আগলি বাঁহৰে গগনা বজাওঁ । জুবিন গাৰ্গৰ অসমীয়া গান আগলি বাঁহৰে বজাওঁ । আগলি বাহৰে গগনা বজাও জুবিন গাৰ্গৰ গান । Zubeen Garg Assamese Song Agoli Bahore Gogana Bojao |
আগলি বাঁহৰে গগণা বজাওঁ
মাতে লাহৰি লাহৰি কৈ
দেখিবৰে পৰা তােমাকে চাও
চকু নাযায় আন কালৈ
লগৰী বােলােনে কোৱানা
ঘুমতিৰ বেলাতে
চেকুৰি সপােনে
তােমাক আনি বুকুতে থয়
আগলি বাহৰে ...........।।
ফুতুকিয়া সেই ফৰক চোলাটিৰে
তােমাকে ল'ৰালি
ফলি , কিতাপ লৈ বহিছিলা গৈ
পাঠশালাৰে বাকৰিত
হেচুকি থৈ যায় অতীতে
হাতে বাউলি সোঁৱৰণে মাতে
মনতাে যায় নিতৌ গাঁৱলৈ .
আগলি বাঁহৰে গগণা বজাই...........
ছতিয়না জোপা একে আছে নে
তােমাৰে নঙলামুখতে
দুয়ােৰে শৈশৱ লগতে ৰাখি থৈ
ভুত ভা এতিয়াও খেলানে ? ।।
নৈ পৰীয়া বা ৰুণজুন
উভতি আহিছোঁ আপােন গাঁৱলৈ
আছা হ’বলা বাটে চাই
আগলি বাঁহৰে গগণা বজাই..............।