চ  


৭০৬) চ'না (Sona) - সোণ ।
৭০৭) চওনা (Chona) - উজ্জ্বল ।  
৭০৮) চকাস (Cakas) - বৰ বৰষুণৰ অন্তত হোৱা সূৰ্যৰ পোহৰ । 
৭০৯) চকু (Soku) - নেত্ৰ ।  
৭১০) চক্ৰধৰ্ (Chakradhar) বিষ্ণু ।  
৭১১) চক্ৰভৃৎ (Chakravritবিষ্ণু ।  
৭১২) চক্ৰেশ্বৰ  (Chakrashwar) বিষ্ণুৰ ান এটা নাম ।    
৭১৩) চঞ্চ (Chanch) চৰাইৰ ঠোঁট ।  
৭১৪) চঞ্চু (Cancu) - বিখ্যাত ।   
৭১৯) চণ্ডাংণ্ড (Chandang) সূৰ্য ।  
৭২০) চণ্ডী (Chandi) দুৰ্গাৰ  এক নাম ।   
৭২১) চতুৰন্তা (Caturanta) পৃথিৱী ।  
৭২২) চতুৰানন্ (Caturanan) ব্ৰহ্মা ।   
৭২৩) চতুৰ্ধা (Caturdha) চাৰিগুণ ।  
৭২৪) চতুবৰ্ক্ৰ (Catubarkra) ব্ৰহ্মা ।  
৭২৯) চদিৰ (Chadir) চন্দ্ৰ ।  
৭৩০) চনা (Chana) সৰু ।  
৭৩১) চন্দিৰ (Chandir) চন্দ্ৰ ।  
৭৩২) চন্দ্ৰ (Chandra) - জোন ।      
৭৩৩) চন্দ্ৰক (Chandrak) - জোনবাই ।  
৭৩৩) চন্দ্ৰকৰ (Chandrakar) - জোনাক ।      
৭৩৪) চন্দ্ৰকান্ত (Chandrakant) - চন্দ্ৰৰ ৰশ্মিৰ পৰা উৎপন্ন বুলি খ্যাত এবিধ কাল্পনিক ৰতন ।  
৭৩৫) চন্দ্ৰগুপ্ত (Chandra gupta) - আগৰ কালৰ মগধ দেশৰ এজন বিখ্যাত ৰজা ।   
৭৩৬) চন্দ্ৰচূড় (Chandrachur) - মহাদেৱ ।       
৭৩৭) চন্দ্ৰপাদ (Chandrapad) - চন্দ্ৰ কিৰণ ।   
৭৩৮) চন্দ্ৰশেখৰ (Chandra shekhar)  - অতিশয় ৰূপৱান ।  
৭৩৯) চন্দ্ৰিল (Chandril) - মহাদেৱ ।
৭৪০) চন্দ্ৰেশ্বৰ (Chandaneshwar) - কাশীৰ শিৱলিংগ ।  
৭৪১) চম্বিত (Chambit) - জ্ঞান ।  
৭৪২) চলিষ্ণু (Chalishnu) - চলনশীল ।  
৭৪৩) চক্ষু (caksu) - নয়ন ।   
৭৪৪) চাণক্য (Chanakya) - প্ৰাচীন বিহাৰ দেশৰ চন্দ্ৰ গুপ্ত ৰজাৰ মন্ত্ৰী চাণক্য ।  
৭৪৫) চান্দ্ (Chand)  - জোন ।  
৭৪৬) চান্দি (Chandi) - খাঁটি ৰূপ ।  
৭৪৭) চান্দ্ৰী (Chandri) - জোনৰ পোহৰ ।   
৭৪৮) চাম্পেয় (Cyampiyana) - সোণ ।     
৭৪৯) চিত্  (Chit) - হৃদয় ।  
৭৫০) চিত্ৰ (Chitra) - ছবি ।   
৭৫১) চিত্ৰভানু (Chittrabhanu) - জুই ।     
৭৫২) চিদম্বৰ  (Chidambar) - ব্ৰহ্মা । 
৭৫৩) চিদাংগ (Chidanga) - জ্ঞান বৃদ্ধি ।   
৭৫৪) চিদাত্মা (Chidatma) - ব্ৰহ্মা ।     
৭৫৫)চিন্দানন্দ (Chidanta)- যাৰ মনৰ সন্তোষৰ অন্ত নাই ।  
৭৫৬) চিদাম্বৰ (Chidambar) - বিশাল হৃদয়ৰ ।  
৭৫৭) চিন্তন (Cintana) - ভাবা কাৰ্য ।  
৭৫৮) চিন্তামণি (Chinanta) - এক কাল্পনীয় বহুমূল্য মণি । 
৭৫৯)চিন্না (Chinnan)- চিলা পক্ষী ।   
৭৬০) চিন্নি (Chinni) - আল্লা ।  
৭৬১) চিন্ময় (Chinmoy) - জ্ঞানস্বৰূপ ।  
৭৬২) চিৰাক (Chirak) - বন্তি , চাকি ।   
৭৬৩) চুদনা (Chudana) - শীত ।  
৭৬৪) চুদুৰ (Chudur) - অপকাৰী লোক ।       
৭৬৫) চুভা (Chubha) -গৰম ।  
২৭১) ঊৰব্য় (Urabya)-  ব্ৰহ্মাৰ ঊৰুৰ পৰা উৎপন্ন বৈশ্য় বৰ্ণৰ লোক ।  
২৭২) ঊৰ্মি (Urmi) - পানীৰ ঢৌ ।                    
৭৬৬) চ্যৱণ (Cyaran) - গতি ।


Back To Home Page



Type: Bipasha kakati..