ধ  

    নৱজাতকৰ নাম আৰু সম্পূৰ্ণ ৰাশি গণনা পাবলৈ আমাৰ What's App Number টোত যোগাযোগ কৰিব। আমাৰ ফালৰ পৰা এখন সম্পূৰ্ণ আখৰা দিয়া হব যত থাকিব জন্ম হোৱা সময়ৰ গহ, নক্ষত, যোগ ইত্যাদিৰ গণনা আৰু লগতে অসমীয়া কেইবাতাও নাম ইংৰাজী উচ্চাৰণৰ সহ আৰু থাকিব বহুতো তথ্য।

গতিকে সম্পূৰ্ণ তথ্যৰ বাবে যোগাযোগ কৰক আমাৰ What's App Number ত
6000879561
 বা 




৯৭২) ধন (Dhan) - সোণ ।  
৯৭৩) ধনচিন্তা (Dhanchinta) - অৰ্থ চিন্তা ।  
৯৭৪) ধনজিৎ (Dhanjit) - ঐশ্বশালী  ।     
৯৭৫) ধনঞ্জয় (Dhananjay) - জয় কৰ ।  
৯৭৬) ধনুষ্ক (Dhanuska) - ধনুৰ্ধৰ ।    
৯৭৭) ধনুষ্মান (Dhanusman) - ধনুৰ্ধৰ ।  
৯৭৮) ধনেশ্ (Dhanesh) - কুবেৰ ।
৯৭৯) ধৰণীশ্বৰ (Dharaniswar) - পৃথিৱী পতি ।
৯৮০) ধৰম্ (Dharam) - ধৰ্ম ।    
৯৮১) ধৰুণ (Dharun) - অগ্নি । 
৯৮২) ধৰ্ম (Dharma) - সতীত্ব ।   
৯৮৩) ধৰ্মকুমাৰ (Dharmakumar) - ধাৰ্মিক বালক ।  
৯৮৪) ধৰ্মকেতু (Dharmaketu) - বুদ্ধদেৱৰ এটা নাম ।   
৯৮৫) ধৰ্মজ্যোতি (Dharmajyoti) - ধৰ্মৰ পোহৰ ।
৯৮৬) ধৰ্মজ্ঞ (dharmajna) - ঈশ্বৰ ।   
৯৮৭) ধৰ্মনাথ (Dharmanath) - ন্যায়াধীশ ।  
৯৮৮) ধৰ্মবীৰ (Dharmaveer) - যি ধৰ্মৰ কাৰণে মহীয়ান হৈছে ।    
৯৮৯) ধৰ্মভীৰু (Dharmabhiru) - ইশ্বৰৰ প্ৰতি পৰম ভক্তি ।    
৯৯০) ধৰ্মৰাজ (Dharmaraj) - যুধিষ্ঠিৰ ।   
৯৯১) ধৰ্মান্তৰ (dharmantar) - আন ধৰ্ম ।
৯৯২) ধৰ্মেন্দৰ (Dharmendar) - ধৰ্মৰ ৰজা অৰ্থাৎ যম ।  
৯৯৩) ধিৰাজ (Dhiraj) - ঐশ্বৰ্যশালী । 
৯৯৪) ধিষণ (Dhishan) - দেৱগুৰু ।  
৯৯৫) ধীৰাজ্যোতি (Dhirajyoti)- নম্ৰ গুণৰ প্ৰকাশ ।   
৯৯৬) ধূমজ (Dhumaj) - মেঘ ।
৯৯৭) ধূপাংগ (dhupang- তাৰ্পিন তেল ।   
৯৯৮) ধৃষ্ণু (Dhrishnu) - সাহসী,বিশ্বাসী ।    
৯৯৯) ধ্ৰুৱ (Dhruv)- নিশ্চয় ।  
১০০০) ধ্ৰুৱক (Dhuvak) - গীতৰ অংগ বিশেষ ।  
১০০১) ধ্ৰুৱকান্তি (Dhuwakanti) - নক্ষত্ৰৰ শোভা ।
১০০২) ধ্ৰুৱজ্যোতি ((Dhubjyoti) - নক্ষত্ৰৰ প্ৰভা ।