A Legend Of The Northland

Lesson: 5 (Pome)

1.  

away ( এৱে): দূৰ 

hours ( আৱাৰ ) সময় , ঘণ্টা 

few ( ফিউ ) কম 

night ( নাইট ) নিশা 

long ( লং ) দীঘল , বেছি 

winter ( উইণ্টাৰ ) শীতকাল 

sleep ( স্লিপ ) শুই থকা 

harness ( হাৰনেচ ) বান্ধা 

swift ( চুইফট ) বেগী 

reindeer ( ৰেইনডিয়াৰ ) বলগা হৰিণ 

sledge ( শ্লেজ ) বৰফত চলা গাড়ী 

snows ( স্নােজ ) বৰফ 

bear's cub ( বিয়েৰ কাব ) ভালুক পােৱালি  

funny ( ফানি ) আমােদজনক , হাস্যস্পদ 

furry ( ফাৰি ) নােমাল 

tell ( টেল ) কোৱা 

curious . ( কিউৰিয়াচ ) আশ্চর্যজনক 

 story ( ষ্টৰি ) কাহিনী 

 believe ( বিলিভ ) বিশ্বাস কৰা 

 learn ( লার্ন ) শিকা 

lesson ( লেচন ) শিক্ষা , পাঠ 

tale ( টেল ) সাধু 

2.

once ( ওৱানচ ) এবাৰ 

saint ( চেইন্ট ) সাধু , সন্ত 

lived ( লিভড ) বাস কৰিছিল 

 below ( বিলাে ) তলত 

walked ( ওৱাকড ) গৈছিল , খােজ কাঢ়িছিল 

preaching ( প্রিচিং ) ধর্মপ্রচাৰ 

cottage ( কটেজ ) জুপুৰী ঘৰ, সৰু ঘৰ  

travelling ( ট্রেভিলিং ) ভ্রমণ কৰা 

 earth ( আর্থ ) পৃথিবী 

making ( মেকিং ) সাজি থকা , প্রস্তুত কৰি থকা 

cake ( কেক্ ) কেক , পিঠা 

 baking ( বকিং ) সেকা , ভাজা 

hearth ( হার্থ ) জুইশাল , ভাটি 

 faint ( ফেইন্ট ) দূর্বল 

 fasting ( ফাষ্টিং ) উপবাস 

 almost ( অলমােষ্ট ) প্রায় 

asked ( আস্কড ) সুধিছিল 

 store ( ষ্ট’ৰ ) ভঁৰাল 

 single ( চিংগল ) একমাত্র , এটা ।

3.

 so ( চো ) সেয়ে 

made ( মেড ) সাজিছিল , বনাইছিল 

lay ( লে ) থােৱা , ৰখা

 looked ( লুকড ) চাইছিল 

thought ( থট্ ) ভাবিছিল

 seemed ( চিমর্ড ) বােধ হােরা 

large ( লার্জ ) ডাঙৰ 

give away ( গিভ এৱে ) দিয়া , দান কৰা  

kneaded ( নিডেড ) মিশ্রণ কৰা 

still ( ষ্টিল ) তথাপি 

turned ( টার্ড ) ঘূৰােৱা 

first ( ফার্ট ) প্রথম 

took ( টুক ) লৈছিল 

tiny ( টিনি ) ক্ষুদ্র 

scrap ( স্ক্রেপ ) সৰু টুকুৰা 

dough ( ডাফ ) ময়দাৰ লাডু 

rolled ( ৰ’লড় ) পকাইছিল 

flat ( ফ্লেট ) বহল 

thin ( থিন ) পাতল 

wafer ( ওৱেফাৰ ) পাতল বিস্কুট , পাপড়সদৃশ  

part with ( পার্ট উইথ ) দিয়া ।

4.

 seen (টিম ) বােধ হয় 

small ( স্মল ) সৰু 

myself ( মাইচেলফ ) মই নিজে 

shelf ( চেলফ ) চলফ , ৰেক 

angry ( এংৰি ) খং , খঙাল 

hungry ( হাংৰি ) ভােকাতুৰ 

faint ( ফেন্ট ) দূর্বল 

surely ( চিওলি ) নিশ্চিতভাৱে 

enough ( এনাফ ) যথেষ্ট 

provoke ( প্রভক ) খঙাল কৰা 

selfish ( চেলফি ) স্বাৰ্থপৰ 

dwell ( ডুৱেল ) বসবাস কৰা 

 human for ( হিউমেন ফর্ম ) মনুষ্য ৰূপ 

food ( ফুড ) খাদ্য 

shelter ( চেটাৰ ) আশ্রয় 

fire ( ফায়াৰ ) জুই 

 keep ( কিপ ) ৰখা 

warm ( ওৱাম ) উষ্ণ , গৰম ।

5.

build ( বিল্ড ) সজা , গঠন কৰা 

 birds ( বার্ডচ্ ) চৰাইবােৰ 

scanty (স্কেন্টি) অপর্যাপ্ত , কম পৰিমাণ  

boring (বৰিং) গাত বনােৱা 

 hard (হার্ড) টান , কঠিন 

 dry (ড্রাই) শুকান 

wood (উদ্) কাঠ 

chimney ( চিমনী ) নলী , চিমনি

speaking ( স্পিকিং ) কোৱা 

top ( টপ ) ওপৰত 

flew ( ফ্লিউ ) উৰিছিল 

woodpecker ( উপেকাৰ ) বাঢ়ৈটোকা চৰাই  

changed ( চেঞ্জড ) পৰিৱৰ্তন হৈছিল , সলনি হৈছিল ।

6.

scarlet ( স্কাৰলেট ) উজ্জ্বল ৰঙা 

cap ( কেপ ) টুপী 

head ( হেড ) মূৰ 

left ( লেফট ) এৰিছিল , ৰৈছিল 

 same ( চেম ) একে 

rest ( ৰেষ্ট ) বাকী 

burned ( বানৰ্ড ) পুৰিছিল , জুলিছিল 

 flame ( ফ্লেম ) শিখা ; জুই 

every ( এভৰি) প্রত্যেক 

country ( কাউন্ট্রি ) দেশ , গাঁও 

schoolboy ( স্কুলবয় ) স্কুলীয়া ছাত্র 

wood ( উড ) অৰণ্য 

 lives ( লিভচ ) থকা , বসবাস কৰা 

till ( টিল ) এতিয়ালৈকে , এই পর্যন্ত

 coal ( ক'ল ) কয়লা ।

Apurba Kakati (Assam)