ড  

৮৫৫) ডাউ (Dow)  - চৰাই ।  
৮৫৬) ডিংগী (Dingi) - এবিধ সৰু নাওঁ ।  
৮৫৭) ডিংগো (Dingu) - এবিধ বণৰীয়া কুকুৰ ।   
৮৫৮) ডিগি (Digi) - হ্ৰদ । 
৮৫৯) ডিমৰু (Dimoru) - এবিধ গছ আৰু ইয়াৰ ফল ।  
৮৬০) ডিম্ব (Dimbo)- কোনো ঘূৰণীয়া বস্তু ।


Back To Home Page


Type: Bipasha kakati..