এ 



২৯১) একজ্য়োতি (Ek jyoti)  - শিৱ । 
২৯২) একলব্য় (Eklavya) - নিষাদৰাজ হিৰণ্য়ধনুৰ পুত্ৰ ।     
২৯৩) একাঙ্ক (Ekanka - এক অংক বিশিষ্ট ।   
২৯৪) একান্ত (Ekanta) - একে ঠাইতে মন লগোৱা ।     
২৯৫) একো (Eku) - কোনো ।      
২৯৬) এণী (Eni) - হৰিণা পহু ।  
২৯৭) এৰাণ (Eraan) - বন্ধনৰ পৰা মুকলি হোৱা ।
২৯৮) এলিট (Elite) - শ্ৰেষ্ঠ অভিজাত শ্ৰেণী ।   
২৯৯) এহে্ৰ (Eher) - ওচৰৰ ঠাই ।


Back To Home Page


Type: Bipasha kakati..