কবি গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ | Rabindranath tagore | কবি গুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিষয় চমু বৰ্ণনা |



কবি গুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ

জন্ম :- ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম হৈছিল ১৮৬১ চনৰ ৭ মে' তাৰিখে । তেখেতৰ পিতৃৰ নাম আছিল মহৰ্ষি দেবেন্দ্ৰনাথ ঠাকুৰ আৰু মাতৃৰ নাম আছিল সাৰদা দেৱী।

শিক্ষা :- তেখেতৰ পিতৃয়ে উপযুক্ত শিক্ষকৰ তত্ত্বাৱধানত ঘৰতেই শিক্ষা গ্ৰহন কৰিছিল। বিশ্ববিদ্যালয় তেখেতৰ ডিগ্ৰী নাথাকিলেও বিশ্বৰ এজন জ্ঞানী মানুহ হৈ উঠিব সফল হৈছিল। এঘাৰ বছৰ বয়সত তেখেতৰ কামৰ চৰ্চা সকলোতে লাভ কৰিছিল।  

কৰ্মজীৱন:- ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰথম কবিতা পুথিখনৰ নাম হ'ল- তত্ত্ব-বোধিনী। সোতৰ বছৰ বয়সত তেখেতে ককায়েকৰ লগত বিলাতলৈ গৈছিল। আৰু তাত কিছু দিন থাকি দেশলৈ উভতি আহে। ১৯১৩ চনত তেওঁ 'গীতাঞ্জলী" নামৰ কাব্যগ্ৰন্থখন ইংৰাজীলৈ অনুবাদ পোৱাৰ পিছত তেওঁ ন'বেল বঁটা লাভ কৰে। ৰবীন্দ্ৰনাথ ঠাকুৰ এজন সংগীতকাৰ, সাহিত্যক, চিত্ৰশিল্পী, অভিনেতা আছিল । তেঁখেতৰ সংগীতক ৰবীন্দ্ৰসংগীত নামেৰে জনা গৈছিল। 

সামৰণি  :- এই সুন্দৰৰ সাধক, মানৱপ্ৰমী মহাকবি জনৰ ১৯৪১ চনৰ ৭ আগষ্ট তাৰিখে সমগ্ৰ বিশ্বক কন্দুৱাই ইহলীলা সম্বৰন  কৰে  ।


Arup Koch

Morigaon (Assam)