মমৰ শিখাটি যে জ্বলে । জুবিনৰ গান মমৰ শিখাটি যে জ্বলে । মমৰ শিখাটি যে জ্বলে জুবিনৰ অসমীয়া গান । Zubeen garg  Assamese Song Momor Sikhati Je jwole | 


মমৰ শিখাটি যে জ্বলে 


মমৰ শিখাটি যে জ্বলে নিজৰে বুকু পুৰি 

দিবলৈ বিলাই আনকে পােহৰ

 দহনৰ জ্বালা নিজে সহি

 বুজে কোনে মমৰ বেদনা জ্বলি গলা 

বুকুৰে জানা নােসােধে কোনেও কিয় বাৰু

 নােসােধে কোনেও কিয় বাৰু

 মমৰ শিখাটি যে জ্বলে নিজৰে বুকু পুৰি 

এই জীৱন আনৰ বাবে মাথোঁ 

 নিজক বিলাই দিয়া

 বিনিময়ৰ প্রতিদানত কাৰাে পৰা একো নিবিচৰা

 ধূপ জ্বলে নীৰৱে নিজকে জ্বলা  

পুৰি পুৰি মনে মনে সুৱাস বিলাই 

কাকো নজনায়

 মমৰ শিখাটি যে জ্বলে নিজৰে বুকু পুৰি

 দিবলৈ বিলাই আনকে পােহৰ দহনৰ জ্বালা নিজে সহি

 এই জীৱন স্মৃতি কিতাপ সময় চিয়াহীৰে বােলাই লিখা ,

 নিজ কামৰ হিচাপ নিজে লিখি আজৰিতে নিজেই চোৱা

 কিবা আনৰ বাবে দুহাত খালী হৈ ৰয় 

নিজকে হেৰুৱাই

 মমৰ শিখাটি যে জ্বলে ... || *