নাহৰ । জুবিনৰ অসমীয়া গান নাহৰ । নাহৰ জুবিন গাৰ্গৰ অসমীয়া গান । Zubeen garg assamese Song  Nahor | 

নাহৰ ...




নাহৰৰে কুমলীয়া পাতে সৰুমাই 

তই বাৰু মােৰে কথা বুজিছেনে নাই । 

ঘনে ঘনে তােলৈ ঘনে ঘনে তােলৈ

কিয় মােৰে চকু যায় ঘনে ঘনে তােলৈ কিয় মােৰে চকু যায়

নাহৰৰে ... 


দোভাগ ৰাতি কোনে বাৰু সুহুৰি বজায় 

চাওঁ বুলি যদিও তই দুৱাৰ খােলা নাই

বুকুৰ মাজত জান ঐ 

বুকুৰ মাজত জনো কিবা কিবি লগা নাই । 

দোভাগ ৰাতি ... 

নাহৰৰে কুমলীয়া পাতে সৰুমাই ।