উ 


২৪৪) উখান (Uthan) - নেপালীসকলৰ প্ৰবাদ প্ৰবচন ।    
২৪৫) উগ্ৰদেৱ (Ugradev) -মহাদেৱ ।     
২৪৬) উচ্চক্ত (Usakta)- ভয়ংকৰ ।  
২৪৭) উচ্চক্ষু (Uccaksu) - উন্নত নেত্ৰ ।     
২৪৮) উচ্ছুক (Ucchuk) - আগ্ৰহেৰে ।    
২৪৯) উজু (Uju)  - অনায়াসে কৰিব বা বুজিব পৰা ।  
২৫০) উজ্জ্বল্ (Ujjbal) - দীপ্তি । 
২৫১) উজ্জ্বলদীপ (Ujjbal dip) - জ্যোতিমৰ্য় বন্তি ।            
২৫২) উৎপল (Utpal)- ভেঁটফুল ।   
২৫৩) উৎফুল্ল (Utffulla) - ফুলি থকা ।     
২৫৪) উত্থান (Utthan) - উঠা কাৰ্য । 
২৫৫) উদয়্ (Uday)- গ্ৰহৰ ওপৰলৈ গতি বা ওপৰলৈ উঠি অহা কাৰ্য । 
২৫৬) উদিশ Udish) - গম পোৱা ।                   
২৫৭) উদীচী (Udisi)- উত্তৰ দিশ ।   
২৫৮) উদীপ (Udip) - বানপানী ।   
২৫৯) উদ্দিস (Uddis) - সংবাদ ।  
২৬০) উদ্ধৱ (Udbhab)- কৃষ্ণৰ এজন বন্ধুৰ নাম ।      
২৬১) উদ্ভাস (Udbhas) - প্ৰকাশ , দ্বীপ্তি ।    
২৬২) উদ্ভিন্ন (Udbhinna)- প্ৰস্ফূটিত ।   
২৬৩) উদ্যোৎ (Udyot) - প্ৰজ্বলিত । 
২৬৪) উনিন্দ (Uninda) - যি নিন্দাৰ বাহিৰ । 
২৬৫)উপদেৱ (Updesh) -  সামান্য দেৱতা । 
২৬৬) উপবীণ (Upbin) - বাদ্যযন্ত্ৰসহ গোৱা গীত ।  
২৬৭) উপাংগ (Upanka) - বেদৰ সদৃশ শাস্ত্ৰ ।     
২৬৮) উমা (Uma)  - দুৰ্গা ।

নৱজাতকৰ নাম আৰু সম্পূৰ্ণ ৰাশি গণনা পাবলৈ আমাৰ What's App Number টোত যোগাযোগ কৰিব। আমাৰ ফালৰ পৰা এখন সম্পূৰ্ণ আখৰা দিয়া হব যত থাকিব জন্ম হোৱা সময়ৰ গহ, নক্ষত, যোগ ইত্যাদিৰ গণনা আৰু লগতে অসমীয়া কেইবাতাও নাম ইংৰাজী উচ্চাৰণৰ সহ আৰু থাকিব বহুতো তথ্য।

গতিকে সম্পূৰ্ণ তথ্যৰ বাবে যোগাযোগ কৰক আমাৰ What's App Number ত
6000879561
 বা