অ 

0) অপূৰ্ব কাকতি (Apurba) - আগেয়ে নহোৱা বা নেদেখা
১) অঙ্কিত (
Ankit) - চিহ্নিত । 
২) অঙ্কুৰ (Ankur) - গুটিৰ পোখা । 
৩) অঙ্কুশ (Ankush) - গজাকোঁশ  । 
৪) অংকোট (Ankut) - বাঘ আঁচোৰা লতা । 
৫) অঙ্গদ্ (Angad) -  বান্দৰৰ ৰজা বালিৰ পুতেক । 
৬) অঙ্গন (Angan) - প্ৰাংগণ । 
৭) অঙ্গৰাজ (Angaraj) - অংগ দেশৰ ৰজা । 
৮) অঙ্গিৰা (Angira) - এজন ঋষি । 
৯) অংঘ্ৰি (Anghri) - গছৰ গুৰি । 
১০) অংশী (Ansi) - ভাগী ।  
১১) অকুণ্ঠ (Akuntha) -  দ্বিধাহীন । 
১২) অকুপ্য (Akupai)   - সোণ । 
১৩) অগেন্দ্ৰ (Agendra)  - হিমালয় পৰ্বত । 
১৪) অগ্ৰিম (Agrim) - আগধন ।
১৫) অচিৰাৎ (Acirat)  - ততালিকে । 
১৬) অজামিল (Ajamil)  - আগৰ কালৰ এটা মহামাপী বামুণৰ নাম। 
১৭) অজিত (Ajit)  - কোনেও জয় কৰিব নোৱাৰা । 
১৮) অজয় (Ajay)  - যাক জিকিব নোৱাৰি । 
১৯) অজিতেশ (Ajitesh)  - ইশ্বৰ । 
২০) অজিষ্ণু (Ajishnu)  - উজ্জ্বল বস্তু । 
২১) অখিল (Akhil)  - সমুদাই ।
২২) অগ্নিদ (Agnid)  - জুই লগোৱা আততায়ী । 
২৩) অগ্ৰিম (Agrim)  - আগধন । 
২৪) অঞ্জিক (Anjik)  - কৃষ্ণবৰণীয়া । 
২৯) অঞ্জু (Anju)  - সৌন্দৰ্য । 
৩০) অঞ্জুমান (Anjuman)  - সভা ।
৩১) অদয় (Adaya)  - প্ৰচুৰ । 
৩২) অদীন (Adin) - সুখী । 
৩৩) অদীপ (Adip) - পোহৰহীন । 
৩৪) অদূৰ (Adur)  - দূৰ নোহোৱা । 
৩৫) অদ্ৰিন্দ্ৰ (Adrindra) - হিমালয় পৰ্বত । 
৩৬) অদ্ৰিশ (Adris - শিৱ । 
৩৭) অধিজ (Adhij)  - শ্ৰেষ্ঠ বংশজাত । 
৩৮) অধীত (Adhit) - পঠিত ।   
৩৯) অধীশ (Adhis)  - দেৱতা । 
৪০) অধিশ্বৰ (Adhisbara) - ৰজাৰ ওপৰৰ ৰজা ।
৪১) অনগ্ন (Anagna)  - আবৰণহীন নহয় । 
৪২) অনক (Anaka)  - অধম । 
৪৩) অনন্তজয় (Ananta jay ) - সদায় যি জয়ী । 
৪৪) অনন্তজিৎ (Anantajit) - যি সদায় জয়ী হয় ।
৪৫) অনন্তজ্যোতি (Anantajyoti) - পৰম সত্তা ।
৪৬) অনন্তদীপ (Anantadipa) - যি চাকি অক্ষয় ।
৪৭) অনন্তদেৱ (Anantadeba) - বিষ্ণ , নাৰায়ন । 
৪৮) অনন্তনাথ (Anantnath)  - পৰম সত্তা বা ব্ৰহ্মা । 
৪৯) অনন্ত্ৰ (Anantra ) - তন্ত্ৰহীন । 
৫০) অঘ্ন (Aghna)  - ব্ৰহ্মা ।
৫১) অনৱ (Anab) - সন্মানীয় ।        
৫২) অনশন (Anasan) - ব্ৰত । 
৫৩) অনশ্বৰ (Anasbara) - অমৰ । 
৫৪) অনাদ্য (Anadya)- উৎসহীন । 
৫৫) অনিত্য (Anitya)  - খন্তেকীয়া । 
৫৬) অনিৰ্বাণ (Anirbana) - জলন্ত ।
৫৭) অনিল (Anil) - বায়ুদেৱতা ।
৫৮) অনিশ (Anish)  - বাধাহীন । 
৫৯) অনুকৃত (Anukrrta) - যিটো অনুকৰণ কৰা হৈছে । 
৬০) অনুজ (Anuja ) - কনিষ্ঠ । 
৬১) অনুজ্ঞ (Anujna) - শীতল । 
৬২)অনুপ (Anup)- অনুপম । 
৬৩) অনুৰঞ্জিত (Anuranjita) - অনুৰাগযুক্ত । 
৬৪) অনুৰাগ (Anuraaga) - স্নেহ । 
৬৫) অনুৰাজ (Anuuraj)  - প্ৰখৰ । 
৬৬) অনুৰূপ (Anuraupa) - আন কোনো বস্তুৰ সদূশ বস্তু । 
৬৭) অনুৰূদ্ধ (Anuruddha)- সত্যাবাদিতা । 
৬৮) অনুল (Anul) - কমভাব । 
৬৯) অপবীন (Apbeen)- বাদ্য নথকা গীত । 
৭০) অৰ্পণ (Arpan)  - পাত নথকা । 
৭১) অনন্ত (Ananta) - অশেষ , অন্ত নথকা । 
৭২) অপূৰ্ব (Apurba) - আগেয়ে নোহোৱা বা নেদেখা । 
৭৩) অভিজয় (Abhijay) - যি জয়লাভ কৰিছে । 
৭৪) অভিজিৎ (Abhijit)  - বিজেতা ।        
৭৫) অভিজ্ঞান ( Abhigyan) - স্মৰণ , যাক দেখিলে জনা যায় । 
৭৬) অভিনৱ (Abhinav) - নতুন । 
৭৮) অভিনাথ (Abhinath) - কামদেৱ । 
৭৯) অভিনীত (Abhinit) - ভাৱনা কৰি দেখুৱা । 
৮০) অভিৰথ (Abhirath) - শোভাযুক্ত । 
৮১)অভিৰাজ (Abhiraaj) - গুণী আৰু শ্ৰেষ্ঠ ৰজা । 
৮২) অভিৰাম(Abhiram)  - দেখিবলৈ শুৱনি । 
৮৩) অভিৰূপ (Abhirup)  - সুন্দৰ চেহেৰা । 
৮৪) অভিলাস্ (Abhilas) - ইচ্ছা । 
৮৫) অভী (Abhi) - নিৰ্ভয় ।   
৮৬) অভীৰ (Abhir) -  গৰখীয়া । 
৮৭) অমন (Aman) - এবিধ সুকাঠি গছ । 
৮৮) অমৰ (Amar)- নমৰা । 
৮৯) অমৰজিৎ (Amarjit) - অমৰ দেৱতাকো যি জয় কৰিছে । 
৯০) অমৰেন্দ্ৰ (Amarendra) - দেৱৰ ইন্দ্ৰ অৰ্থাৎ শিৱ । 
৯১) অমিত (Amit) - যাৰ পৰিণাম বা সীমা নাই । 
৯২) অমৃত (Amrit) - তাক প্ৰাণ কৰিলে মৰণ নহয় ।
৯৩) অমৃতমণি (Amritmoni) - মৃতসঞ্জিৱনী-মণি । 
৯৪) অম্বৰ (Amber) - আকাশ ।        
৯৫) অম্বু (Ambu) - পানী  ।         
৯৬) অম্বুধ (Ambudh) - মেঘ । 
৯৭) অয়ন (Ayan) - স্নান । 
৯৮) অৰাগ (Arag) - শান্ত ।         
৯৯) অৰিন্দম (Arindam) - জয়ী ।      
১০০) অৰিজিৎ (Abhijit) - শত্ৰুক যি দমন কৰে । 
১০১) অৰুজ (Aruj) - বেদনাহীন । 
১০২) অৰুণ (Arun)  - এটা কল্পিত চৰাই । 
১০৩) অৰূপ (Arup) - বিৰূপ । 
১০৪) অৰূপজ্যোতি (Arup jyoti) - পৰম ব্ৰহ্মাৰ প্ৰভা । 
১০৫) অৰোগ (Aroag) - নিৰোগ ।                                                       
১০৬) অৰ্ক (Arka) - সূৰ্য । 
১০৭) অৰ্কজ্যোতি (Arkajyoti) - সূৰ্যৰ জ্যোতি ।  
১০৮) অৰ্চক (Arcak) - পূজক ।   
১০৯)অৰ্জুন (Arjun) - পাচঁ পাণ্ডবৰ তৃতিয়জন । 
১২০) অৰ্ণৱ (Arnab) - সাগৰ । 
১২১) অৰ্ণৱৰাজ (Arnab raj)  - মহাসাগৰৰ ৰজা । 
১২২) অৰ্ণিক (Arnik) - অলপ । 
১২৩) অৰ্ণ (Arna) -  চেগুন। 
১২৪) অৰ্ধেন্দুজ্যোতি (Ardhendy Jyoti) - জোনাক ।
১২৫) অৰ্নজ (Arnaj)  -  জলজ ।
১২৬)  অৰ্পণ (Arpan)  - শোধাই দিয়া ।
১২৭) অৰ্পিত (Arpit) - নিৱেদিত ।                           
১২৮) অৰ্পিস (Arpis)  - কলিজা ।      
১২৯) অৰ্ভন (Arvan) - ঘোঁৰাৰ দৰে দ্ৰুতি গতি ।           
১৩০) অৰ্হণ (Arhan) - উপাসনা । 
১৩১) অলক (Alak) - ৰঙা ।  
১৩২) অলগ্ন (Alagna)  -  সংগতিহীন ।    
১৩৩) অলম (Alam) - শোভিত কৰা । 
১৩৪)অলয় (Alay) - নাশহীন । 
১৩৫) অলিন্দ (Alinda) - পিৰালি । 
১৩৬) অশোক (Ashok) - মৌৰ্য সম্ৰাট । '
১৩৭) অশোককুমাৰ (Ashok Kumar) - আনন্দময় কিশোৰ । 
১৩৮) অশ্ৰুত (Asrut) - নুশুনা ।   
১৩৯) অসীম (Akhim) - অন্ত নথকা । 
১৪০) অহিজিৎ (Ahijit) - শ্ৰীকৃষ্ণ । 
১৪১) অহীন্দ্ৰ (Ahidra) - সৰ্পৰাজ বাসুকী । 
১৪২) অশ্বৰ (Asbar) - সাপ ।
১৪৩) অহ্ন (Ahna) - দিন । 
১৪৪) অক্ষয় (Aksay) - সদায় থকা ।     
১৪৫) অক্ষৰ (Aksar) - পৰমেশ্বৰ , জীৱাত্মা । 
১৪৬) অক্ষি (Aksi) - চক্ষু । 



নৱজাতকৰ নাম আৰু সম্পূৰ্ণ ৰাশি গণনা পাবলৈ আমাৰ What's App Number টোত যোগাযোগ কৰিব। আমাৰ ফালৰ পৰা এখন সম্পূৰ্ণ আখৰা দিয়া হব যত থাকিব জন্ম হোৱা সময়ৰ গহ, নক্ষত, যোগ ইত্যাদিৰ গণনা আৰু লগতে অসমীয়া কেইবাতাও নাম ইংৰাজী উচ্চাৰণৰ সহ আৰু থাকিব বহুতো তথ্য।

গতিকে সম্পূৰ্ণ তথ্যৰ বাবে যোগাযোগ কৰক আমাৰ What's App Number ত
6000879561
 বা