এৰি নাজাবি... । জুবিনৰ অসমীয়া গান এৰি নাজবি । এৰি নাজাবি জুবিনৰ অসমীয়া গান | Ari najabi Zubeen Garg assamese song
এৰি নাজাবি .....
এৰি নাজাবি নাজাবি যাবি লগতে মোক লৈ
তই নহলে নহলে হিয়াই নামানে ঐ
এৰি নেজাবি নেজাবি ...............
চনেহা চেনেহী কেতিয়ানো কৰিবি
লাহকৈ বুকুৰে কেতিয়ানো লবিহি
মোৰ মন তোলৈ ।
কবিতাৰ কথাবোৰ লিখিব নোৱাৰো
মৌ সনা মিঠা গান শুনাব ও নোৱাৰি
মাথোঁ খুলিলেই খুজি চাবি
কলিজাতো তোৰ হাততে পাবি
মাথোঁ খুলিলেই.........
এহালি দুহালি আগুৱাই আহিছো
তোৰ ঘাটতে নাওঁ লগাব খুজুঠো
লম আদৰি ঐ
ইবেলি সিবেলি পুৱা গৈ গধূলি
ইকাষে সিকাষে সপোন তোৰ সাৱতি
উৰিবলে মন পাখি লগাই
প্ৰেম হৱলা এনেকুৱাই ।।
ওপৰা ওপৰি ভাৱনা আহিলে
উফৰা-উফৰি কামনা জাগিলে
দুখ নিদিবি ঐ.... ।।