গানে কি আনে | জুবিনৰ অসমীয়াগানে কি আনে |গানে কি আনে   জুবিনৰ গান | Zubeen Grag Song Gaane Ki Aane.... 

গানে কি আনে ....


গানে কি আনে  সুৰৰ সপোনে সপোনে  

গানে কি সানে ডাঁৱৰৰ কাণে কাণে  

ৰামধেনুৰ শিতানে  শিতানে শিতানে

সুৰৰ সোপনে সোপনে || 


সৌ আকাশৰ ঢৌ তোলা 

জোনাকৰ বাবে 

সৌ পথাৰৰ থোৰ মেলা 

কুমলীয়া ধানে 

জানো জানে ?

গানে কি আনে কি সানে ? 

সুৰৰ সোপানে সোপানে 

ৰামধেনুৰ শিতানে শিতানে 

সুৰৰ সোপানে সোপানে 


গানে শাওনৰ আকাশৰ দৰে কান্দে 

গানে ৰুপহী বিজুলী চমকৰে হাঁহে ।


গানে কি আনে কি সানে

সুৰৰ সোপানে সোপানে 

ৰামধেনুৰ শিতানে শিতানে ||