বাতি বৰাই চিৰা খাবি । জুবিনৰ অসমীয়া গান বাতি ভৰাি চিৰা খাবি । বাতি বৰাই চিৰা খাবি জুবিন গাৰ্গৰ অসমীয়া গান | Zubeen Garg Assamse Song Bati Bhorai Chira Khabi |
বাতি ভৰাই চিৰা খাবি
বাতি ভৰাই চিৰা খাবি বাঁহৰ চুঙাৰ দৈ
বাঁহৰ চুঙা দৈ ঐ বাঁহৰ চুঙা দৈ
জুঁহালতে জুটি লবি হাজৰ বাতি লৈ ঐ
হাজৰ বাতি লৈ।।
অ' বিয়া পাতি জুতি লবি জাৰৰ দিনত ঐ
কেথা কম্বল লৈ ঐ কেথা কম্বল লৈ
পইতা কৰকৰা খাবি জুতি পুতি লৈ
জুতি পুতি লৈ ঐ জুতি পুতি লৈ
দৰা বাচি বাচি থবি গাভৰুতে ঐ
গাভৰুতে ঐ গাভৰুতে ঐ।।
ঐ... বিয়া পাতি জুতি লবি
জাৰৰ দিনত ঐ
কেথা কম্বল লৈ ঐ কেথা কম্বল লৈ
কুকি ভৰাই ফুল আনিবি
জবা খৰিকাজাঁই ঐ জবা খৰিকাজাঁই ।
মোনা ভৰাই শাক আনিবি
লফা ঢেকিয়া লাই
লফা ঢেকীয়া লাই ঐ লফা ঢেকিয়া লাই
ঐ' ছোৱালী আনিবি ককাই
তপিনা ডাঙৰ চাই ঐ
তেহে বেছি দিন যায় ঐ তেহে বেছি দিন যায়
লাজুকি বন নুচুবি ককাই
চুলে জয় পৰে
চুলে জয় পৰে ঐ চুলে জ পৰে
দমৰা ডেকাই ছোৱালী জোকাই
ফিতাহি মাৰি ফুৰে
ফিতাহি মাৰি ফুৰে ঐ ফিতাহি মাৰি ফুৰে
লাজুকি বন নুচুবি ককাই
চুলে জয় পৰে
চুলে জয় পৰে ঐ চুলে জ পৰে
ঐ বিয়া পতাৰ দুদিনতে
লেৰি শুকাই পৰে
আধমৰা যেন লাগে ।।