প
১০৮১) পংকজ (Pankaj) - পদুম ।
১০৮২) পংকজজ্যোতি (Pankajjyoti) - পদুম ফুলৰ জ্যোতি ।
১০৮৩) পখি (Pakhi) -চৰাই ।
১০৮৪) পঞ্চশিখ (Panchasikh- সিংহ ।
১০৮৫) পঞ্চী (Panchi) - পাঁচ পৰিমাণযুক্ত ।
১০৮৬) পঞ্চেষু (Pancheshu) - কামদেৱৰ পাচঁপাত অস্ত্ৰ ।
১০৮৭) পদান্ত (Padanta) - পদৰ শেষত থকা ।
১০৮৮) পদুম (Padum) - এবিধ পানীত হোৱা ফুল ।
১০৮৯) পদ্মানন (Padmanan) - পদুমৰ নিচিনা মুখ ।
১০৯০) পবিত্ৰ (Pabitra) - শুচি ।
১০৯১) পৰম (Param) - অতি উত্তম ।
১০৯২) পৰশ (Parash) - স্পৰ্শ ।
১০৯৩) পৰশমণি (Parash moni) - মণিবিশেষ ।
১০৯৪) পৰশ্ব (Parasba) - পৰহি ।
১০৯৫) পৰাঙ্গৱ (Parangab) - সাগৰ ।
১০৯৬) পৰাঙ্গৱ (Parangab)- সাগৰ ।
১০৯৭) পৰাঙ্গদ (Parangad) - মহাদেৱ ।
১০৯৮) পৰাণ (Paran) - প্ৰাণ ।
১০৯৯) পৰাভৱ (Parabhab)- পৰাজয় ।
১১০০) পৰাৰ্ধ (Paraadha) - শ্ৰেষ্ঠ,প্ৰধান ।
১১০১) পৰাহ্ন (Parahna) - পূৰ্বাহ্ন বিপৰীত অথাৎ আবেলি ।
১১০২) পৰিকল্প (Parikalpa) - উদাহৰণ ।
১১০৩) পৰিমল (Parimal) - জ্ঞানী লোকৰ সভা ।
১১০৪) পৰিমিত (Parimit)- পৰিমাণ কৰা ।
১১০৫) পৰিশ্ৰান্ত (Parisranta) - ভাগৰ লগা ।
১১০৬) পৰেশ (Paresh) - ঈশ্বৰ ।
১১০৭) পৰেশনাথ (Pareshnath) - মহাদেৱৰ এটা নাম ।
১১০৮) পৰোক্ষ (paroksha)- চকুৰ পাচ ।
১১০৯) পৰ্জন্য (parjanya) - মেঘ ।
১১১০) পৰ্ণাস (Parnash) - তুলসী ।
১১১১) পল্ (Pal) - সময় ।
১১১২) পৰ্ষৎ (Parsat) - ধৰ্মসভা ।
১১১৩) পলঙ্ক (Palanka)- পালেং ।
১১১৪) পলস্ (Palash) ) - নৈয়ে পেলোৱা বোকা ।
১১১৫) পল্লৱ (Pallab) - বিস্তৃতি ।
১১১৬) পৱন (Pawan) - বতাহ ।
১১১৭) পৱিত (Pawit) - পৱিত্ৰীকৃত ।
১১১৮) পশন (Pashan) - প্ৰবেশ ।
১১১৯) পৱি (Pawi) - ইন্দ্ৰ বজ্ৰ ।
১১২০) পহিত (Pahit) - আবৃত ।
১১২১) পশুৰাজ (Pakhuraj) - সিংহ ।
১১২২) পক্ষু (paksu) - চকুৰ নোম ।
১১২৩) পাৰীন্দ্ৰ (Parindra) - সিংহ ।
১১২৪) পৰুলজ্যোতি (Parul jyoti) - পাৰুল ফুলৰ শোভা ।
১১২৯) পাৰ্থ (partha) - কুন্তীৰ পুতেক ; ঘাইকৈ অৰ্জুন ।
১১৩০) পাৰ্শ্ব (Parsha)- ওচৰ ।
১১৩১) পুৰজিৎ (Purajit) - শিৱ ।
১১৩২) পুৰঞ্জন (puranjan) - জীৱ ।
১১৩৩) পুনু (Punu) - পুনৰ ।
১১৩৪) পুৰু (Puru) - দেৱলোক ।
১১৩৫) পুৰুজিৎ (Purujit) - বিষ্ণু ।
১১৩৬) পৌষ্ণ (Poushna) - ৰেৱতী নক্ষত্ৰ ।
১১৩৭) প্ৰকাম (Prakam) - ইচ্ছা মতে পোৱা ।
১১৩৮) প্ৰকাশ (Prakash) - পোহৰ ।
১১৩৯) প্ৰতিম্ (Pratim) - তুল্য ।
১১৪০) প্ৰতীক (Pratim) - চিন ।
১১৪১) প্ৰতীপ (Pratip) - বিপৰীত ।
১১৪২) প্ৰদীপ (Pradip) - দীপ্তি ।
১১৪৩) প্ৰদিশ (Pradish) - দুটা দিশৰ মাজৰ দিশ ।
১১৪৪) প্ৰদীপ্ত (Pradipta - জলি থকা ।
১১৪৫) প্ৰদ্যোৎ (Pradyut) - আলোক,পোহৰ ।
১১৪৬) প্ৰনাশ (Pranash) - ধ্বংস ।
১১৪৭) প্ৰপঞ্চ (Prapansh) - বিকাশ ।
১১৪৮) প্ৰপন্ন (Prapanna)- ভক্তিমন্ত ।
১১৪৯) প্ৰফুল্ল (Prafulla) - বৰকৈ ফুলা ।
১১৫০) প্ৰবঞ্চ (Prabansha) - বঞ্চ ।
১১৫১) প্ৰবণ (Praban) - প্ৰবৃত্তিযুক্ত।
১১৫২) প্ৰবভ্ৰ (prabobhro) - ইন্দ্ৰ ।
১১৫৩) প্ৰবল (Prabal) - শক্তিমন্ত ।
১১৫৪) প্ৰবাদ্ (Prabad) - লোকৰ পৰা শুনা কথা ।
১১৫৫) প্ৰবাহ (Prabah) - সোঁত পানী ।
১১৫৬) প্ৰবীণ্ (Prabin) - বিজ্ঞ ।
১১৫৭) প্ৰবীৰ (Prabir) - মহাযুক্তা ।
১১৫৮) প্ৰবিষ্ট (Prabista) - সোমোৱা ।
১১৫৯) প্ৰমোদ (Pramud) - আমোদ ।
১১৫৯) প্ৰমথ (Pratham) - শিৱৰ অনুচৰ ।
১১৬০) প্ৰভব (Prabhab) - মূল , জন্ম ।
১১৬১) প্ৰভবিষ্ণু (Prabhbishnu- প্ৰভু ।
১১৬২) প্ৰভাত্ (Prabhat) - ৰাতিপুৱা ।
১১৬৩) প্ৰভাতসূৰ্য (prabhatsurya) - উদিত সূৰ্য ।
১১৬৪) প্ৰভাষ (Pravash) - এজন বসুৰ নাম ।
১১৬৫) প্ৰভাস (Pravash) - উজ্বল পোহৰ ।
১১৬৬) প্ৰভূত (Pravut) - বহুত ।
১১৬৭) প্ৰমগ্ন (Pramagna) - ডুব যোৱা ।
১১৬৮) প্ৰমদ (Pramad) - কামাসক্ত ।
১১৬৯) প্ৰমিত (Pramoit) - জ্ঞাত ।
১১৭০) প্ৰমুক্ত (Pramukta) - মুক্ত ।
১১৭২) প্ৰমুখ (Pramukh) - প্ৰধান ।
১১৭৩) প্ৰমৃষ্ট (Pramrista) - উজ্জ্বল ।
১১৭৪) প্ৰযুত (Prajut) - দহ লাখ ।
১১৭৫) প্ৰয়াগ্ (Prayag) - গংগা-যমুনা-সৰস্ৱতীৰ সংগমস্থল ।
১১৭৬) প্ৰয়াণ (Prayan) - গমন ।
১১৭৭) প্ৰয়াস্ Pratyash) - চেষ্টা,যত্ন ।
১১৭৮) প্ৰলয়্ (Prakay) - সৃষ্টিৰ সম্পূৰ্ণ নাশ ।
১১৭৯) প্ৰলীন (Pralin) - গলিত ।
১১৮০) প্ৰহশম (Prahasham) - সমতা ।
১১৮১) প্ৰশস্ত (Prashata) - উত্তম ।
১১৮২) প্ৰসান্ত (Prashanta) - জুৰ,ধীৰ ।
১১৮৩) প্ৰশাস (Prasas)- শান্তি ।
১১৮৪) প্ৰসন্ন (Prasanna) - সন্তুষ্টি ।
১১৮৫) প্ৰসল (Prashal) - হেমন্ত কাল ।
১১৮৬) প্ৰসাদ্ (Prashad) - অনুগ্ৰহ ।
১১৮৭) প্ৰসিত (Prashid) - বগা ।
১১৮৮) প্ৰসূন (Prashun) - ফুল ।
১১৮৯) প্ৰসেনজিৎ (Prasebjit) - নিম্বৰ পুত্ৰ ।
১১৯০) প্ৰস্ৱান (praswan)- উচ্চৰৱ ।
১১৯১) প্ৰাজ্ঞদীপ (Prajnadeep- অৰ্থাৎ পৰম জ্ঞানী ।
১১৯২) প্ৰাজ্ঞপ্ৰতিম (Prajnapratim- জ্ঞানী তুল্য ।
১১৯৩) প্ৰাণজিৎ (Pranjit) - যি প্ৰাণক জয় কৰিছে ।
১১৯৪) প্ৰাণকৃষ্ণ (Prankrishna) - সকলোৰে প্ৰাণৰ কাৰণ স্বৰূপ শ্ৰীকৃষ্ণ।
১১৯৯) প্ৰাণদ (Pranad) - তেজ ।
১২০০) প্ৰাণেশ (Pranesh) - স্বামী ।
১২০১) প্ৰাণেশ্বৰ্ (Praneshwar) - প্ৰাণনাথ ।
১২০২) প্ৰিয়ক (Priyak) - এবিধ হৰিণ ।
১২০৩) প্ৰিয়ম (Priyam) - চেনেহ ।
১২০৪) প্ৰিয়মজ্যোতি (Priyamjyoti)- মধুৰ জেউতি ।
১২০৫) প্ৰীত্ (Pril)- আনন্দিত ।
১২০৬) প্ৰীতম (Pritam) - মৰম ।
১২০৭) প্ৰীতমজিৎ (Pritamjit) - প্ৰেমবিজয়ী ।
১২২৮) প্ৰেম্ (Prem) - মৰম ।
১২২৯) প্ৰেমানন্দ (Premananda) - প্ৰেমৰ আনন্দ ।
১২৩০) প্ৰণম (Pranam) প্ৰণাম কৰ ।
১২৩১) প্ৰজিন (Prajin) - বায়ু ।
Type: Bipasha kakati...
0 Comments