ন
১০০৩) নগধৰ (Nagadhar) - শ্ৰীকৃষ্ণ ।
১০০৪) নগপতি (Nagapati) - চন্দ্ৰ ।
১০০৫) নগভিৎ (Nagavit) - ইন্দ্ৰ ।
১০০৬) নগেন্দ্ৰ (Nagendra) - পৰ্বতশ্ৰেষ্ঠ হিমালয় ।
১০০৭) নগ্নজিৎ (Nagnajit) - এজন ৰজাৰ নাম ।
১০০৮) নটন (Natan) - অভিনয় ।
১০০৯) নটৰাজ (Nataraj) - নৃত্যৰত শিৱ ।
১০১০) নটেশ্বৰ (Nateshwar) - সদাশিৱ ।
১০১১) নদীকান্ত (Nadikanta) - সাগৰ ।
১০১২) নদীজ (Nadij) - গংগা ।
১০১৩) নন্দ (Nanda) - সুখ ।
১০১৪) নন্দি (nandi) - শিৱৰ এজনা অভিচৰৰ নাম ।
১০১৫) নন্দিক (Nandik) - সুখ, আনন্দ ।
১০১৬) নবীন (Nabin) - নতুন ।
১০১৭) নভস্বান (Navswan) - বায়ু,বতাহ ।
১০১৮) নমিত (Namit) - প্ৰণমিত ।
১০১৯) নয়ন্ (Nayan) - চকু ।
১০২০) নৰনাথ (Narnath) - ৰজা ।
১০২১) নভোৰাজ (Navuraj)- কুঁৱলী ।
১০২২) নমন (Naman) - নমস্কাৰ ।
১০২৩) নমত (Namat) - প্ৰভু ।
১০২৪) নয়নজ্যোতি (Nayanjyoti) - চকুৰ জ্যোতি ।
১০২৫) নয়নী (Nayani) - চকুৰ মণি ।
১০২৬) নৰেন্দ্ৰ (narendra) - ৰজা ।
১০২৭) নৰেন্দ্ৰকুমাৰ (Narendrakumar) - ৰাজকুমাৰ ।
১০২৮) নৰেশ (Naresh) - ৰজা ।
১০২৯) নলিন (Nalin) তুন ।
১০৩১) নৱজিৎ (nawajit) - নতুন বিজয়স্বৰূপ ।
১০৩২) নাগানন (Naganan) - গণেশ ।
১০৩৩) নাগেশ (Nagesh) - পতঞ্জলী ।
১০৩৪) নাগেশ্বৰ (Nageshwar) - অনন্ত সাপ।
১০৩৫) নাথ্ (Nath) - প্ৰভু ।
১০৩৬) নিছি (Nichi) - আপুনি ।
১০৩৭) নিজ্ (Nij) - আপোনাক ।
১০৩৮)নিত্যো (nityo) - প্ৰত্যহ ।
১০৩৯) নিবিড় (Nibir) - অতি নিকেট সম্পৰ্ক ।
১০৪০) নিৰল (Nirol) - নিটাল ।
১০৪১) নিশান্ত (Nishanta) - পুৱা ।
১০৪২) নিশাপতি (Nishapati) - চন্দ্ৰ ।
১০৪৩) নিলোৎপল (Nilotpal- নীল বৰণীয়া ভেচঁফুল ।
১০৪৪) নীহাৰজ্যোতি (Niharjyoti) - শুকুলা বৰফৰ শোভা ।
১০৪৫) নৃলোক (Nryluk) - পৃথিৱী ।
১০৪৬) নিপ (Nip)- সুশোভিত ফুল আৰু তাৰ গছ বিশেষ ।
১০৪৭) নিপঠ (Nipothg) - পাঠ ।
১০৪৮) নিপুণ্ (Nipun) - পাৰ্গত ।
১০৪৯) নিবেশ (Nibesh) - প্ৰবেশ ।
১০৫০) নিমিষ (Nimish) - বিষ্ণু ।
১০৫১) নিৰীশ (Nirish)- নাঙলৰ ফাল ।
১০৫২) নিৰীশ্বৰ (nirishwar) - ঈশ্বৰ নাই বুলি বিশ্বাস কৰা ।
১০৫৩) নিৰু (Niru) - সুন্দৰ ।
১০৫৪) নিৰুজ্ (Niruj) - নিৰোগী ।
১০৫৫) নিৰুপম (Nirupam) - তুলনা নথকা ।
১০৫৬) নিৰ্জু (Nirju) - শান্তি ।
১০৫৭) নিজৰ্য় (nirjoy) - পূৰ্ণ বিজয় ।
১০৫৮) নিভীৰ্ক (Nirbhik) - ভয় নথকা ।
১০৫৯) নিৰ্মদ (Nirmad) - অহংকাৰ নথকা ।
১০৬০)নিলয় (Nilay) - আলয়, ঘৰ ।
১০৬১) নিশি (Nishi) - ৰাতি ।
১০৬২) নিশিকান্ত (Nishikanta) - ৰাতিৰ শোভা অৰ্থাৎ চন্দ্ৰ ।
১০৬৩) নিশিত (Nishit) - চোকা , ধাৰ থকা ।
১০৬৪) নিশিনাথ (Nishinath) - চন্দ্ৰ ।
১০৬৫) নিশীথ (Nishith) - মাজৰাতি ,ৰাতি ।
১০৬৬) নিশুম্ভ (Nishumbha) - হত্যা ।
১০৬৭) নিশাৰত্ন (Nisharatna) - চন্দ্ৰ ।
১০৬৮) নিশ্ৰম (Nishram) - পৰিশ্ৰম ।
১০৬৯) নিসান্ (Nisan) - ৰণ-বাদ্য।
১০৭০) নিড়জ (Niraj) - চৰাই ।
১০৭১) নীত (Nit) - নিয়া ।
১০৭১) নীৰদ (Nirad) - মেঘ ।
১০৭২) নীৰমণি (Nirmoni) - মুকুটা ।
১০৭৩) নীৰেন (Niren) - সাগৰ ।
১০৭৪) নীৰেন্দ্ৰ (Nirendra) - সমুদ্ৰ ।
১০৭৫) নীল (Nil) - কুবেৰৰ নৱৰত্নৰ এটা নাম ।
১০৭৬) নীলকণ্ঠ (Nilkantha) - ম'ৰা চৰাই ।
১০৭৭) নীলমণি (Nilmoni)- শ্ৰী কৃষ্ণৰ ওটা আদৰৰ নাম ।
১০৭৮) নীলিম (Nilim) - নীলা ৰঙৰ ।
১০৭৯) নিহাৰ্ (Nihar) - বৰফ ।
১০৮০) নীহ (Nih) - নৰম ।
Back To Home Page
Type : Bipasha kakati...
0 Comments