খ  

 ৫৫১) খঁৱৰ (khanwar)  - কোঁৱৰ 
৫৫২) খগ (Khag) - বায়ু । 
৫৫৩) খগান্তক (Khagantak)  - শেন চৰাই ।  
৫৫৪) খগাভিৰাম (Khagabhiram) - সদাশিৱ ।  
৫৫৫) খগেন্দ্ৰ (Khagendra) - বিষ্ণুৰ বাহন ।  
৫৫৬) খগেন্দ্ৰধ্বজ (Khagendradhbaj) - বিষ্ণু ।  
৫৫৭) খগেশ্বৰ (Khageshwar)  - খগপতি গৰুড় ।  
৫৫৮) খজ্যোতিঃ (Khajyoti) - জোনাকী পুৰুৱা ।  
৫৫৯) খঞ্জন্ (Khanjan) - বালিমাহী চৰাই ।  
৫৬০) খঞ্জুৰ (Khanjur) - খেজুৰী ।  
৫৬১) খদ্যোত (Khadyot)- জোনাকী পৰুৱা ।   
৫৬২) খন্তক (Khantak)  - অলপ সময় ।  
৫৬৩) খম (Kham) - ফুল ।  
৫৬৪) খৰজ (Kharaj) - সংগীতৰ সপ্তস্বৰৰ প্ৰথম স্তৰ ।  
৫৬৫) খৰদণ্ড (Khardanta) - পদুম ।   
৫৬৬) খশ্বাস (Khasakh) - বায়ু ।  
৫৬৭) খান্দিমণি (Khandimani) - সিয়া- মণিৰ খান্দিত সুমোৱা ডাঙৰ মণি ।  
৫৬৮) খুম্ (Khum)  - ক্ষমতা ।    
৫৬৯) খেদিভ (Khebhid) - তুৰস্ক দেশৰ স্মাটৰ প্ৰতিনিধি বিশেষ ।   
৫৭০) খোঞ্চা (Khunja) - আঘাত । 
৫৭১) খোদা (Khuda) - প্ৰভু ।   
৫৭২) খ্ৰাম (Kharam) - এবিধ বাদ্য ।


Back To Home Page



Type: Bipasha kakati..