অনুশীলনীঃ
👉Text Books PDF
👉MCQ Answer
👉MCQ Online Exam
১। শংকৰে অ- ফলা আৰু ক- ফলা দুখন লিখিবলৈ শিকি উঠিয়েই আ- কাৰ, ই- কাৰ নোহোৱাকৈ কোনটো কবিতা লিখিছিল ? কবিতাটি মুখস্থ লিখাঁ ।
উত্তৰঃ-
"কৰতল কমল কমল-দল নয়ন।
ভবদব গহন গহন বন শয়ন।।
২। শংকৰ 'শংকৰদেৱ' নামেৰে কেতিয়াৰপৰা আৰু কিয় পৰিচিত হয় ? খৰচি মাৰি লিখাঁ ।
উত্তৰঃ- শংকৰ 'শংকৰদেৱ' নামেৰে তেখেতে আ-কাৰ আৰু ই-কাৰ নোহোৱকৈ কবিতাটো লিখাৰ পৰাই। কবিতাটো লিখাৰ কাৰণে।
৩। গুৰুগৃহৰপৰা শংকৰে লগত লৈ অহা সম্পদবিধ কি ? কেনেকুৱা সম্পদ ?
উত্তৰঃ- গুৰুগৃহৰ পৰা শংকৰে লৈ অহা সম্পদবিধ বিদ্যা। আৰু ই অমূল্য সম্পদ।
Question Type : Sumit Patar
Answer Type : Himanku Bora
Post ID : DABP006621