A Legend Of The Northland
Lesson: 5 (Pome)
1.
away ( এৱে): দূৰ
hours ( আৱাৰ ) সময় , ঘণ্টা
few ( ফিউ ) কম
night ( নাইট ) নিশা
long ( লং ) দীঘল , বেছি
winter ( উইণ্টাৰ ) শীতকাল
sleep ( স্লিপ ) শুই থকা
harness ( হাৰনেচ ) বান্ধা
swift ( চুইফট ) বেগী
reindeer ( ৰেইনডিয়াৰ ) বলগা হৰিণ
sledge ( শ্লেজ ) বৰফত চলা গাড়ী
snows ( স্নােজ ) বৰফ
bear's cub ( বিয়েৰ কাব ) ভালুক পােৱালি
funny ( ফানি ) আমােদজনক , হাস্যস্পদ
furry ( ফাৰি ) নােমাল
tell ( টেল ) কোৱা
curious . ( কিউৰিয়াচ ) আশ্চর্যজনক
story ( ষ্টৰি ) কাহিনী
believe ( বিলিভ ) বিশ্বাস কৰা
learn ( লার্ন ) শিকা
lesson ( লেচন ) শিক্ষা , পাঠ
tale ( টেল ) সাধু
2.
once ( ওৱানচ ) এবাৰ
saint ( চেইন্ট ) সাধু , সন্ত
lived ( লিভড ) বাস কৰিছিল
below ( বিলাে ) তলত
walked ( ওৱাকড ) গৈছিল , খােজ কাঢ়িছিল
preaching ( প্রিচিং ) ধর্মপ্রচাৰ
cottage ( কটেজ ) জুপুৰী ঘৰ, সৰু ঘৰ
travelling ( ট্রেভিলিং ) ভ্রমণ কৰা
earth ( আর্থ ) পৃথিবী
making ( মেকিং ) সাজি থকা , প্রস্তুত কৰি থকা
cake ( কেক্ ) কেক , পিঠা
baking ( বকিং ) সেকা , ভাজা
hearth ( হার্থ ) জুইশাল , ভাটি
faint ( ফেইন্ট ) দূর্বল
fasting ( ফাষ্টিং ) উপবাস
almost ( অলমােষ্ট ) প্রায়
asked ( আস্কড ) সুধিছিল
store ( ষ্ট’ৰ ) ভঁৰাল
single ( চিংগল ) একমাত্র , এটা ।
3.
so ( চো ) সেয়ে
made ( মেড ) সাজিছিল , বনাইছিল
lay ( লে ) থােৱা , ৰখা
looked ( লুকড ) চাইছিল
thought ( থট্ ) ভাবিছিল
seemed ( চিমর্ড ) বােধ হােরা
large ( লার্জ ) ডাঙৰ
give away ( গিভ এৱে ) দিয়া , দান কৰা
kneaded ( নিডেড ) মিশ্রণ কৰা
still ( ষ্টিল ) তথাপি
turned ( টার্ড ) ঘূৰােৱা
first ( ফার্ট ) প্রথম
took ( টুক ) লৈছিল
tiny ( টিনি ) ক্ষুদ্র
scrap ( স্ক্রেপ ) সৰু টুকুৰা
dough ( ডাফ ) ময়দাৰ লাডু
rolled ( ৰ’লড় ) পকাইছিল
flat ( ফ্লেট ) বহল
thin ( থিন ) পাতল
wafer ( ওৱেফাৰ ) পাতল বিস্কুট , পাপড়সদৃশ
part with ( পার্ট উইথ ) দিয়া ।
4.
seen (টিম ) বােধ হয়
small ( স্মল ) সৰু
myself ( মাইচেলফ ) মই নিজে
shelf ( চেলফ ) চলফ , ৰেক
angry ( এংৰি ) খং , খঙাল
hungry ( হাংৰি ) ভােকাতুৰ
faint ( ফেন্ট ) দূর্বল
surely ( চিওলি ) নিশ্চিতভাৱে
enough ( এনাফ ) যথেষ্ট
provoke ( প্রভক ) খঙাল কৰা
selfish ( চেলফি ) স্বাৰ্থপৰ
dwell ( ডুৱেল ) বসবাস কৰা
human for ( হিউমেন ফর্ম ) মনুষ্য ৰূপ
food ( ফুড ) খাদ্য
shelter ( চেটাৰ ) আশ্রয়
fire ( ফায়াৰ ) জুই
keep ( কিপ ) ৰখা
warm ( ওৱাম ) উষ্ণ , গৰম ।
5.
build ( বিল্ড ) সজা , গঠন কৰা
birds ( বার্ডচ্ ) চৰাইবােৰ
scanty (স্কেন্টি) অপর্যাপ্ত , কম পৰিমাণ
boring (বৰিং) গাত বনােৱা
hard (হার্ড) টান , কঠিন
dry (ড্রাই) শুকান
wood (উদ্) কাঠ
chimney ( চিমনী ) নলী , চিমনি
speaking ( স্পিকিং ) কোৱা
top ( টপ ) ওপৰত
flew ( ফ্লিউ ) উৰিছিল
woodpecker ( উপেকাৰ ) বাঢ়ৈটোকা চৰাই
changed ( চেঞ্জড ) পৰিৱৰ্তন হৈছিল , সলনি হৈছিল ।
6.
scarlet ( স্কাৰলেট ) উজ্জ্বল ৰঙা
cap ( কেপ ) টুপী
head ( হেড ) মূৰ
left ( লেফট ) এৰিছিল , ৰৈছিল
same ( চেম ) একে
rest ( ৰেষ্ট ) বাকী
burned ( বানৰ্ড ) পুৰিছিল , জুলিছিল
flame ( ফ্লেম ) শিখা ; জুই
every ( এভৰি) প্রত্যেক
country ( কাউন্ট্রি ) দেশ , গাঁও
schoolboy ( স্কুলবয় ) স্কুলীয়া ছাত্র
wood ( উড ) অৰণ্য
lives ( লিভচ ) থকা , বসবাস কৰা
till ( টিল ) এতিয়ালৈকে , এই পর্যন্ত
coal ( ক'ল ) কয়লা ।
Apurba Kakati (Assam)