প 
১০৮১) পংকজ (Pankaj) - পদুম ।   
১০৮২) পংকজজ্যোতি (Pankajjyoti) - পদুম ফুলৰ জ্যোতি ।   
১০৮৩) পখি (Pakhi) -চৰাই ।   
১০৮৪) পঞ্চশিখ (Panchasikh- সিংহ । 
১০৮৫) পঞ্চী (Panchi) - পাঁচ পৰিমাণযুক্ত । 
১০৮৬) পঞ্চেষু (Pancheshu) - কামদেৱৰ পাচঁপাত অস্ত্ৰ ।   
১০৮৭) পদান্ত (Padanta) - পদৰ শেষত থকা । 
১০৮৮) পদুম (Padum) - এবিধ পানীত হোৱা ফুল ।  
১০৮৯) পদ্মানন (Padmanan) - পদুমৰ নিচিনা মুখ । 
১০৯০) পবিত্ৰ (Pabitra) - শুচি ।   
১০৯১) পৰম (Param) - অতি উত্তম ।  
১০৯২) পৰশ (Parash) - স্পৰ্শ ।  
১০৯৩) পৰশমণি (Parash moni) - মণিবিশেষ । 
১০৯৪) পৰশ্ব (Parasba) - পৰহি ।   
১০৯৫) পৰাঙ্গৱ (Parangab) - সাগৰ ।   
১০৯৬) পৰাঙ্গৱ (Parangab)- সাগৰ ।
১০৯৭) পৰাঙ্গদ (Parangad) - মহাদেৱ ।   
১০৯৮) পৰাণ (Paran) - প্ৰাণ ।  
১০৯৯) পৰাভৱ (Parabhab)- পৰাজয় ।  
১১০০) পৰাৰ্ধ (Paraadha) - শ্ৰেষ্ঠ,প্ৰধান ।     
১১০১) পৰাহ্ন (Parahna) - পূৰ্বাহ্ন বিপৰীত অথাৎ আবেলি ।   
১১০২) পৰিকল্প (Parikalpa) - উদাহৰণ ।    
১১০৩) পৰিমল (Parimal) - জ্ঞানী লোকৰ সভা ।
১১০৪) পৰিমিত (Parimit)- পৰিমাণ কৰা ।
১১০৫) পৰিশ্ৰান্ত (Parisranta) - ভাগৰ লগা ।  
১১০৬) পৰেশ (Paresh) - ঈশ্বৰ ।  
১১০৭) পৰেশনাথ (Pareshnath) - মহাদেৱৰ এটা নাম ।    
১১০৮) পৰোক্ষ (paroksha)- চকুৰ পাচ ।    
১১০৯) পৰ্জন্য (parjanya) -  মেঘ ।    
১১১০) পৰ্ণাস (Parnash) - তুলসী ।   
১১১১) পল্ (Pal) - সময় ।  
১১১২) পৰ্ষৎ (Parsat) - ধৰ্মসভা ।
১১১৩) পলঙ্ক (Palanka)- পালেং । 
১১১৪) পলস্ (Palash) ) - নৈয়ে পেলোৱা বোকা ।   
১১১৫) পল্লৱ (Pallab) - বিস্তৃতি ।   
১১১৬) পৱন (Pawan) - বতাহ ।  
১১১৭) পৱিত (Pawit) - পৱিত্ৰীকৃত । 
১১১৮) পশন (Pashan) - প্ৰবেশ । 
১১১৯) পৱি (Pawi) - ইন্দ্ৰ বজ্ৰ ।   
১১২০) পহিত (Pahit) - আবৃত ।  
১১২১) পশুৰাজ (Pakhuraj) - সিংহ । 
১১২২) পক্ষু (paksu) - চকুৰ নোম ।   
১১২৩) পাৰীন্দ্ৰ (Parindra) - সিংহ ।   
১১২৪) পৰুলজ্যোতি (Parul jyoti) - পাৰুল ফুলৰ শোভা ।  
১১২৯) পাৰ্থ (partha) - কুন্তীৰ পুতেক ; ঘাইকৈ অৰ্জুন ।  
১১৩০) পাৰ্শ্ব (Parsha)- ওচৰ ।    
১১৩১) পুৰজিৎ (Purajit) - শিৱ ।
১১৩২) পুৰঞ্জন (puranjan) - জীৱ ।   
১১৩৩)  পুনু (Punu) - পুনৰ ।  
১১৩৪)  পুৰু (Puru) - দেৱলোক ।  
১১৩৫) পুৰুজিৎ (Purujit) - বিষ্ণু ।   
১১৩৬) পৌষ্ণ (Poushna) - ৰেৱতী নক্ষত্ৰ । 
১১৩৭) প্ৰকাম (Prakam) - ইচ্ছা মতে পোৱা ।   
১১৩৮) প্ৰকাশ (Prakash) - পোহৰ ।   
১১৩৯) প্ৰতিম্ (Pratim) - তুল্য । 
১১৪০) প্ৰতীক (Pratim) - চিন । 
১১৪১) প্ৰতীপ (Pratip) - বিপৰীত ।  
১১৪২) প্ৰদীপ (Pradip) - দীপ্তি ।   
১১৪৩) প্ৰদিশ (Pradish) - দুটা দিশৰ মাজৰ দিশ ।   
১১৪৪) প্ৰদীপ্ত (Pradipta - জলি থকা ।   
১১৪৫) প্ৰদ্যোৎ (Pradyut) - আলোক,পোহৰ । 
১১৪৬) প্ৰনাশ (Pranash) - ধ্বংস ।  
১১৪৭) প্ৰপঞ্চ (Prapansh) - বিকাশ ।  
১১৪৮) প্ৰপন্ন (Prapanna)-  ভক্তিমন্ত ।  
১১৪৯) প্ৰফুল্ল (Prafulla) - বৰকৈ ফুলা ।  
১১৫০) প্ৰবঞ্চ (Prabansha) - বঞ্চ ।  
১১৫১) প্ৰবণ (Praban) - প্ৰবৃত্তিযুক্ত। 
১১৫২) প্ৰবভ্ৰ (prabobhro) - ইন্দ্ৰ ।  
১১৫৩) প্ৰবল (Prabal) - শক্তিমন্ত ।  
১১৫৪) প্ৰবাদ্ (Prabad) - লোকৰ পৰা শুনা কথা ।   
১১৫৫) প্ৰবাহ (Prabah) - সোঁত পানী ।  
১১৫৬) প্ৰবীণ্ (Prabin) - বিজ্ঞ ।  
১১৫৭) প্ৰবীৰ (Prabir) - মহাযুক্তা ।   
১১৫৮) প্ৰবিষ্ট (Prabista) - সোমোৱা ।  
১১৫৯) প্ৰমোদ (Pramud) - আমোদ ।      
১১৫৯) প্ৰমথ (Pratham) - শিৱৰ অনুচৰ ।    
১১৬০) প্ৰভব (Prabhab) - মূল , জন্ম । 
১১৬১) প্ৰভবিষ্ণু (Prabhbishnu- প্ৰভু ।   
১১৬২) প্ৰভাত্ (Prabhat) - ৰাতিপুৱা ।  
১১৬৩) প্ৰভাতসূৰ্য (prabhatsurya) - উদিত সূৰ্য ।  
১১৬৪) প্ৰভাষ (Pravash) - এজন বসুৰ নাম ।  
১১৬৫) প্ৰভাস (Pravash) -  উজ্বল পোহৰ ।
১১৬৬) প্ৰভূত (Pravut)  - বহুত ।  
১১৬৭) প্ৰমগ্ন (Pramagna) - ডুব যোৱা ।  
১১৬৮) প্ৰমদ (Pramad) - কামাসক্ত ।   
১১৬৯) প্ৰমিত (Pramoit) - জ্ঞাত ।  
১১৭০) প্ৰমুক্ত (Pramukta) - মুক্ত ।   
১১৭২) প্ৰমুখ (Pramukh) - প্ৰধান ।   
১১৭৩) প্ৰমৃষ্ট (Pramrista) - উজ্জ্বল । 
১১৭৪) প্ৰযুত (Prajut) - দহ লাখ ।  
১১৭৫) প্ৰয়াগ্ (Prayag) - গংগা-যমুনা-সৰস্ৱতীৰ সংগমস্থল ।    
১১৭৬) প্ৰয়াণ (Prayan) - গমন ।   
১১৭৭) প্ৰয়াস্ Pratyash) - চেষ্টা,যত্ন । 
১১৭৮) প্ৰলয়্ (Prakay) - সৃষ্টিৰ সম্পূৰ্ণ নাশ ।    
১১৭৯) প্ৰলীন (Pralin) - গলিত ।
১১৮০) প্ৰহশম (Prahasham) - সমতা ।  
১১৮১) প্ৰশস্ত (Prashata) - উত্তম । 
১১৮২) প্ৰসান্ত (Prashanta) - জুৰ,ধীৰ ।  
১১৮৩) প্ৰশাস (Prasas)- শান্তি ।   
১১৮৪) প্ৰসন্ন (Prasanna) - সন্তুষ্টি ।   
১১৮৫) প্ৰসল (Prashal) - হেমন্ত কাল ।    
১১৮৬) প্ৰসাদ্ (Prashad) - অনুগ্ৰহ । 
১১৮৭) প্ৰসিত (Prashid) - বগা ।   
১১৮৮) প্ৰসূন (Prashun) - ফুল ।  
১১৮৯) প্ৰসেনজিৎ (Prasebjit) - নিম্বৰ পুত্ৰ ।  
১১৯০)  প্ৰস্ৱান (praswan)- উচ্চৰৱ । 
১১৯১)  প্ৰাজ্ঞদীপ (Prajnadeep-  অৰ্থাৎ পৰম জ্ঞানী ।  
১১৯২) প্ৰাজ্ঞপ্ৰতিম (Prajnapratim- জ্ঞানী তুল্য ।  
১১৯৩) প্ৰাণজিৎ (Pranjit) - যি প্ৰাণক জয় কৰিছে ।  
১১৯৪) প্ৰাণকৃষ্ণ (Prankrishna) - সকলোৰে প্ৰাণৰ কাৰণ স্বৰূপ শ্ৰীকৃষ্ণ।  
১১৯৯) প্ৰাণদ (Pranad) - তেজ ।   
১২০০) প্ৰাণেশ (Pranesh) - স্বামী ।  
১২০১) প্ৰাণেশ্বৰ্ (Praneshwar) - প্ৰাণনাথ ।  
১২০২) প্ৰিয়ক (Priyak) - এবিধ হৰিণ ।  
১২০৩) প্ৰিয়ম (Priyam) - চেনেহ ।   
১২০৪) প্ৰিয়মজ্যোতি (Priyamjyoti)- মধুৰ জেউতি । 
১২০৫) প্ৰীত্ (Pril)- আনন্দিত । 
১২০৬) প্ৰীতম (Pritam) - মৰম ।  
১২০৭)  প্ৰীতমজিৎ  (Pritamjit) - প্ৰেমবিজয়ী ।  
১২২৮) প্ৰেম্ (Prem) - মৰম ।  
১২২৯) প্ৰেমানন্দ (Premananda) - প্ৰেমৰ আনন্দ ।   
১২৩০) প্ৰণম (Pranam)  প্ৰণাম কৰ ।  
১২৩১) প্ৰজিন (Prajin) - বায়ু ।





Type: Bipasha kakati...