ঘ  


৬০৮) ঘটোৎকচ্ (Ghatotkach) ভীম আৰু হিড়িম্বা ৰাক্ষসীৰ পুত্ৰ ।   
৬০৯) ঘনশ্যাম্ (Ghanshyam) - মেঘৰ নিচিনা কলা ।  
৭০০) ঘুনুচা (Ghunucha) জগন্নাথৰ ভাৰ্যা ।   
৭০১) ঘৃতাচী (Ghritachi) - এজনা অপেস্বৰাৰ নাম ।   
৭০২) ঘৃতোদ (Ghritud) - ঘিউৰ সাগৰ ।
৭০৩) ঘ্ৰাত (Ghraat) - যাৰ গোন্ধ লোৱা হৈছে ।   
৭০৪) ঘ্ৰাতব্য (Ghraatbya) - ঘ্ৰাণ লবৰ যোগ্য ।  
৭০৫) ঘৃণি (Ghrini) - সূৰ্য ।


Back To Home Page


Type: Bipasha kakati..