মনৰ নিজানত..... | জুবিনৰ অসমীয়া গান মনৰ নিজানত..... | মনৰ নিজানত.....জুবিন গান |Zubeen Garg Song Monor Nijanot
মনৰ নিজানত জোনাক আছিলে
তোমাৰ মৰমৰ সুবাস সানিবলৈ
হঠাতে শুকালে পোহৰৰ ফুলনি
নীলিমাৰ মাজতো নাথাকো যে তুমি
নাহিবা বেদনা হৈ বুকু ভৰা
হৃদয় আৱেগক নোৱাৰে সহিব
চকোলো বাগৰে নীৰৱে
কিমান ,সাৱটিম নোপোৱাৰ সপোন
বুকুৰ উমেৰে সজোৱা
দুখৰ তৰা হৈ নাচাবা চকু মেলি
ওৰে নিশা ||
জীৱন ,সুৰভী তোমাৰ মাজতে
আছিলে অকলে নীৰৱে
সচাঁ প্ৰেমৰো উশাহ আছিলো
অকলশৰীয়া বুকুতে ||
মৰুভুমিৰ মায়া হৈ
নাহিবা বুকুলৈ মোৰ মিচাকৈয়ে
মনৰ নিজানত.... ||