চ
৭০৬) চ'না (Sona) - সোণ ।
৭০৭) চওনা (Chona) - উজ্জ্বল ।
৭০৮) চকাস (Cakas) - বৰ বৰষুণৰ অন্তত হোৱা সূৰ্যৰ পোহৰ ।
৭০৯) চকু (Soku) - নেত্ৰ ।
৭১০) চক্ৰধৰ্ (Chakradhar) - বিষ্ণু ।
৭১১) চক্ৰভৃৎ (Chakravrit- বিষ্ণু ।
৭১২) চক্ৰেশ্বৰ (Chakrashwar) - বিষ্ণুৰ ান এটা নাম ।
৭১৩) চঞ্চ (Chanch) - চৰাইৰ ঠোঁট ।
৭১৪) চঞ্চু (Cancu) - বিখ্যাত ।
৭১৯) চণ্ডাংণ্ড (Chandang) - সূৰ্য ।
৭২০) চণ্ডী (Chandi) - দুৰ্গাৰ এক নাম ।
৭২১) চতুৰন্তা (Caturanta) - পৃথিৱী ।
৭২২) চতুৰানন্ (Caturanan) - ব্ৰহ্মা ।
৭২৩) চতুৰ্ধা (Caturdha) - চাৰিগুণ ।
৭২৪) চতুবৰ্ক্ৰ (Catubarkra) - ব্ৰহ্মা ।
৭২৯) চদিৰ (Chadir) - চন্দ্ৰ ।
৭৩০) চনা (Chana) - সৰু ।
৭৩১) চন্দিৰ (Chandir) - চন্দ্ৰ ।
৭৩২) চন্দ্ৰ (Chandra) - জোন ।
৭৩৩) চন্দ্ৰক (Chandrak) - জোনবাই ।
৭৩৩) চন্দ্ৰকৰ (Chandrakar) - জোনাক ।
৭৩৪) চন্দ্ৰকান্ত (Chandrakant) - চন্দ্ৰৰ ৰশ্মিৰ পৰা উৎপন্ন বুলি খ্যাত এবিধ কাল্পনিক ৰতন ।
৭৩৫) চন্দ্ৰগুপ্ত (Chandra gupta) - আগৰ কালৰ মগধ দেশৰ এজন বিখ্যাত ৰজা ।
৭৩৬) চন্দ্ৰচূড় (Chandrachur) - মহাদেৱ ।
৭৩৭) চন্দ্ৰপাদ (Chandrapad) - চন্দ্ৰ কিৰণ ।
৭৩৮) চন্দ্ৰশেখৰ (Chandra shekhar) - অতিশয় ৰূপৱান ।
৭৩৯) চন্দ্ৰিল (Chandril) - মহাদেৱ ।
৭৪০) চন্দ্ৰেশ্বৰ (Chandaneshwar) - কাশীৰ শিৱলিংগ ।
৭৪১) চম্বিত (Chambit) - জ্ঞান ।
৭৪২) চলিষ্ণু (Chalishnu) - চলনশীল ।
৭৪৩) চক্ষু (caksu) - নয়ন ।
৭৪৪) চাণক্য (Chanakya) - প্ৰাচীন বিহাৰ দেশৰ চন্দ্ৰ গুপ্ত ৰজাৰ মন্ত্ৰী চাণক্য ।
৭৪৫) চান্দ্ (Chand) - জোন ।
৭৪৬) চান্দি (Chandi) - খাঁটি ৰূপ ।
৭৪৭) চান্দ্ৰী (Chandri) - জোনৰ পোহৰ ।
৭৪৮) চাম্পেয় (Cyampiyana) - সোণ ।
৭৪৯) চিত্ (Chit) - হৃদয় ।
৭৫০) চিত্ৰ (Chitra) - ছবি ।
৭৫১) চিত্ৰভানু (Chittrabhanu) - জুই ।
৭৫২) চিদম্বৰ (Chidambar) - ব্ৰহ্মা ।
৭৫৩) চিদাংগ (Chidanga) - জ্ঞান বৃদ্ধি ।
৭৫৪) চিদাত্মা (Chidatma) - ব্ৰহ্মা ।
৭৫৫)চিন্দানন্দ (Chidanta)- যাৰ মনৰ সন্তোষৰ অন্ত নাই ।
৭৫৬) চিদাম্বৰ (Chidambar) - বিশাল হৃদয়ৰ ।
৭৫৭) চিন্তন (Cintana) - ভাবা কাৰ্য ।
৭৫৮) চিন্তামণি (Chinanta) - এক কাল্পনীয় বহুমূল্য মণি ।
৭৫৯)চিন্না (Chinnan)- চিলা পক্ষী ।
৭৬০) চিন্নি (Chinni) - আল্লা ।
৭৬১) চিন্ময় (Chinmoy) - জ্ঞানস্বৰূপ ।
৭৬২) চিৰাক (Chirak) - বন্তি , চাকি ।
৭৬৩) চুদনা (Chudana) - শীত ।
৭৬৪) চুদুৰ (Chudur) - অপকাৰী লোক ।
৭৬৫) চুভা (Chubha) -গৰম ।
২৭১) ঊৰব্য় (Urabya)- ব্ৰহ্মাৰ ঊৰুৰ পৰা উৎপন্ন বৈশ্য় বৰ্ণৰ লোক ।
২৭২) ঊৰ্মি (Urmi) - পানীৰ ঢৌ ।
৭৬৬) চ্যৱণ (Cyaran) - গতি ।
Back To Home Page
Type: Bipasha kakati..
0 Comments