ৰক ইউ ফৰ এভাৰ ... । ৰক ইউ ফৰ এভাৰ... জুবিনৰ অসমীয়া গান |ৰক ইউ ফৰ এভাৰ ... । Zubeen garg Assamese song Rock For ever |
ৰক ইউ ফৰ এভাৰ ....
ৰক ৰক ৰক ৰক
ৰক ইউ বেবি
ৰক ৰক ৰক ৰক
আই এম গনা ৰক ইউ ফৰ এভাৰ ।।
পথে পথে বহু বাট বুৰি
যাযাবৰ হৈ ঘূৰিলো
বহু দিলো বহু পালো জীৱনত
কত সপোনক চুই চালো
কত সপোনক ভাঙিলো
মায়বী মৰিচিকা খেদি ৰং ললো
হঁহা কন্দাৰ খেলা দেখিলো
শত শত জন হেৰুৱালো
তথাপিও বাৰে বাৰে
ঘূৰি আহো তোমাৰ কাষলে
আই এম গনা ৰক ইউ
আই এম গনা ৰক ইউ
আই এম গনা ৰক ইউ
ৰক ইউ ৰক ইউ এভ্ৰিডে
ৰক ৰক ৰক ৰক
ৰক ৰক ৰক ৰক
ৰক উড বেবি ।।
ৰক ৰক ৰক ৰক
ৰক ৰক ৰক ৰক
আই এম গনা ৰক ইউ ফৰ এভাৰ
ৰক ৰক ৰক.......
যুঁজাৰু যে মই আছিলো
যুঁজাৰু যে মই আজিও
নেমানো একোকে সন্মখত আগুৱামেই
পোহৰ লৈ মোৰ দুহাতে
ফাগুন আহে মোৰ দুহাতে
ফাগুন আহে মোৰ দুকাষে
ৰনুৱা ঘোঁৰাৰ দৰে চেঁকুৰিমেই
খোজে খোজে তোমাক বিচাৰো
প্ৰতি পলে তোমাক সামৰো
বাকী জীৱন তোমাৰ মাজতে মই
সামৰো
ৰক ৰক ৰক ৰক
ৰক ৰক ৰক ৰক
ৰক ইউ বেবি
ৰক ৰক ৰক ৰক
ৰক ৰক ৰক ৰক
আই এম গনা ৰক ইউ ফৰ এভাৰ ।।
যুজাঁৰু যে মই আছিল
যুঁজাৰো যে মই আজিও
নেমানো একোকে সন্মুখত আগুৱামেই
পোহৰ লৈ মোৰ দুহাততে
ফাগুন আহে মোৰ দুকাষে
ৰণুৱা ঘোঁৰাৰ দৰে চেঁকুৰিমেই
খোজে খোজে তোমাক বিচাৰো
প্ৰতি পলে তোমাক সোঁৱৰো
বাকী জীৱন তোমাৰ মাজতে মই
সামৰো
ৰক ৰক ৰক ৰক
ৰক ৰক ৰক ৰক
ৰক ইউ বেবি
ৰক ৰক ৰক ৰক
ৰক ৰক ৰক ৰক
আই এম গনা ইউ ৰক ফৰ এভাৰ ।।