বিজয় ভূঞা গীত | Bijay Bhuya Assamese Song | বিজয় ভূঞা অসমীয়া গীত সমূহ
প্ৰেম যদি অভিনয় হয় হৃদয় মানেনো কি
প্ৰেম যদি অভিনয় হয় হৃদয় মানেনো কি
মৰম যদি ছলনা হয় জীৱন মানেনো কি ?
জীৱন মানেনো কি ?
মানে সজা
বালিঘৰ কিয় ভাঙি যায়
হেৰুৱা সপোন
কিয় নাহে ঘূৰাই
মাথোঁ হৃদয়ত
লিখা আছে মোৰ
দুখ বেদনাৰ
হিয়া ভঙা গান
থমকি ৰয়
প্ৰেম যদ....।
ৰচিছিলো গোপনে
আশা ভৰা গীত
ৰাইছিলো নীৰৱে
হৃদয় খুলি
চিনাকি দিনবোৰ
কেনি হেৰাল মোৰ
বিচৰা হাঁহিবোৰ
যায় আঁতৰি
মৰহি গ’ল
প্ৰেম যদি...।