ই 

২০৮) ইচাদ (Ichad) - সাক্ষী । 
২০৯) ইচি  (Ichi) - নিৰ্দিষ্ট পৰিমান অৰ্থাত ,।
২১০) ইচ্ছুক (Icchuk)- ইচ্ছা কৰা ।   
২১১) ইছি (Ichi) - একক অৰ্থাত বুজাবৰ বাবে ।   
২১২) ইছু (Ichu) - নাতি ।   
২১৩) ইজ্জু (Ijju) - উজু ।   
২১৪) ইনুজ্যোতি (Inujyoti) - মোবনীয় দীপ্তি ।   
২১৫) ইন্দুকান্ত (Indukanta) - চন্দ্ৰকান্ত মণি।
২১৬) ইন্দুজ্যোতি (Indujyoti) - জোনাক ।          
২১৭) ইন্দ্ৰ (Indra) - দেৱতাৰ ৰজা ।
২১৮) ইন্দ্ৰকমল (Indra Kamal) - কমলসদৃশ দেৱৰাজ ইন্দ্ৰ ।         
২১৯) ইন্দ্ৰকৰ্মা (Indra Karma) - বিষ্ণু  ।  
২২০) ইন্দ্ৰকান্ত (Indra kanta) - দেৱৰাজ ইন্দ্ৰ ।   
২২১) ইন্দ্ৰকূট (Indra kut) - পৰ্বত বিশেষ । 
২২২) ইন্দ্ৰজিত (Indra jit) - ৰাৱণৰ পুতেক মেঘনাদৰ নাম ।  
২২৩) ইন্দ্ৰগোপ (Indra gup) - যাক ইন্দ্ৰই ৰক্ষা কৰে ।  
২২৪) ইন্দ্ৰনাথ (Indra nath)- পৰমেশ্বৰ শিৱ ।
২২৫) ইন্দ্ৰশ্বৰ (Indrashwar)- মহাদেৱ শিৱ ।                                 
২২৬) ইভন (Ivon) - গণেশৰ আন এটা নাম ।   
২২৭) ইভেন্দ্ৰ (Ivendra)- শ্ৰেষ্ঠ ইভ বা হাতী ।
২২৮)ইষট  (Isat)- পৰম গতি ।    
২২৯) ইষু (Isu)- বাণ ।   
২৩০) ইষ্টি (Ishti)- বাসনা ।  
২৩১) ইসৱ (Ishav) - এইসকল ।   
২৩২) ইহেন (Ehen) - এনেকুৱা ।        
২৩৩) ইক্ষু (Iksu) - কুঁহিয়াৰ ।


নৱজাতকৰ নাম আৰু সম্পূৰ্ণ ৰাশি গণনা পাবলৈ আমাৰ What's App Number টোত যোগাযোগ কৰিব। আমাৰ ফালৰ পৰা এখন সম্পূৰ্ণ আখৰা দিয়া হব যত থাকিব জন্ম হোৱা সময়ৰ গহ, নক্ষত, যোগ ইত্যাদিৰ গণনা আৰু লগতে অসমীয়া কেইবাতাও নাম ইংৰাজী উচ্চাৰণৰ সহ আৰু থাকিব বহুতো তথ্য।

গতিকে সম্পূৰ্ণ তথ্যৰ বাবে যোগাযোগ কৰক আমাৰ What's App Number ত
6000879561
 বা