জ  

৮০১) জগৎ (Jagat) - পৃথিৱী আৰু তাত থকা অন্যান্য সমুদায় বস্তু ।    
৮০২) জগৎপ্ৰাণ (Jagatpran) - বায়ু ।  
৮০৩) জগদীশ (Jagadish) - পৰমেশ্বৰ ।  
৮০৪) জগদ্দীপ (Jagaddeep) - পৰমেশ্বৰ ।  
৮০৫) জগনাথ (Jaganath) - ৰঙালাউ । 
৮০৬) জগন্নাথ (Jagannath) - বিষ্ণু ।  
৮০৭) জগমোহন (Jagmohan) - পৰম সুন্দৰ ।   
৮০৮) জগ্মি (Jagmi) - বায়ু ।   
৮০৯) জনক্ (Janak) - ৰূপ ।   
৮১০) জনু (Janu) - সৃষ্টি ।   
৮১১) জম্বু (jambu) - জামু ।         
৮১২) জয় (Jay) - এতেকে মংগল ।   
৮১৩) জয়কান্ত (Jaykanta) - শ্ৰেষ্ঠ বিজেতা ।   
৮১৪) জয়জিৎ (Jayjit) - চিৰ বিজয়ী ।  
৮১৯) জয়ধ্বজ (Jaydhbaj) - জয়ৰ চিন ।   
৮২০) জয়দেৱ (Jaydev) - জীতগোবিন্দ কাৱ্যৰ ৰচক ।   
৮২১) জয়ন্ত (Jayanta) - ইন্দৰ পুতেক ।   
৮২২) জয়ন্তকুমাৰ (Jayantakumar) - ইন্দ্ৰৰ পুতেক । 
৮২৩) জয়পাল (Jaypal) - পৰমব্ৰহ্মা ।    
৮২৪) জান্ (jaan) - জীৱন , প্ৰাণ ।   
৮২৯) জানাই (Janai) - চন্দ্ৰ ।   
৮৩০) জিকি (Jiki) - চিক্-মিক্ । 
৮৩১) জিগৰ (Jigar) - এবিধ ইশ্বৰ বিষয়ক আধ্যাত্মিক গীত ।  
৮৩২) জিতি (Jiti) - বিজয় ।   
৮৩৩) জিতেন (Jiten) - ইন্দ্ৰিয়ক যি জয় কৰিছে ।   
৮৩৪) জিতেন্দ্ৰিয় (Jitendriya) - জিনিছে ইন্দ্ৰিয়ক যি ।   
৮৩৫) জিন্নাৎ (Jinnat) - স্বৰ্গ ।       
৮৩৬) জিয়ত (Jiyat) - জীয়া ।   
৮৩৭) জীয়ন্তা (Jiyanta) - নমৰা , জীয়া । 
৮৩৮) জীৱকান্ত (Jiwakanta) - প্ৰাণময় ।   
৮৩৯) জীৱনজ্যোতি (Jiwanjyoti) - জীৱনৰ জেউতি ।   
৮৪০) জীৱন্ত (Jiwanta) - জীয়া , প্ৰাণ থকা ।   
৮৪১) জুষ্ট (Justa) - আনন্দিত ।  
৮৪২) জ্ঞান (Gyan) - বিদ্যা ।   
৮৪৩) জ্যোতি (Jyoti) - প্ৰাকশ ।  
৮৪৪) জ্যোতিপ্ৰকাশ (Jyotiprakash) - পোহৰৰ প্ৰকাশ ।  
৮৪৫) জ্যোতিপ্ৰসাদ (Jyotiprasad) - অসমৰ কৃষিবিজ্ঞানীয়ে মহান শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামেৰে নামাকৰণ কৰা এবিধ অধিক উৎপাদনক্ষম ধানৰ নাম ।       
৮৪৬) জ্যোতিৰাজ (Jyotiraj) - পোহৰৰ ৰজা অৰ্থাৎ সূৰ্য ।  
৮৪৭) জ্যোতিষ (Jyotish- গ্ৰহ - নক্ষত্ৰৰ গতি অনুসৰী মানুহৰ শুভাশুভ গণিবলৈ শিকোৱা পুথি ।   
৮৪৮) জ্যোতিষ্মান (Jyotishman) - উজ্জ্বল।   
৮৪৯) জ্বালী (Jbali) - শিৱ ।  
৮৫০) জ্যোতিৰ্ময় (Jyotimay) - দাপ্তিমান ।


Back To Home Page



Type: Bipasha kakati..