোগফলেই হ'ল 'সৰ্বমুঠ ঘৰুৱা উৎপাদন'।
১২। মূলধনী দ্ৰব্যৰ আকস্মিক ক্ষতি মূলধনৰ ক্ষয়- 'ক্ষতিৰ অন্তৰ্ভূক্ত হয়নে?
উত্তৰঃ নহয়।
১৩। মুঠ ৰাষ্ট্ৰীয় উৎপাদন কি?
উত্তৰঃ এখন দেশত এবছৰত উৎপাদিত হোৱা সকলো দ্রব্য-সামগ্ৰী আৰু সেৱাৰ যোগফলেই মুঠ ৰাষ্ট্ৰীয় উৎপাদন।
১৪। উপাদানৰ ব্যয়ত ৰাষ্ট্ৰীয় আয় বুলিলে কি বুজা?
উত্তৰঃ এখন দেশৰ উৎপাদন ক্ষেত্ৰত ব্যৱহৃত উপাদান যেনেঃ ভূমি, শ্রম, মূলধন আৰু সংগঠকে এবছৰৰ ভিতৰত যি পাৰিশ্ৰমিক লাভ কৰে তাৰ মুঠ যোগফলকেই 'উপাদান ব্যয়ত ৰাষ্ট্ৰীয় আয়' বুলি কোৱা হয়।
১৫। এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ সংযোজিত মূল্য কি ?
উত্তৰ : প্ৰতিষ্ঠান এখনৰ ক্ষেত্ৰত মূল্য সংযোজন বুলি ক'লে প্রতিষ্ঠানখনে ব্যৱহাৰ কৰা উপাদানৰ মূল্যৰ পৰা মধ্যৱৰ্তীকালীন মূল্য বাদ দিলে যি পোৱা যায, সেয়াই 'ব্যৱসায়িক প্ৰতিষ্ঠানৰ সংযোজিত মূল্য'।
১৬। কাৰ মাজত এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ সংযোজিত মূল্য বিতৰণ কৰা হয়?
উত্তৰ:
প্রশ্ন ১৭। বৃহৎ অর্থনৈতিক আৰ্হি কি ?
উত্তৰঃ প্রশ্ন ৯। এটা ব্যৱসায়িক প্রতিষ্ঠানৰ সংযােজিত মূল্য কি ?
উত্তৰঃ এটা ব্যৱসায়িক প্রতিষ্ঠানৰ মূল্য সংযােজন হ’ল প্রতিষ্ঠানৰ উপাদানৰ মূল্য প্রতিষ্ঠানৰ ব্যৱহৃত মধ্যৱর্তী দ্ৰব্যৰ মূল্য ।
প্রশ্ন ১০৷ কাৰ মাজত এটা ব্যবসায়িক প্রতিষ্ঠানৰ সংযােজিত মূল্য বিতৰণ কৰা হয় ?
উত্তৰঃ এটা ব্যৱসায়িক প্রতিষ্ঠানৰ মূল্য সংযােজিত মূল্য উৎপাদনৰ উপাদানৰ মাজত বিতৰণ কৰা হয় । ( ভূমি , মূলধন , শ্ৰম আৰু উদ্যোক্তা ) ।
প্রশ্ন ১১। ৰাষ্ট্ৰীয় আয় জোখাৰ সময়ত আমি কিয় সংযােজিত মূল্য গণনা কৰা প্রয়ােজন ?
উত্তৰঃ দেশখনৰ মুঠ ঘৰুৱা উৎপাদন মূলক জাতীয় আয় জোখ লােৱাৰ সময়ত সংযােজিত মূল্য গণনা কৰাৰ প্রয়ােজন । কাৰণ উৎপাদিত সামগ্ৰীৰ দ্বিগণনা হােৱাৰ সম্ভাৱনা নাথাকে।
প্রশ্ন ১২। শুদ্ধ নে অশুদ্ধ লিখা :
( ক ) এটা ব্যৱসায়িক প্রতিষ্ঠানৰ সংযােজিত মূল্য হ’ল এটা প্রবাহ চলক ।
উত্তৰঃ শুদ্ধ ।
প্রশ্ন ১৩। মুঠ সংযােজিত মূল্য কি ?
উত্তৰঃ মুঠ সংযােজিত মূল্য হ’ল অর্থনীতি এখনত উৎপাদিত দ্রব্য আৰু সেৱাসমূহৰ মুদ্রাগত মূল্যৰ মুঠ পৰিমাণ । ইয়াক মুঠ ঘৰুৱা উৎপাদন ( Gross Domestic Product ) বুলি কোৱা হয় । ( GDP + Depreciation )
প্রশ্ন ১৪। সৰ্বমুঠ সংযােজিত মূল্য কি ?
উত্তৰঃ সৰ্বমুঠ সংযােজিত বা নিগুট মূল্য হ’ল মুঠ সংযােজিত মূল্যৰ পৰা ক্ষয় – ক্ষতিৰ মূল্য বাদ দিলে থকা অংশটো অর্থাৎ NVA = GVA – D .
প্রশ্ন ১৫। সম্পদ তালিকা কি ?
উত্তৰঃ সম্পদ তালিকা হ’ল এটা বছৰৰ পৰা আন এটা বছৰলৈ বিক্রী নােহােৱা সম্পূর্ণ বা , অসম্পূর্ণ দ্রব্য ।
প্রশ্ন ১৬। শুদ্ধ নে অশুদ্ধ লিখা :
(ক ) সম্পদ তালিকা হ’ল এক মজুত চলক , কিন্তু সম্পদ তালিকাৰ পৰিবৰ্তন হ’ল এক প্রবাহ চলক ।
উত্তৰঃ শুদ্ধ ।
প্রশ্ন ১৭। শুদ্ধ নে অশুদ্ধ লিখাঃ
( ক ) সম্পদ তালিকাক মূলধন হিচাপে ধৰা হয় ।
উত্তৰঃ শুদ্ধ ।
প্রশ্ন ১৮। GDP ৰ প্রাক- কলনক কিয় মধ্যবর্তী ব্যয়ক অন্তর্ভূক্ত কৰা নহয় ?
উত্তৰঃ GDP ৰ প্ৰাক কলনত অন্তিম বা চূড়ান্ত দ্রব্যৰ মূল্যহে অন্তর্ভুক্ত কৰা হয় আৰু ইয়াত ” মধ্যবর্তী দ্ৰব্যৰ মূল্য সােমাই থাকে সেয়ে GDP গণনাত মধ্যৱর্তী দ্রব্যৰ মূল্য বেলেগকৈ ধৰা নহয় ।
প্রশ্ন ১৯। তলত দিয়া সমীকৰণৰ কোনটো অংশই বাজেট ঘাটীক সূচায় ?
( I – S ) + ( G – T ) = M – X
উত্তৰঃ
প্রশ্ন ২০। ( I – S ) + ( G – T ) = M – X এই সমীকৰণত M – X অংশটোৱে কি সূচায় ?
উত্তৰঃ
প্রশ্ন ২১। মুঠ ঘৰুৱা উৎপাদনৰ ( GDP ) সংকোচক কি ?
উত্তৰঃ সাধাৰণ আৰু প্রকৃত GDP ৰ অনুপাতকেই GDP ৰ সংকোচক বুলি কোৱা হয় ।
প্রশ্ন ২২। ধৰা হ’ল বজাৰ দামত এখন দেশৰ GDP হ’ল 950 কোটি টকা । যদিহে অবক্ষয়ৰ পৰিমাণ 100 কোটি টকা হয় , তেন্তে বজাৰ দামত NDP নির্ণয় কৰা ।
উত্তৰঃ
প্রশ্ন ২৩। আধুনিক অর্থবিজ্ঞানৰ প্ৰতিষ্ঠাপক পিতৃ কোন ?
উত্তৰঃ এডাম স্মিথ ।
প্রশ্ন ২৪। জাতীয় আয় কি ?
উত্তৰঃ জাতীয় আয় হ’ল এখন দেশত এটা বছৰত উৎপাদিত হােৱা দ্ৰব্য আৰু সেৱা সমূহৰ মুঠ বজাৰ মূল্য ।
প্রশ্ন ২৫। জাতীয় আয় গণনাৰ প্ৰসংগত দ্বৈত গণনাৰ সমস্যা বুলিলে কি বুজা ?
উত্তৰঃ
প্রশ্ন ২৬। উপভােগ্য সামগ্রী কাক কয় ?
উত্তৰঃ
প্রশ্ন ২৭। ভিত্তিবর্য কাক বােলে ?
উত্তৰঃ যিটো বছৰৰ ওপৰত ভিত্তি কৰি চলিত বছৰৰ চলকসমূহৰ তুলনা হয় , তাকে ভিত্তিবৰ্ষ বােলে ।
প্রশ্ন ২৮। উপভােক্তাৰ দৰ – সূচক ‘ কি ?
উত্তৰঃ যি দৰ সূচকৰ সময়ত সামগ্ৰীৰ খুচুৰা মূল্যৰ পৰিৱর্ত জোখ লােৱা হয় তাক উপভােক্তাৰ দৰ – সূচক বােলা হয় ।
প্রশ্ন ২৯। ৰাষ্ট্ৰীয় আয় গণনাৰ প্ৰসংগত অবক্ষয়ৰ ধাৰণাটো লিখা ।
উত্তৰঃ
প্রশ্ন ৩০। কি অৱস্থাত এখন দেশৰ GDP , GNP ৰ সমান হ’ব পাৰে ?
উত্তৰঃ
প্রশ্ন ৩১। হস্তান্তৰিত পৰিশােধ কি ?
উত্তৰঃ
প্রশ্ন ৩২। আয়ৰ চক্ৰীয় প্রবাহত উদ্ভৱ হােৱা যিকোনাে দুটা সুৰুঙাৰ বিষয়ে উল্লেখ কৰা ।
উত্তৰঃ