আইনা ভঙাদি ...| জুবিনৰ অসমীয়া গান  আইনা ভঙাদি ........ |আইনা ভঙাদি........ জুবিন গান | Zubeen Garg Song Aaina Bhonga Di | 

আইনা ভঙাদি ....




আইনা ভঙাদি ভাঙিব হিয়াখনি 

লুইতৰে সোঁতে ববগৈ চকুপানী 

তুমি এৰি আঁতৰি  গলে 

বতৰো নহয়চোন  গোমা গোমা 

ভালপোৱা কিয় কৰা আধৰুৱা ।

আইনা.....


অমিয়া অমিয়া মাত ওঁঠৰে 

সি যে কি অনুপম 

লিহিৰী বিৰিণা পাত দেহাটি 

সি যে কি অনুপম 

সাজোনে কাচোনে জোনেটিও নিমিলে 

তৰাটিও লাগে কম ।।


চাইনো চাইনো চাই তোমাক দুচকোত

যেন আঁকিহে থম ।

বতৰো ..... 


দেৰিকৈ আহিবা আহি নকবা যাবৰে হল 

বুকুতে অগনি জ্বলাই নকবা যাবৰে হল।।

যিদৰে উঠিছে নামি সিদৰে উলাহে ঢল

বুকুৰে মৰম যাচিবলেতো দিয়া 

এপল দুপল

বতৰো ... ।।