বৰষা যেতিয়া ...। বৰষা যেতিয়া জুবিনৰ অসমীয়া গান । জুবিনৰ অসমীয়া গান বৰষা যেতিয়া ..। Zubeen Garg Assamese Song Barasha  Jetiya Naame | 

বৰষা যেতিয়া .... 


বৰষা যেতিয়া নামে বুকুলে 

এনে লাগে যেন সেয়া তুমিয়েই 

সুৰে সুৰে দেহ মন নাছিলে 

এনে লাগে যেন তাতো তুমিয়েই 

তুমিয়েই ৰচি আচা সুৰৰে এনাজৰি 

মায়াবী কবিতাটো তুমিয়েই ।।

বৰষা.... 


জোনাকী দেশৰে সাধুকথা পালো তোমাৰে ওঠতে 

মায়বী চাৱনিৰে বহু বেথা পাহৰালা আজি তুনিয়ে 

কিদৰে পাৰ হম সীমাৰ সীপাৰে 

তোমাক এবাৰ চুবলে 

দেহে মনে পাবলে 

লবলে তোমাক এবাৰ বুকুতে 

আৰু যে মন নভৰে 

বৰষা .... 

কেতিয়াবা কিয় বহু দূৰ, কেতিয়াবা কিয়  বহু কাষ 

কেতিয়াবা কিয় বহু পথ, কেতিয়াবা কিয় তুমি মোথোঁ  দুহাত 

নিজৰে মাজতে তোমাক বিচাৰি

পাওঁ মাথো শুদা হাত 

অচিনাকি পৃথিৱীত 

নাপালোঁ বিচাৰি সচাঁ মন 

তুমিহে সচাঁ মন ।। 

বৰষা ... ।।