Rain On The Roof
1.
humid ( হিউমিড): সেমেকা
shadow (চেডাে): ছাঁ , ছায়া
hover (হ’ভাৰ): বতাহত উৰি থকা
starry (ষ্টাৰি): তাৰকাময় , তৰাৰে সুশােভিত
spheres ( স্পিয়াৰচ): বৃত্তাকাৰ , মণ্ডল
melancholy (মেলানকলি); বেদনাদায়ক , দুখময়
darkness (ডার্কনেচ): অন্ধকাৰ
gently (জেন্টলি): মৃদুভাৱে , বিনীতভাৱে
weeps ( উইপচ): উচুপি থকা
tears (টিয়াৰ): চকুপানী
bliss (ব্লিচ): আনন্দ
press (প্রেচ): হেঁচা , চেপা
pillow (পিল ’): গাৰু
cottage-chamber (ক’টেজ চেম্বাৰ): কুঠৰীৰ কোঠা
listening (লিচিনিং): শুনি থকা
patter (পেটাৰ):বৰুষুণৰ টোপালৰ শব্দ
soft (চফট): কোমল
overhead (অভাৰহেড): মুৰৰ ওপৰত
2.
Every (এভূৰি): প্রত্যেক
Tinkle ( টিংকল): টুনটুন্ শব্দ , টোপাল পৰা শব্দ
Shingles (সিংগলচ): মুধচত ব্যৱহৃত আয়তাকাৰ কাঠৰ টুকুৰা
echo (ইক): প্রতিধ্বনি
heart (হার্ট): হৃদয় , মন
thousand (থাউজেণ্ড): হাজাৰ , সহস্র
dreamy ( ড্রিমি):স্বপ্নময়
fancies (ফেন্সিচ): কল্পনা
busy (বিজি): ব্যস্ত
start (ষ্টার্ট): আৰম্ভ হােৱা
recollection (ৰিকালেকশ্বন):স্মৃতি
weave (উইভ): বােৱা , গুঠা
threads ( থ্রেডচ): সুতা
woof ( উফ): কাপােৰৰ প্ৰান্ত
listen (লিচেন): শুনা
roof (কফ): মুধচ , চাল
3.
memory ( মেম’ৰি):স্মৃতি
comes (কামচ): অহা
used (ইউজড): ব্যৱহাৰ কৰা
agone (এগ’ন):পূর্বতে
darling (ডার্লিং): প্রিয় , মৰমৰ
dreamer (ড্রিমাৰ): স্বপ্নদৃষ্টা , সপােন দেখােতা
Ere ( ইৰ) : আগতে
left ( লেফট ): এৰা
dawn (ডন): কাহিলি পুৱা
Feel (ফিল): অনুভৱ কৰা
Found look(ফণ্ড লুক): মৰমৰ চাৱনি
List(লিষ্ট): তালিকা
Refrain (ৰিফ্ৰেন): গানৰ শাৰী
Played (প্লেড): প্লেড
Shingles (চিংগলচ্): সৰুসৰু শিল
Apurba Kakati