মায়া মাথোঁ মায়া । জুবিনৰ  অসমীয়া গান মায়া মায়া মাথোঁ মায়া । মায়া মায়া মাথো মায়া জুবিনৰ গান | Zubeen Garg Assamese song Maya Mathu Maya | 

 মায়া মায়া মাথোঁ মায়া 


মায়া মায়া মাতো মায়া,

তুমি জানো সঁচানে 

মৰমৰে মায়া ।

মায়া ভৰা দুচকুলৈ 

দিয়া জুৰি আছেহি বৈ

দূৰণীৰে জোনাকী হৈ 

ৰ’লা কিয়

মায়া মায়া...


সাগৰৰ দৰে গভীৰ 

তুমি অনা মৰমকে লৈ 

আছোঁ জীয়াই 

দেহে মনে আছা যদি 

বাৰে বাৰে গুচি যোৱা মোক 

কিয় কন্দুৱাই 

নানিবা সেমেকা ৰাতি 

নেলাগে মোক সোঁৱৰণী 

মায়া মায়া...


মায়াৱিনি সেই ৰাতি আহিছিলোঁ

কাষলে’ তোমাৰ দুখ হ’বলে’

হাঁহি হাঁহি সাবটিলোঁ

অশ্ৰুভৰা অনুভতিবোৰ মনত গোপনে 

মৰমৰ মায়াৱী তৃষা

দিবহি মাথোঁ বেদনা 

মায়া মায়া...।।