ত    

৮৬৫) তজু (Taju)- আপোনাৰ ।  
৮৬৬) তড়িৎ (Tarit) - বিজুলী ।    
৮৬৭) তণ্ডু - (Tandu) শিৱৰ দ্বাৰপাল ।  
৮৬৮) তন্ময় - (Tanmay) তৎস্বৰূপ ।  
৮৬৯) তন্ময়জ্যোতি (Tanmay jyoti- পৰম একাগ্ৰ ।   
৮৭০) তপনজিৎ (Tapan jit) - সূৰ্যৰ দৰে আলোকিত ।    
৮৭১) তপস (Tapas) - সূৰ্য ।   
৮৭২) তভু (Tabhu)- তথাপি ।    
৮৭৩) তম (Taam)- দুটাতকৈ অধিক ব্যক্তি বা বস্তুৰ মাজত উৎকৰ্ষ বা অপকাৰ্য বুজোৱা প্ৰত্যায় ।   
৮৭৪) তযু (Taju) - তোমাৰ । 
৮৭৫)  তমগম (Tamgam) - মণ-কাণ ।          
৮৭৬) তৰণ (Taran) - পাৰ হোৱা কাৰ্য ।     
৮৭৭) তৰাস্ (Taras) - পদ্যত মাথোন চলিত ।
৮৭৮) তৰহ্ (Tarah) - প্ৰকাৰ ।   
৮৭৯) তৰিষ (Tarish) - সমুদ্ৰ ।  
৮৮০) তৰু (Taru)- বৃক্ষ ।   
৮৮১) তৰুণ (Tarun) - ডেকা । 
৮৮২) তৰন্ত (Taranta) - সাগৰ । 
৮৮৩) তৰুণজিৎ (Tarunjit)      - শক্তিমন্ত যুৱক ।  
৮৮৪) তৰুৰাজ (Tarujit) - গছৰ গজা এতেকে বট গছ ।
৮৮৯) তৰুৱা (taruva) - সামান্য ।  
৮৯০) তৰ্জন (Tarjan) - গৰ্জন । 
৮৯১) তৰ্জু (Tarju) - তৰাজু । 
৮৯২) তৰ্ণ (Tarna) - শিশু । 
৮৯৩) তৰ্ণি (Tarni) - সূৰ্য ।
৮৯৪) তৰ্পণ (Tarpan) - তৃপ্তি দিয়া ।   
৮৯৫) তৰ্পিত (Tarpit)- যাক তৃপ্তি দিয়া হয় ।  
৮৯৬)  তৰ্বিষ (Tarbish) - স্বৰ্গ  ।   
৮৯৭) তাবিষ (Tabish) - সমুদ্ৰ ।    
৮৯৮) তক্ষক (Taksak) - বিশ্বকৰ্মা ।   
৮৯৯) তাপন্ (Tapan) - কামদেৱৰ এপাট শৰ ।  
৯০০) তিন্তক (Tintak) - কৃষ্ণ খদিৰ । 
৯০১) ত্ৰায়ুষ (Trayus)- ৰং বা সীহেৰে তৈয়াৰী ।  
৯০২) ত্ৰিকাল (Trikal) - এই তিনি কাল ।  
৯০৩) ত্ৰিকূট (Trikut) - সুবেল পৰ্বত ।   
৯০৪) ত্যাগী (Tyagi) - ত্যাগশীল ।   
৯০৫) ত্ৰিণৱ (Trinab) - তিনি গুণ ।  
৯০৬) ত্ৰিদিব (Trinib) - স্বৰ্গ ।  
৯০৭) ত্ৰিপুৰঘ্ন (Tripuraghna) - শিৱ ।  
৯০৮) ত্বিষি (twishi)- ৰশ্মি।  
৯০৯) ত্যাগবীৰ (Tyagbir) - দেশৰ হিতৰ বাবে কাম কৰা ।  
৯১০) তুষাৰজিৎ (Tusharjit) - অৰ্থাৎ সূৰ্য ।  
৯১১) তুষাৰজ্যোতি (Tusharjyoti) - শুভ্ৰ প্ৰভা । 
৯১২) তুষাৰ (Tushar) - বৰফ ।  
৯১৩) তুষাৰনাথ (Tusharnath) - হিমালয়ৰ এটা নাম । 
৯১৪) তূৰ্ণ (Turna) - শীঘ্ৰ ।  
৯১৫) তৃষিত (Trishit) - পিয়াহ লগা ।


Back To Home Page



Type: Bipasha kakati..