খ
৫৫১) খঁৱৰ (khanwar) - কোঁৱৰ
৫৫২) খগ (Khag) - বায়ু ।
৫৫৩) খগান্তক (Khagantak) - শেন চৰাই ।
৫৫৪) খগাভিৰাম (Khagabhiram) - সদাশিৱ ।
৫৫৫) খগেন্দ্ৰ (Khagendra) - বিষ্ণুৰ বাহন ।
৫৫৬) খগেন্দ্ৰধ্বজ (Khagendradhbaj) - বিষ্ণু ।
৫৫৭) খগেশ্বৰ (Khageshwar) - খগপতি গৰুড় ।
৫৫৮) খজ্যোতিঃ (Khajyoti) - জোনাকী পুৰুৱা ।
৫৫৯) খঞ্জন্ (Khanjan) - বালিমাহী চৰাই ।
৫৬০) খঞ্জুৰ (Khanjur) - খেজুৰী ।
৫৬১) খদ্যোত (Khadyot)- জোনাকী পৰুৱা ।
৫৬২) খন্তক (Khantak) - অলপ সময় ।
৫৬৩) খম (Kham) - ফুল ।
৫৬৪) খৰজ (Kharaj) - সংগীতৰ সপ্তস্বৰৰ প্ৰথম স্তৰ ।
৫৬৫) খৰদণ্ড (Khardanta) - পদুম ।
৫৬৬) খশ্বাস (Khasakh) - বায়ু ।
৫৬৭) খান্দিমণি (Khandimani) - সিয়া- মণিৰ খান্দিত সুমোৱা ডাঙৰ মণি ।
৫৬৮) খুম্ (Khum) - ক্ষমতা ।
৫৬৯) খেদিভ (Khebhid) - তুৰস্ক দেশৰ স্মাটৰ প্ৰতিনিধি বিশেষ ।
৫৭০) খোঞ্চা (Khunja) - আঘাত ।
৫৭১) খোদা (Khuda) - প্ৰভু ।
৫৭২) খ্ৰাম (Kharam) - এবিধ বাদ্য ।
Back To Home Page
Type: Bipasha kakati..
0 Comments