মহাপুৰুষ হজৰত মহম্মদ


    মহাপুৰুষ হজৰত মহম্মদৰ জন্ম হৈছিল আৰৱ দেশৰ মক্কা নগৰত ৫৭০ খৃঃ পূঃ ৰ ১৯ আগষ্ট তাৰিখে কোৰেইছ বংশত হজৰত মহম্মদৰ জন্ম হয়। মহাপুৰুষ হজৰত মহম্মদৰ পিতৃ আবদুল্লাহ আৰু তেখেতৰ মাতৃৰ নাম আমিনা।

    হজৰত মহম্মদে জন্মগ্ৰহণ কৰা আগতে পিতৃ ঢুকায় আৰু ৬ বছৰৰ বয়সতে মাতৃক হেৰুৱাই। সেইকাৰণে ককা-দেউতাকে লালন-পালন কৰে।

    ষোল্ল বছৰৰ পৰা তেখেতে বেপাৰ আৰম্ভ কৰে। আৰু পঁচিছ বছৰ বয়সত তেখেতে খদিজা নামৰ বিধবা তিৰোতা এগৰাকিক বিয়া কৰায়। হজৰত মহম্মদ সৰুৰেপৰা সত্যবাদি আছিল।

    ৬৩২ খৃঃৰঃ ৪ জুলাইত হজৰত মহম্মদে ইহলীলা সম্বৰণ কৰে।