সেউজীয়া মন । জুবিন গাৰ্গৰ অসমীয়া গান সেউজীয়া মন । Zubeen Garg Assamese Song Xeujiya Mon |   

সেউজীয়া মন…..




সেউজীয়া মন সেউজীয়া প্ৰাণ 

সেউজীয়া যৌৱন সেউজীয়া গান 

সেউজীয়া দিন মোৰ  সেউজীয়া নিশা 

প্ৰতিটো প্ৰহৰ আজি ফুল  ফুল।।

                         

তোমাৰ প্ৰেৰণা আজি প্ৰভাতে  প্ৰভাতে 

তোমাৰ প্ৰেৰণা আজি তেজে তেজে ।।

এন্ধাৰো লুকাই বুকুত তোমাৰ

বিয়পাই যি পোহৰ সোণালী 

সেউজীয়া মন...........


তোমাৰ তোলনা দিব আকাশে বতাহে 

তোমাৰ তুলনা দিব ফুূলে পাতে 

মোৰ মন আছে জুৰি তোমাৰ মনৰ প্ৰিতি ।।