সীতানাথ ব্ৰক্ষ্মচৌধাৰী বিষয়ে সকলো প্ৰশ্ন উত্তৰ  

১) সীতানাথ ব্ৰক্ষ্মচৌধাৰী কোন চনৰ কোন তাৰিখে জন্ম হৈছিল ?
উত্তৰঃ-সীতানাথ ব্ৰক্ষ্মচৌধাৰীৰ ১৯০৮ চনৰ ৮ অক্টোবৰ তাৰিখে জন্ম হৈছিল ।
২) সীতানাথ ব্ৰক্ষ্মচৌধাৰী কোন ঠাইত জন্ম হৈছিল ?
উত্তৰঃ- সীতানাথ ব্ৰক্ষ্মচৌধাৰী কোকাৰাঝাৰ জিলাৰ ভালুকমাৰী নামৰ ঠাই এখনত হৈছিল ।
৩) সীতানাথ ব্ৰক্ষ্মচৌধাৰীয়ে কোন বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা লাভ কৰিছিল ? 
উত্তৰঃ- সীতানাথ ব্ৰক্ষ্মচৌধাৰীয়ে শিৱসাগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা লাভ কৰিছিল ।
৪) সীতানাথ ব্ৰক্ষ্মচৌধাৰীয়ে বি.এ পৰীক্ষা কোন কলেজৰ পৰা পাছ কৰিছিল ? 
উত্তৰঃ- সীতানাথ ব্ৰক্ষ্মচৌধাৰীয়ে বি.এ পৰীক্ষা গুৱাহাটীৰ কটন কলেজৰ পৰা পাছ কৰিছিল ।
৫) কোন চনত সীতানাথ ব্ৰক্ষ্মচৌধাৰীয়ে বঙাইগাৱঁৰ বীৰবনৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰিছিল ?
উত্তৰঃ- ১৯৩৯ চনত সীতানাথ ব্ৰক্ষ্মচৌধাৰীয়ে বঙাইগাৱঁৰ বীৰবনৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰিছল । 
৬) কিমান চনত সীতানাথ ব্ৰক্ষ্মচৌধাৰীয়ে ধুবুৰীৰ লোকেল ব'ডৰ অধ্যক্ষ হিচাপ্ নিযুক্তি লাভ কৰিছিল ? 
উত্তৰঃ- ১৯৪৬ চনত সীতানাথ ব্ৰক্ষ্মচৌধাৰীয়ে ধুবুৰীৰ লোকেল ব'ডৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছিল য।
৭) সীতানাথ ব্ৰক্ষ্মচৌধাৰীয়ে কিমান চনত লোকসভালৈ নিৰ্বাচিত হৈছিল  ?
উত্তৰঃ- সীতানাথ ব্ৰক্ষ্মচৌধাৰীয়ে ১৯৫২ চনত লোকসভালৈ নিৰ্বাচিত হৈছিল ।
৮) সীতানাথ ব্ৰক্ষ্মচৌধাৰীয়ে কিমান চনত তিনিচুকীয়া অধিবেশনৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰিছিল ? 
উত্তৰঃ- সীতানাথ ব্ৰক্ষ্মচৌধাৰীয়ে ১৯৮১ চনত তিনিচুকীয়া অধিবেশনৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰিছিল ।
৯)  সীতানাথ ব্ৰক্ষ্মচৌধাৰীয়ে কিমান চনত ডিফু অধিবেশনৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰিছিল ? 
উত্তৰঃ- সীতানাথ ব্ৰক্ষ্মচৌধাৰীয়ে ১৯৮২ চনত ডিফু অধিবেশনত সভাপতি হিচাপে নিযুক্তি লাভ কৰিছিল ।
১০) কিমান চনত সীতানাথ ব্ৰক্ষ্মচৌধাৰীয়ে লোকসভাৰ সদস্য ৰুপে নিৰ্বাচিত হৈছিল ?
উত্তৰঃ- ১৯৫২ চনত সীতানাথ ব্ৰক্ষ্মচৌধাৰীয়ে লোকসভাৰ সদস্য ৰুপে নিৰ্বাচিত হৈছিল ।
১১) সীতানাথ ব্ৰক্ষ্মচৌধাৰীয়ে ১৯৫২ চনত কোন সমষ্টিৰ পৰা কোন দলৰ হৈ লোকসভাৰ সদস্য ৰুপে নিৰ্বাচিত হৈছিল ?.
উত্তৰঃ- সীতানাথ ব্ৰক্ষ্মচৌধাৰীয়ে ১৯৫২ চনত গোৱালপাৰা গাৰো পাহাৰ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ লোকসভাৰ সদস্য ৰুপে নিৰ্বাচিত হৈছিল।
১২) সীতানাথ ব্ৰক্ষ্মচৌধুৰীয়ে প্ৰতিষ্ঠা কৰা হাইস্কুলখনৰ নাম কি লিখাঁ ?
উত্তৰঃ- সীতানাথ ব্ৰক্ষ্মচৌধুৰীয়ে প্ৰতিষ্ঠা কৰা হাইস্কুলখনৰ নাম বীৰঝৰা হাইস্কুল আছিল। 
১৩) বীৰঝৰা হাইস্কুলখন কোন চনৰ কোন তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল?
উত্তৰঃ-বীৰঝৰা হাইস্কুলখন ১৯৩৯ চনৰ ৮ মাৰ্চ তাৰিখে প্ৰতিষ্ঠ কৰা হৈছিল।
১৪) সীতানাথ ব্ৰক্ষ্মচৌধুৰীয়ে ৰচনা কৰা এখন যুক্তাক্ষৰবিহীন কিতাপৰ নাম লিখাঁ ?
উত্তৰঃ- সীতানাথ ব্ৰক্ষ্মচৌধুৰীয়ে ৰচনা এখন যুক্তাক্ষৰবিহীন কিতাপখনৰ নাম হ'ল-গাঁও সংগঠন।
১৫) গাওঁ সংগঠন নামৰ কিতাপখন কিমান চনত ৰচনা কৰা হৈছিল? 
উত্তৰঃ- গাওঁ সংগঠন নামৰ কিতাপখন ১৯৪০ চনত ৰচনা কৰা হৈছিল। 
১৬) সীতানাথ ব্ৰক্ষ্মচৌধাৰীয়ে ৰচনা কৰা এখন কবিতাপুথিৰ নাম লিখাঁ ?
উত্তৰঃ- সীতানাথ ব্ৰক্ষ্মচৌধাৰীয়ে ৰচনা কৰা এখন কবিতা পুথি খনৰ নাম হ'ল-কদম কলি।  
 ১৭) কদম কলি নামৰ কবিতা পুথিখন কোন চনত ৰচনা কৰা হৈছিল ?
উত্তৰঃ-কদম কলি নাম কবিতা পুথিখন ১৯৬৮ চনত ৰচনা কৰা হৈছিল।
১৮) সীতানাথ ব্ৰক্ষ্মচৌধুৰীয়ে কিমান চনত ফুলেশ্বৰী দৈমাৰী নামৰ কবিতাপুথিখন ৰচনা কৰিছিল?
উত্তৰঃ- সীতান্থ ব্ৰক্ষ্মচৌধুৰীয়ে ১৯৭৬ চনত ফুলেশ্বৰী দৈমাৰী নামৰ কবিতাপুথিখন ৰচনা কৰিছিল।
১৯)সীতানাথ ব্ৰক্ষ্মচৌধাৰীৰ কিমান চনৰ কিমান তাৰিখে মৃত্যু
হৈছিল ?
 উত্তৰঃ- সীতানাথ ব্ৰক্ষ্মচৌধাৰীৰ ১৯৮২ চনৰ ২৩ নৱেম্বৰ তাৰিখে মৃত্যু হৈছিল । 

Type Arup koch