গ  



৫৭৩) গঙ্গাজ (Gangaj) - গংগাৰ পুত্ৰ এতেকে কাৰ্তিক আৰু ভীষ্ম । 
৫৭৪) গগণ (Gagan) - আকাশ ।  
৫৭৫) গগণদীপ (Gagandip)- আকাশৰ প্ৰদীপস্বৰূপ সূৰ্য ।  
৫৭৬) গগণধ্বজ (Gagaṇadhbaj)- মেঘ। 
৫৭৭) গগণনীল (Gagannil) - নীলিম আকাশ ।  
৫৭৮) গজৰাজ (Gaganraj)- শ্ৰেষ্ঠ হাতী । 
৫৭৯) গজাই  (Gajai) - বিষ্ণু ।     
৫৮০) গজেন্দ্ৰ  (Gajendra) - জাকৰ ভিতৰৰ প্ৰধান মতা হাতী ।    
৫৮১) গঞ্জন ( Ganjan) - দমন কৰা ।   
৫৮২) গঞ্জনু (Ganjanu)- দমন কৰোতা . 
৫৮৩) গণনাথ (Gananath) - গণেশ ।
৫৮৪) গনেশ্ (Ganesh) - গণপতি ।   
৫৮৫) গন্ধপুষ্প (Gandhapuspa) - জাতি চন্দনেৰে মিহলি ফুল ।  
৫৮৬) গন্ধৰাজ (Gandharaj) - এবিধ উগ্ৰগন্ধী ফুল ।         
৫৮৭) গৰুড় (Garur) - এটা নক্ষত্ৰৰ নাম ।  
৫৮৯) গৰ্জ (Garj) - মঘ ।  
৫৯০) গৱেন্দ্ৰ (Gabendra) - গৰুৰ গৰাকী ।    
৫৯১) গিষ্ণ (Gisnu) - গায়ক ।   
৫৯২) গিৰিৰাজ Giriraj) - হিমালয় পৰ্বত । 
৫৯৩) গিৰীন্দ্ৰ (Girindra) - পৰ্বতৰ মাজত শ্ৰেষ্ঠ , হিমালয় ।   
৫৯৪) গীত (Geet) - সুৰ লগাই গোৱা পদ্য । 
৫৯৫) গীতজ্ঞ (Gitagya) - সংগীতজ্ঞ ।              
৫৯৬) গুণক (Gunak) - ব্ৰহ্মা ।   
৫৯৭) গুণা (Guna) - ধাতুৰ মিহি ।  
৫৯৮) গুণীন (Gunin) - গুণশ্ৰেষ্ঠ ।   
৫৯৯) গুপ্ত (Gupta) - লুকাই থোৱা ।  
৬০০) গুফু (Gufu) - বগা ।  
৬০১) গোপ্তা (Gupta) - বিষ্ণু ।   
৬০২) গোবিন্দ (Gubinda) - কৃষ্ণ ।  
৬০৩) গৌতম (Gautam) - অসমীয়া ব্ৰাহ্মণসকলৰ গোত্ৰ পৰিচয়ক উপাধি বিশেষ ।     
৬০৪) গৌৰৱ (Gaurab)  - সন্মান । 
৬০৫) গৌৰাংগ (Gauranga) - গৌৰ বৰণৰ অৰ্থাৎ বিষ্ণু ।  
৬০৬) গৌৰীজ (Gaurij) - কাৰ্তিকেয় ।  
৬০৭) গৌৰীনাথ (Gaurinath)- শিৱ ।


Back To Home Page



Type: Bipasha kakati..