দ
৯১৬) দত্তেয় (Datteya) - ইন্দ্ৰ ।
৯১৭) দধীচি (Dadhichi) - এজন ঋষিৰ নাম ।
৯১৮) দম্ভোলি (Dambholi)- ইন্দৰ বজ্ৰ ।
৯১৯) দয়নু (Dayanu)- মৰমিয়াল ।
৯২০) দয়ানন্দ (Dayananda) - দয়া প্ৰদান কৰা আনন্দ ।
৯২১) দতাজ (Dataj) - উদাৰ ।
৯২২) দৰ্পক (Darpak) - কামদেৱ ।
৯২৩) দৰ্শন (Darshan) - দেখা ।
৯২৪) দৰ্শিত (Darshit) - দেখোৱা , দেখা ।
৯২৫) দল্মি (Dalmi) - ইন্দ্ৰ ।
৯২৬) দাদু (Dadu) - খহু ।
৯২৭) দান-বীৰ (Dan veer) - অতি দানী লোক ।
৯২৮) দানু (Danu) - বায়ু ।
৯২৯) দাৰুণ (Darun) - প্ৰবল ।
৯৩০) দিন-মণি (Din moni) - সূৰ্য ।
৯৩১) দিনাংক (Dinangka) - তাৰিখ ।
৯৩২) দিনান্ত (Dinanta) - গধূলি ।
৯৩৩) দিনেশ (Dinesh) - সূৰ্য ।
৯৩৪) দিনৌ (Dinow) - প্ৰতিদিনে ।
৯৩৫) দিপুৰ (Dipur) - কাইলৈ ।
৯৩৬) দিৱ (Div) - স্বৰ্গ ।
৯৩৭) দিব্যৰথ (dibyarath) - দেৱতাৰ বিমান ।
৯৩৮) দিল (Dil) - মন ।
৯৩৯) দিলীপ (Dilip) - ৰামচন্দ্ৰৰ পুৰ্ব পুৰুষ এজনৰ নাম ।
৯৪০) দিৱ্য (Divya)- স্বৰ্গীয় দেৱতাৰ যোগ্য ।
৯৪১) দীনকান্ত (Dinakanta) - দীনবন্ধু ।
৯৪২) দীননাথ (Dinanath) - বিষ্ণু ।
৯৪৩) দীপ (Dip) - প্ৰদীপ ।
৯৪৪) দীপক (Dipak) - চাকি ।
৯৪৫) দীপজ্যোতি (Dipjyoti) - বন্তিৰ পোহৰ ।
৯৪৬) দীপম (Dipam) - বন্তি ।
৯৪৭) দীপৰঞ্জন (Dipranjan) - বন্তিৰে শোভিত ।
৯৪৮) দীপ্ত (Dipta) - জ্বলি থকা ।
৯৪৯) দীপ্তনীল (Diptanil) - উজ্জ্বল নীলা ৰং ।
৯৫০) দীক্ষান্ত (Dikshanta) - অৱভূথ যজ্ঞ ।
৯৫১) দীক্ষিত (Dikshit) - সংস্কাৰকৃত ।
৯৫২) দুৰ্লভ (Durlav) - পাবলৈ টান ।
৯৫৩) দেৱকুসুম (Devkusum) n- পাৰিজাত ফুল ।
৯৫৪) দেৱকষ্ণ (Devkrishna) - ভগৱান শ্ৰী কৃষ্ণ ।
৯৫৫) দেৱ (dev) - ঈশ্বৰ ।
৯৫৬) দেৱকমল (Devkamal) - স্বৰ্গীয় পদুম ।
৯৫৭) দেৱকণ্ঠ (Devkantha) - দেৱতাৰ কণ্ঠ ।
৯৫৮) দেৱজিৎ (Devjit) - দেৱ বিজয়ী ।
৯৫৯) দেৱজ্যোতি (Devjyoti) - স্বৰ্গীয় জ্যোতি ।
৯৬০) দেৱজ্ঞান (Devgyan) - দেৱতা বোধ ।
৯৬১) দেৱনন্দী (Devnandi) - ইন্দ্ৰ দ্বাৰ পাল ।
৯৬২) দেৱমণি (Devmoni) - কৌস্তুভমণি ।
৯৬৩) দেৱ-ৰাজ (Dev raj) - দেৱতাৰ ৰজা ।
৯৬৪) দেৱাঞ্জন (Devanjan) - দেৱ-শোভা ।
৯৬৫) দেৱেন্দ্ৰনাথ (Devendranath) - শিৱৰ এটা নাম ।
৯৬৬) দ্বীপান্তৰ (Dipantar) - আন এক মাজুলী ।
৯৬৭) দ্ৰুমৰাজ (Drumraj) - ডাঙৰ গছ ।
৯৬৮) দ্ৰৱণ (Drawan) - গলন ।
৯৬৯) দুলি (Duli) - এজন মুনিৰ নাম ।
৯৭০) দীপ্তাক্ষ (Diptaksa- উজ্জ্বল নেত্ৰ ।
৯৭১) দ্বীপ (Dbip) - পানীয়ে বেৰি থকা ঠাই ।
Back To Home Page
Type: Bipasha kakati..
0 Comments