টেঙাই মহনৰ জীৱনী



-----------------------------------------------------------
জন্ম  ১৭১৫ চনত আৰু  ১৮২৩ চনত  মৃত্যু 
-----------------------------------------------------------

     টেঙাই মহনঃ পণ্ডিত টেঙাই মহন জন্ম হৈছিৱ ১৭১৫ চনত মহুং-মাইচেউ পৰিয়ালৰ তকম্বৰিৰ ঘৰত জন্ম গ্ৰহণ কৰিছিল। তিনিজন কতায়েক-ভায়েকৰ ভিতৰত টেঙাই আছিল সৰু। যেতিয়া আহোম সকলৰ ভাষাৰ সলনি অসমীয়া ভাষাৰ প্ৰচলন হৈ উঠিছিল তেতিয়া আহোম ভাষাটো জীয়াই ৰখা উদ্দেশ্যই আহোম অভিধান প্ৰণয়ন কৰিছিল। ইফালে আহোমৰ শব্দ আনফালে অসমীয়া শব্দ উদাহৰণ স্বৰূপে আহোমৰ শব্দ চাম তাৰ বিপৰীতে অসমীয়া শব্দ বোলে এনেদৰে তেওঁ অভিধান সৃষ্টি কৰিছিল। টেঙাই মহন আছিল প্ৰথম অসমৰ অভিধান প্ৰণেতা আছিল। এইগকাকী মহান অভিধানিকজনপ ১৮২৩ চনত ডিব্ৰুগড় জিলাত খুৱাঙত মৃত্যু হৈছিল।

উৎসঃ বৈচিত্ৰ্যময় অসম
By
Priyam Jyoti Patar