বাতি বৰাই চিৰা খাবি । জুবিনৰ অসমীয়া গান বাতি ভৰাি চিৰা খাবি । বাতি বৰাই চিৰা খাবি জুবিন গাৰ্গৰ অসমীয়া গান | Zubeen Garg Assamse Song Bati Bhorai Chira Khabi |
বাতি ভৰাই চিৰা থাবি
বাতি ভৰাই চিৰা খাবি
বাঁহৰ চুঙা দৈ
বাঁহৰ চুঙা দৈ ঐ
বাঁহৰ চুঙা দৈ
জুহালতে জুটি লবি
হাজৰ বাতি লৈ ঐ
হাজৰ বাতি লৈ
বিয়া পাতি জুতি লবি
জাৰৰ দিনত ঐ
কেথা কম্বল লৈ
ঐ কেথা কম্বল লৈ
পইতা কৰকৰা খাবি
জুতি পুতি লৈ
জুতি পুতি লৈ
ঐ জুতি পুতি লৈ
দৰা বাচি বাচি খাবি
জাৰৰ দিনত ঐ
কেথা কম্বল লৈ
জুতি ভৰাই ফুল আনিবি
জবা খৰিকাত যায়
ঐ জবা খৰিকাত যায়
মোনা ভৰাই শাক আনিবি
লফা ঢেকিয়া লাই
লফা ঢেকীয়া লাই ঐ
লফা ঢেকিয়া লাই
ছোৱালী আনিবি ককাই
তপিনা ডাঙৰ চাই ঐ
তেহে বেছি দিন যায় ঐ
তেহে বেছি দিন যায়
লাজুকি বন নুচুবি ককাই
চুলে জয় পৰে
চুলে জয় পৰে ঐ
চুলে জ পৰে
দমৰা ডেকাই ছোৱালী জোকাই
ফিতাহি মাৰি ফুৰে
ফিতাহি মাৰি ফুৰে
ঐ ফিতাহি মাৰি ফুৰে
ঐ বিয়া পতাৰ দুদিনতে
লেৰি শুকাই পৰে
আধমৰা যেন লাগে ।।