অনুশীলনীঃ

    👉Text Books PDF
    👉MCQ Answer
    👉MCQ Online Exam

১। শংকৰদেৱে বৰদোৱা কিয় এৰিব লগা হৈছিল? শংকৰদেৱৰ অজ্ঞাতে ভৃঞাসকলে কৰা কামটো কি আছিল?

উত্তৰঃ- শংকৰদেৱৰ অজানিতে এইদৰে কছাৰীসকলক বধ কৰাৰ বাবে ভুঞাসকলক তেওঁ দোষাৰোপ কৰিলে। এই কাৰণতেই শংকৰদেৱ বৰদোৱা এৰিব লগা হৈছিল। শংকৰদেৱৰ অজ্ঞাতে ভুঞাসকলে বুদ্ধি কৰি কছাৰীসকলক ভোজ খাবলৈ মাতি আনি কিছুমানক মাৰি পেলালে আৰু কিছুমান পলাই সাৰিল।

 

Question Type : Sumit Patar

Answer Type : Himanku Bora





Post ID : DABP006633