মনলৈ উভতি আহে লৰালি |  জুবিন গাৰ্গৰ অসমীয়া গান মনলৈ উভতি আহে লৰালি | Zubeen Garag Assamese Song Monoloi uvati Ahe Lorali | 


মনলৈ উভতি আহে লৰালি

 

মনলে উভতি আহে লৰালি

তোৰে মোৰে এটি এটি ধেমালি

আছিলো তোৰে মৰমতে খেলি

মোৰো ভাল লাগে তোকে সুঁৱৰি

মনলৈ.....

 

তোকে ঐ দেখোঁ মই বুকুৰে এটি এটি সপোন

আবেগে ওপচে ভাবিলো তয়েতো মোৰ আশাৰে জোন

ময়ো দেখোঁ সপোন দিনে-ৰাতিয়ে সোণ

প্ৰায়েই আজিকালি !!

ৰালি আজিওচোন আঁতৰা নাই

কিনো কওঁ দাদা ময়ো তোৰেহে ভাই

মনলে......

 

কিদৰে পাহৰো তোৰে মৰমকে তোৰে চেনেহকে

কথা দিলোঁ আজি আমিয়েই আজুৰি

তোৰে সপোনকে

আগলৈ হবি তই মোৰ পৰিচয়

আৰু লাগিছেনো কি ?

মোৰো মন তোলৈকে আনিম এজনী

বহুতৰ মাজৰ পৰা বাছি বাছি

কইনা সাজে আহিবি মবৌজনী

মানুহে মানুহ ভৰিব নবৌজনি

মানুহে মানুহ ভৰিব ৰভাতলী ।।