দিহিঙৰ গৰা ... । জুবিনৰ অসমীয়া গান দিহিঙৰ গৰা ... । দিহিংঙৰ গৰা জুবিনৰ অসমীয়া গান .....। Zubeen Garg Assamese Song Dihingara Gora |
দিহিঙৰ গৰা .....
দিহিঙৰ গৰা জহিছে খহিছে
আঁতৰৰ পৰাই দেখাই দেখিছে
মোৰে মন নদীৰ দুয়োটি পাৰ
কিয়নো খহিছে
তুমি দেখিচানে
তুমি দেখিচানে
দেখি ভাবিচানে ?
দিহিঙৰ গৰা............
আলি দোমোজাতে
থমকি ৰলো মই
কেনি যাওঁ কি কৰোঁ
দিয়া এটি উপায়।।
খাব নোৱাৰো শুবও নোৱাৰোঁ
তুমি যে ৰলা মোৰ ভাৱনাতে ।
দিহিঙৰ গৰা............
নিলগে নিলগে
বুকু জ্বলে পোৰে
দিয়া অনুমতি
আহো চোন কাষলে।।
মৰমেৰে ভেটা সাজি দিয়া
মোৰ মন নদীৰে দুয়ো পাৰতে
দিহিঙৰ গৰা............