লাহে লাহে। জুবিনৰ অসমীয়া গান লাহে লাহে। লাহে লাহে জুবিন গাৰ্গৰ অসমীয়া গান । Zubeen Garg Assamese Song Lahe Lahe |   

 লাহে লাহে 




লাহে লাহে বাঢ়িছে

লাহে লাহে কমিছে

লাহে লাহে উঠিছে

লাহে লাহে নামিছে

মৰমৰে ঢল আজি উশাহতে 

নৈয়ে নৈয়ে দেখিছোঁ

ঢৌৱে ঢৌৱে লিখিছোঁ

কিননা জোৱাৰ মোৰ নিশাহতে

 ... 

লাহে লাহে বাঢ়িছে  ... 


নুসুধিবা কথাৰে

নুজুখিবা ভাষাৰে

বুকুতে বুকুতে কিহে দুলি দোলে

খুলি ক'ব নোৱাৰি

নুসুধিবা...........


কাষলে আহি তুমি চাই ৰোৱাহি  

যুগৰে মৰমবোৰ আছোঁ মই সাৱটি

যগোৱাহি ৰিব্ ৰিব্ হাতেৰে

লাহে লাহে বাঢ়িছে.......


নুখুজিবা চকুৰে

নাযাচিবা ওঠেৰে

মৰমৰ এধানি লাজৰে আমনি

দিব ল’ব নোৱাৰি 2

দেখিলে দেখক আনে

শুনিলে শুনক

মাথোঁ হিয়াৰে মৰম মৰমে বুজক

মনৰ কথা বুজি লাই চাগে

লাহে লাহে বাঢ়িছে.......