সহজ লভ্য বন দৰবৰ গুণ | সহজ লভ্য বন দৰবৰ গুণ কিতাপখনৰ তথ্য | Sahaj Labhoya Bon-Darabar Goon


সহজ লভ্য বন দৰবৰ গুণ


সহজ লভ্য বন দৰবৰ গুণ


প্ৰকাশকঃ

        পুথিতীৰ্থ প্ৰকাশন

        পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথ

        গোলাঘাট- ৭৮৫৬২১


সপ্তম সংশোধিত আৰু সংবৰ্দ্ধিত প্ৰকাশ ১৯৯৫

পুনৰ মুদ্ৰণঃ ২০০২

অষ্টম সংশোধিত আৰু সংবদ্ধতি প্ৰকাশ ২০০৫


একাদশ সংস্কৰণঃ ২০১১


₹ ১২০.০০ টকা।


© লেখক


মুদ্ৰণঃ

        নেচনেল টেকন' প্ৰিণ্টাৰ্ছ

        অভয় চন্দ্ৰ দত্ত পথ, কুমাৰপৰা

        গুৱাহাটী ৭৮১০০১


সূচীপত্ৰ

১। অতিসাৰ বা পেটচলা

২। অম্লশূল

৩। অজীর্ণ

৪। অৰুচি

৫। উপাঙ্গ প্রদাহ

৬। কেচুমূৰীয়া বা অর্শ

৭। কৃমি

৮। কোষ্ঠকাঠিন্য

৯। গ্রহণী

১০ । জালােদ বা পেটৰ সােথ

১১ । পাকস্থলিৰ ঘা

১২। পেট কামােৰণী

১৩। প্লীহা বা পিলাই বৃদ্ধি

১৪। বমি

১৫। বায়ু ৰােগ

১৬। ভগন্দৰ

১৭। যকৃত ৰােগ

১৮ | সাৰ বেমাৰ বা কামলা

১৯। হাইজা

২০। হেঁকেটি

২১ । আমবাত বা এলার্জি

২২ । ওকণি

২৩। এন্দুৰীয়া বা নালী ঘা

২৪। কুষ্ঠ ৰােগ

২৫। খৰ

২৬। খজুৱতী

২৭ । গা ফটা বা ছাল ফটা

২৮ । গাৰ ছাল সােতােৰা পৰা

২৯। গােধৰােগ বা শ্লীপদৰােগ

৩০। ঘামচি

৩১। দুষ্টবর্ণ

৩২। ফোঁহা

৩৩। বেচু

৩৪। ৰক্তপিত্ত

৩৫। ৰক্তহীনতা

৩৬। ৰক্তবিকাৰ

৩৭ । বাতাক্ত

৩৮। উচ্চ ৰক্তচাপ

৩৯। নিম্ন ৰক্তচাপ

৪০। হৃদৰােগ

৪১। কাহ

৪২। নিউমােনিয়া

৪৩। ব্রঙ্কাইটিচ

৪৪। লেং কাহ

৪৫। হাইফাই বা হাঁপানি

৪৬। একাংগী

৪৭। উন্মাদ ৰােগ

৪৮। কঁকালৰ বিষ

৪৯। মৃগী ৰােগ

৫০। মূৰ্চ্চা ৰােগ

৫১। স্নায়বিক দুর্বলতা

৫২। স্মৃতি শক্তি হ্রাস

৫৩। অকালতে চুলি পকা

৫৪। এঁৱা ভগা

৫৫। কর্ণমূল বা পিঠাখােৱা

৫৬। কাণ পকা

৫৭। কুকুৰী কণা

৫৮। চকুৰ ৰােগ

৫৯। চুলি সৰা

৬০। জিভাৰ ঘা

৬১। দাঁত পােকে খােৱা

৬২। দাঁত বিষ

৬৩। দাঁত লৰা

৬৪। দাঁতৰ গুৰিয়েদি তেজ যােৱা

৬৫। দাঁতৰ আলু উখহা

৬৬। টনচিল

৬৭। টকৌৱে খােৱা

৬৮। মূৰ কামােৰণি

৬৯। মুখৰ ভিতৰত ছাল চিগা বা ঘা লগা

৭০ | মাত ভঙা বা স্বৰভঙ্গ

৭১। ইনফ্লুৱেঞ্জা

৭২ । জলাতঙ্ক ৰােগ

৭৩। ধনুষ্টঙ্কাৰ

৭৪। পানীলগা

৭৫। বসন্ত ৰােগ

৭৬। যক্ষ্মা ৰোগ

৭৭ । সৰু আই

৭৮। পালজ্বৰ

৭৯। মেলেৰিয়া

৮০। সন্নিপাত জ্বৰ

৮১। সুতিকা জ্বৰ

৮২। ঋতুস্ৰাৱ অনিয়মীয়া

৮৩। কষ্টকৰ ঋতু বা বাধক বেদনা

৮৪। কন্যাকাল নােহােৱা

৮৫। গর্ভপাত

৮৬। প্রসৱ ৰােগ

৮৭। বন্ধ্যাত্ব বা বাঁজী

৮৮। ৰক্তস্ৰাৱ

৮৯। শ্বেত প্ৰদৰ

৯০। স্ননৰ ৰােগ

৯১। ঘােমােৰুকীয়া

৯২। পয়াঁলগা

৯৩। শিশুৰ প্ৰস্ৰাৱ বন্ধ

৯৪। টোপনিত প্ৰস্ৰাৱ হােৱা

৯৫। শিশুৰ নাড়ী পকা

৯৬। শিশুৰ শৌচ বন্ধ হৈ যােৱা

৯৭। শিশুৰ দাঁত গজাৰ সময়ত ঘনাই শৌচ হলে

৯৮। শিশুৰ সৰু আইৰ দোষ থাকিলে

৯৯। খােনা

১০০। ঘোঁৰা শলখা

১০১। শিশুৰ গাখীৰ চন্দিওৱাৰ ৰােগ

১০২। শিশুৰ মূৰত জ্বৰ উঠিলে

১০৩। শিশুৰ মুখেৰে লালতি ওলাই থাকিলে

১০৪। শিশুৰ শৌচ বমি

১০৫। শিশুৰ পেটৰ বিষ

১০৬। শিশুৰ কাণ পকা

১০৭। শিশুৰ শৌচ ক’লা হলে

১০৮। শিশুৰ ভােক নালাগিলে

১০৯। শিশুৰ সহজে দাঁত ওলাবলৈ হ'লে

১১০। শিশুৰ পেট ফুলা

১১১। গৰ্মী ৰােগ

১১২। ধাতু দুর্ব্বল

১১৩। পাথৰি ৰােগ

১১৪। প্রমেহ

১১৫। বহুমূত্র

১১৬। মূত্রকৃচ্চ ৰােগ

১১৭। মূত্রাঘাত

১১৮। লিঙ্গৰ ঘা

১১৯। শালমইনা

১২০। শিৰাৰােগ বা অণ্ডকোষ বৃদ্ধি

১২১। স্বপ্নদোষ বা স্বপ্নপ্রমেহ

১২২। কর্কট ৰােগ

১২৩। অনিদ্রা ৰােগ

১২৪। বাত বিষ

১২৫। শক্তিহীনতা ৰােগ

১২৬। অন্যান্য ৭৮ টা ৰোগ

১২৭। কটা বা অন্যান্য ঘা

১২৮। জীৱ-জন্তু বা কীট-পতঙ্গই কামুৰিলে

১২৯। জুইয়ে পােৰা

১৩০। বিষাক্ত ফল খালে

১৩১। হাড় ভগা আৰু জোৰা লগা

১৩২। অন্যান্য ১৩ বিধ ৰােগ

১৩৩। ৰােগ প্রতিষেধক খাদ্য

১৩৪। সৌন্দৰ্য্য চৰ্চ্চা

১৩৫। আয়ুস বৃদ্ধি

১৩৬। বিষাক্ত ব্যাধি

১৩৭। সহজলভ্য বন-দৰবৰ গুণ সম্বন্ধে বিভিন্ন মতামত

(BRONCHITIS)

(BLOODY)


(BLOOD POISONING)

GASTRIC ULCER

(ASCITES)

(DYSENTERY)